Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ISRO : মহাকাশত নতুন পদক্ষেপ, দেশৰ প্রথম বেচৰকাৰী ৰকেট ‘বিক্রম-এছ’-ৰ উৎক্ষেপণ সফল

publisher by publisher
November 18, 2022
in India, News
Reading Time: 2 mins read
0
ISRO : মহাকাশত নতুন পদক্ষেপ, দেশৰ প্রথম বেচৰকাৰী ৰকেট ‘বিক্রম-এছ’-ৰ উৎক্ষেপণ সফল
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

ISROয়ে গঢ়িলে আন এক অভিলেখ

ন মাহত দুবাৰ ব্যৰ্থতাৰ কাৰণ কি?

উৎক্ষেপণৰ মাজতে যান্ত্ৰিক ত্ৰুটি!

ISRO :

ADVERTISEMENT

মহাকাশত অৱতৰণ কৰিলে ভাৰতত প্রথম বেচৰকাৰী উদ্যোগত নির্মিত ৰকেট ‘বিক্রম-এছ’এ । শুকুৰবাৰে পুৱা অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধৱন মহাকাশ গৱেষণা কেন্দ্রৰ লঞ্চ পেডৰ পৰা সফল উৎক্ষেপণ হয় হায়দৰাবাদৰ বেচৰকাৰী সংস্থা ‘স্কাইৰুট এৰ’স্পেছ’-এ প্ৰস্তুত কৰা ৰকেটটো । ৰকেটটোৰ নাম দিয়া হৈছে ‘বিক্রম-এছ’ ।

প্ৰাপ্ত তথ্য অনুসৰি, উৎক্ষেপণৰ পাছত সফলভাৱেই নির্দিষ্ট কক্ষপথত স্থাপন হয় ‘বিক্রম-এছ’ । ‘স্কাইৰুট এৰ’স্পেছ’-ৰ এই অভিযানৰ ছদ্মনাম আছিল ‘প্রাৰম্ভ’ । প্রসংগত, বেচৰকাৰী উদ্যোগত প্ৰস্তুত কৰা প্রথম ৰকেটটোৰ নামকৰণ কৰা হৈছে ভাৰতৰ স্বনামধন্য গৱেষক তথা মহাকাশ অভিযানৰ প্রাণপুৰুষ বিক্রম ছাৰাভাইৰ নাম অনুসৰি ।

‘বিক্রম-এছ’-ৰ নির্মাতা সংস্থাৰ চিইঅ’ পৱনকুমাৰ চন্দানাই চলিত মাহৰ আৰম্ভণিতে জনাইছিল, তেওঁলোকৰ ৰকেট নির্মাণৰ কাম সফলভাৱে শেষ হৈছে । নৱেম্বৰৰ ১২ৰ পৰা ১৬ তাৰিখৰ ভিতৰত উৎক্ষেপণ হ’ব । ইছৰোৰ এক সূত্র অনুসৰি, ইঞ্জিনৰ কিছু খুঁটিনাটি পৰীক্ষাৰ বাবে সময়সীমা কিছু পিছুৱাই দিয়া হয় । শুকুৰবাৰে পুৱা উৎক্ষেপণৰ কথা নির্মাতা সংস্থাৰ তৰফৰ পৰা টুইটাৰত জনোৱা হৈছে ।

বিক্রম-এছ’ এটা একক পর্যায়ৰ ছাব-অৰবিটেল ৰকেট । বিক্রম ছিৰিজৰ অন্য ৰকেটবোৰৰ প্রযুক্তিগত ক্ষমতা পৰীক্ষা কৰিবলৈ এই ৰকেটে সহায় কৰিব । প্রসংগত, ২০২০ত দেশত মহাকাশ গৱেষণাৰ ক্ষেত্রত ঢালাও সংস্কাৰৰ পথ অৱলম্বন কৰিছিল মোদী চৰকাৰে । সিদ্ধান্ত হয় কেৱল ইছৰো নহয়, ভাৰতত এইবাৰ মহাকাশত প্ৰস্তুত কৰিব পাৰিব বেচৰকাৰী সংস্থায়ো । কৃত্রিম উপগ্রহ আৰু তাৰ আনুষংগিক যন্ত্রপাতিয়ো তৈয়াৰ কৰিব পাৰিব ।

দেশত মহাকাশ গৱেষণাত ইছৰোৰ উপৰিও বেচৰকাৰী সংস্থাবোৰক টানি আনিবৰ বাবে পৃথককৈ এটা সংস্থা গঠন কৰাৰ প্রস্তাৱো কিছু বছৰ পূৰ্বে অনুমোদিত হৈছে কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত । সেই সংস্থাৰ নাম দিয়া হৈছে, ‘ইণ্ডিয়ান নেছনেল স্পেছ প্রম’ছন এণ্ড অথৰাইজেছন চেন্টাৰ (ইন-স্পেছ)’ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Central Cabinetfirst private rocketISRO
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d