Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Bridal Makeup : কইনাৰ মেকআপ কৰিবলৈ গৈ গ্ৰেপ্তাৰ মেকআপ আৰ্টিষ্ট ! কিন্তু কিয়

publisher by publisher
December 8, 2022
in Crime, India, News
Reading Time: 2 mins read
0
Bridal Makeup : কইনাৰ মেকআপ কৰিবলৈ গৈ গ্ৰেপ্তাৰ মেকআপ আৰ্টিষ্ট ! কিন্তু কিয়
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Adultery:পৰপুৰুষৰ স’তে শাৰীৰিক সম্পর্ক অবিহনে প্ৰেম পৰকীয়া নহয়: মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়

50 crore dowry demanded from bride: কইনাক ৫০ কোটিৰ যৌতুক দাবী এইম্‌ৰ শীৰ্ষ স্থানপ্রাপ্তৰ

Voting Started In The Morning In Two States Of The Country:দেশৰ দুই ৰাজ্যত পুৱাৰে পৰা আৰম্ভ ভোটদান

Bridal Makeup :

কইনাৰ পোছাক নষ্ট কৰা আৰু কইনাক ভাবুকি দিয়াৰ অভিযোগত আৰক্ষীয়ে এজন মেকআপ আৰ্টিষ্টিক গ্ৰেপ্তাৰ কৰে । ঘটনাটো মধ্য প্ৰদেশৰ জবলপুৰৰ।

কইনাৰ পৰিয়ালে দাখিল কৰা অভিযোগৰ ভিত্তিত, আৰক্ষীয়ে বুধবাৰে মেকআপ আৰ্টিষ্টজনক গ্ৰেপ্তাৰ কৰে।

ADVERTISEMENT

জবলপুৰৰ আৰক্ষী অধীক্ষক প্ৰভাত শুক্লাই কয় যে ঘামাপুৰ অঞ্চলৰ এগৰাকী যুৱতীয়ে তেওঁৰ বিয়া উপলক্ষে তিনি ডিচেম্বৰত কোতৱালী বজাৰৰ এখন বিউটি পাৰ্লাৰৰ গৰাকীৰ স’তে বিবাহৰ পোছাকৰ বাবে যোগাযোগ কৰে।

বিউটি পাৰ্লাৰখনৰ গৰাকীয়েই কইনাগৰাকীক সজোৱাৰ কথা আছিল। এই ক্ষেত্ৰত, কইনাৰ পৰিয়ালৰ পৰা আগতীয়া ধনো লোৱা হৈছিল। বিউটি পাৰ্লাৰৰ গৰাকীয়ে আশ্বাস দিছিল যে তাই সময়ৰ আগতে অনুষ্ঠানটোত উপস্থিত হ’ব।

কিন্তু বিয়াৰ দিনা, বিউটি পাৰ্লাৰৰ গৰাকীয়ে সময়মতে অনুষ্ঠানস্থলীত উপস্থিত নোহোৱাত , কইনাৰ পৰিয়ালে তেওঁৰ স’তে যোগাযোগ কৰে। তেতিয়া বিউটি পাৰ্লাৰৰ গৰাকীয়ে কইনাক ওলোটাই তেওঁৰ দোকানলৈ যাবলৈ কয়।

অভিযোগ কৰা হৈছে যে কইনাগৰাকী পাৰ্লাৰত উপস্থিত হোৱাৰ পাছত, পাৰ্লাৰৰ গৰাকীয়ে ৰূপসজ্জা নকৰি তেঁওৰ সহায়কক কইনাক ৰুপসজ্জা কৰিবলৈ কয় ।

কিন্তু সহায়কজনে কইনাৰ পোছাক নষ্ট কৰিলে। যেতিয়া কইনা আৰু তেওঁ মাতৃয়ে প্ৰতিবাদ কৰে, তেওঁলোকৰ স’তে দুৰ্ব্যৱহাৰ কৰা হয় । সৌন্দৰ্য শিল্পীগৰাকীৰ আচৰণত ক্ষুব্ধ হৈ কইনাগৰাকীৰ মাতৃয়ে মঙলবাৰে আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bridal MakeupBrideJabalpurMadhya PrdeshMakeup Artist Arrest
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d