Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

কঁকালৰ আকাৰ নিৰ্ধাৰিত জোখতকৈ বাঢ়িলেই বিপদ

publisher by publisher
December 11, 2025
in Lifestyle
Reading Time: 1 min read
0
কঁকালৰ আকাৰ নিৰ্ধাৰিত জোখতকৈ বাঢ়িলেই বিপদ
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

Adnan Swami : অবিশ্বাস্য ! ২০০ কেজিৰ আদনানে কেনেকৈ নিজৰ ওজন হ্ৰাস কৰিলে ?

Health Benefits of Ice cream : আইচক্রিম মানেই কি অস্বাস্থ্যকৰ ? ইয়াৰ স্বাস্থ্যকৰ গুণ জানেনে ?

নির্ধাৰিত জোখৰ অধিক হ’ব নোৱাৰিব ওজন, বাঢ়িব নোৱাৰিব কঁকালৰ আকাৰ। সামান্য বৃদ্ধি পালেই হস্তক্ষেপ কৰিব ৰাষ্ট্ৰই। আচৰিত যেন লাগিলেও এখন দেশত এই বিষয়টো বাস্তব। য’ত অধিকাংশ স্থানতে মেদ বৃদ্ধি হোৱা, দ্রুতগতিৰে ওজন বাঢ়ি যোৱাক লৈ সাধাৰণ মানুহে বিশেষ চিন্তা নকৰে, তাত সেইখন দেশৰ চৰকাৰে নিজৰ নাগৰিকসকলৰ স্বাস্থ্যক লৈ সদা সতর্ক হৈ থাকে। সেইখন হৈছে সূর্যোদয়ৰ দেশ জাপান।

ADVERTISEMENT

অধিকাংশ স্থানতে কোনো ৰোগ আৰম্ভ হোৱাৰ পাছত তাৰ চিকিৎসা হয়; কিন্তু জাপানত ৰোগ হোৱাৰ আগৰে পৰাই চিকিৎসা আৰম্ভ কৰে, কঠোৰ নিৰীক্ষণত থাকে নাগৰিকৰ স্বাস্থ্য।

জাপানৰ মেটাবো আইনে সেই দেশৰ প্ৰত্যেক সাবালক নাগৰিকৰ কঁকালৰ আকাৰ নিৰীক্ষণত বাখে। ঠিক ওজন নহয়, ভিচেৰাল ফেট কিমান বাঢ়িছে তাৰ ওপৰত নিৰীক্ষণ কৰি থাকে। কঁকালৰ আকাৰ নিৰ্ধাৰিত ইঞ্চিৰ পৰা এডাল চুলিৰ সমান বেছি বাঢ়িলেও পৰিব লাগে প্রশাসনৰ দৃষ্টিত।

পুৰুষসকলৰ ক্ষেত্ৰত কঁকালৰ আকাৰ যদি ৮৫ ছেন্টিমিটাৰ তথা মহিলাসকলৰ ক্ষেত্রত ৯০ ছেন্টিমিটাৰৰ অধিক হয়, তেন্তে তাৎক্ষণিকভাবে তেওঁলোকৰ জীৱন-যাপনৰ কাউন্সেলিং আৰম্ভহয়। অব্যাহত থাকে ফলোআপ, হেল্থ কোচিং। অৱশ্যে ইয়াৰ বাবে কোনো জৰিমনা ভৰিব নালাগে। কোনো শাস্তিও ভোগ নকৰে সংশ্লিষ্ট লোকজনে।

এই আইনৰ কাৰণেই জাপানত মেদবহুলতাৰ হাৰ সমগ্র পৃথিৱীতে সবাতোকৈ কম, মাত্র চাৰি শতাংশ। আনকি মধুমেহত আক্রান্ত ৰোগীৰ সংখ্যাও বিশ্বৰ ভিতৰত সবাতোকৈ কম। বিশ্বৰ আন সকলো দেশৰ তুলনাত সুস্থভাবে জীয়াই থকাৰ হাৰ আৰু আয়ুসকাল জাপানত অনেক বেছি।

এই আইন সাবালকসকলৰ বাবে হ’লেও সেয়া প্রধানকৈ কঠোৰভাৱে প্ৰয়োগ কৰা হয় ৪০ৰ পৰা ৭০ বছৰ বয়সৰ নাগৰিকসকলৰ ক্ষেত্রত। ২০০৮৩ এই আইন প্ৰৱৰ্তন কৰা হয়। জাপানৰ নাগৰিকসকলে প্রতি বছৰে কমেও এবাৰকৈ স্বাস্থ্য পৰীক্ষা কৰোৱাটোও বাধ্যতামূলক।

সেই সময়ৰ সামান্য হেৰফেৰ হ’লেই কঠোৰতা আৰম্ভ হয়। সেই নাগৰিকসকলৰ জীৱনধাৰাত পৰিৱৰ্তন অনা হয়। লোৱা হয় সকলো প্রয়োজনীয় পদক্ষেপ। এই আইন প্রধানকৈ ‘মেটাবলিক ছিড্ৰ’ম’ ৰোধ কৰাৰ বাবেই প্ৰৱৰ্তন কৰা হৈছে। লক্ষ্যণীয়ভাবে জাপানীসকলে যে সাংঘাতিক ডায়েট মানি চলে, সেয়াও নহয়। তেওঁলোকে মেটাবলিক সমস্যাক একেবাৰে প্ৰাথমিক স্তৰতে চিহ্নিত কৰে, তাৰ মোকাবিলা কৰে।

বহুতেই ইয়াক ‘বডী পলিচিং’ বুলি কয়; কিন্তু জাপানৰ মতে, ৰোগ হোৱাৰ আগতেই তাক প্ৰতিৰোধ কৰাৰ অৰ্থ হৈছে কম হাৰাশাস্তি, চিকিৎসাৰ বাবদ কম খৰচ আৰু বর্ধিত আয়ুসকাল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Fat
publisher

publisher

Related Posts

সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?
Lifestyle

May 7, 2026
ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়
Lifestyle

ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

May 7, 2026
গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়
Lifestyle

গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

May 6, 2026
ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d