Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Six Tribes Forum : ছয় জনগোষ্ঠী যৌথ মঞ্চৰ ১৫ নৱেম্বৰত বাৰঘণ্টীয়া অসম বন্ধৰ আহ্বান

publisher by publisher
November 11, 2022
in India, Assam, News
Reading Time: 2 mins read
0
Six Tribes Forum : ছয় জনগোষ্ঠী যৌথ মঞ্চৰ ১৫ নৱেম্বৰত বাৰঘণ্টীয়া অসম বন্ধৰ আহ্বান
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Deadbody Recovered in Guwahati:মহানগৰীৰ জিএমচিএইছৰ সমীপত গছত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Six Tribes Forum:
ৰাজ্যৰ ছয় জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সুদীৰ্ঘদিন প্ৰতাৰণা কৰি অহাৰ প্ৰতিবাদত নৱগঠিত ছয় জনগোষ্ঠীই যৌথ মঞ্চই ১৫ নৱেম্বৰত বাৰঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰে ৷ এই বন্ধ পুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ থাকিব বুলি মঞ্চই জানিব দিয়ে।

সংগঠন কেইটাৰ যৌথ মঞ্চৰ নেতৃবৰ্গই আজি মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেলত অসম বন্ধৰ আহ্বান জনোৱাৰ লগতে কেইবাটাও আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে ৷

ADVERTISEMENT

আনহাতে অসম বন্ধৰ পূৰ্বে ১৪ আৰু ১৭ নৱেম্বৰত ছয় জনগোষ্ঠীৰ নেতৃবৰ্গ আৰু কৰ্মীয়ে ধেমাজী আৰু শিৱসাগৰৰ শিমলুগুৰি ৰে’ল ষ্টেচনৰ সমীপৰ ৰে’লপথত অৱস্থান কৰি ৰেল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও সদৰি কৰে যৌথ মঞ্চৰ যুটীয়া সম্পাদক তথা টাইপাৰ যুটীয়া সম্পাদক দিগন্ত তামুলীয়ে ৷

তাৰ পৰৱৰ্তী সময়ত ৩০ নৱেম্বৰত নতুন দিল্লীৰ যন্তৰ-মন্তৰত অৱস্থান ধৰ্মঘট আৰু তাৰ পিছত ধাৰাবাহিকভাৱে ৰাজ্যৰ ৰাজপথ অৱৰোধৰ লগতে পৰৱৰ্তী সময়ছোৱাত দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়নৰ হুংকাৰ দিয়ে সংগঠন কেইটাৰ নেতৃবৰ্গই ৷
ছয় জনগোষ্ঠী নেতৃবৰ্গই কেন্দ্ৰীয় চৰকাৰক স্পষ্ট কৰি দিয়ে যে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীক জনজাতি মৰ্য্যদা ঘোষণা নকৰিলে লোকসভা নিৰ্বাচনত বিজেপিক অসমৰ পৰা শূন্যৰে বিদায় দিয়াৰ কথা প্ৰকাশ কৰে নেতৃবৰ্গই ৷

উল্লেখ্য যে ছয় জনগোষ্ঠী নেতৃবৰ্গই আজিৰ সংবামেলত স্পষ্টতাৰে কয় যে অসম বন্ধ সহ অনান্য কাৰ্য ৰূপায়ণত চৰকাৰে আলোচনাৰ বাবে আমন্ত্ৰণ কৰিলে সেয়া একেমুখে বৰ্জন কৰিব সংগঠন সমূহে ৷

সংবামেলত টাই আহোম যুৱ পৰিষদৰ যুটীয়া সম্পাদক দিগন্ত তামুলী,চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা,আছাৰ সভাপতি জাষ্টিন লাক্ৰা,মটক যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা উদয় শংকৰ মহন,কোছ- ৰাজবংশী সন্মিলনীৰ সভাপতি কনক নাৰায়ণ দেৱ আৰু মটক যুৱ-ছাত্ৰ পৰিষদ আৰু চাহ জনজাতি ছাত্ৰ সন্থা (স্বতন্ত্ৰ) ৰ কেন্দ্ৰীয় নেতৃবৰ্গ উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 15 NOVEMBERASSM BONDH DECLAREDispur Press ClubGuwahatiPressmeetSix Community Forum
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d