Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

India-Russia : ইৰাক-ছৌদি আৰৱকো পিছ পেলালে ৰাছিয়াই

পুটিনৰ দেশৰ পৰাই সৰ্বাধিক তেল ক্ৰয় কৰিছে ভাৰতে

publisher by publisher
December 11, 2022
in International, News
Reading Time: 1 min read
0
India-Russia : ইৰাক-ছৌদি আৰৱকো পিছ পেলালে ৰাছিয়াই
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

India-Russia :

ভাৰতক সৰ্বাধিক তেল সৰবৰাহ কৰা ইৰাক আৰু ছৌদি আৰবক পিছ পেলালে ৰাছিয়াই । অক্টোবৰৰ পৰা নৱেম্বৰতো ভ্লাদিমিৰ পুটিনৰ দেশৰ পৰা সৰ্বাধিক তেল আমদানি কৰিছে ভাৰতে ।

ADVERTISEMENT

চলিত বছৰৰ মার্চ পর্যন্ত আমদানিকৃত তেলৰ মাত্র ০.২ শতাংশ আহে ৰাছিয়াৰ পৰা । সেই অংক বিপুলভাৱে সলনি হৈছে নৱেম্বৰত । এই দাবী কৰা হ’ল সাম্প্রতিক প্ৰতিবেদনত ।

ভৰটেক্সা নামক এটা সংস্থাৰ প্ৰতিবেদনত দাবী কৰা হৈছে, নৱেম্বৰত ৰাছিয়াৰ পৰা দিনে ৯,০৯,৪০৩ বেৰেল অপৰিশোধিত তেল আমদানি কৰিছে ভাৰতে । আনহাতে, ইৰাকৰ পৰা দিনে ৮,৬১,৪৬১ বেৰেল আৰু ছৌদি আৰৱৰ পৰা ৫,৭০,৯২২ বেৰেল তেল আমদানি কৰা হৈছে ।

যোৱা ফেব্রুৱাৰীত ইউক্রেইন ৰাছিয়াৰ সামৰিক অভিযান আৰম্ভ হোৱাৰ পাছতেই পুটিনৰ দেশক অর্থনৈতিকভাৱে চাপত ৰাখিবলৈ তেওঁলোকৰ তেলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে পশ্চিমীয়া বিশ্বৰ দেশসমূহে ।

ইয়াৰ প্ৰত্যুত্তৰ হিচাপে ৰাছিয়াও তেলৰ দাম বিপুল হাৰত কমাই দিয়ে । তাৰ পাছৰ পৰাই ৰুছ তেলৰ ওপৰত ভাৰতৰ নির্ভৰতা বৃদ্ধি পায় ।

বিগত বছৰৰ ডিচেম্বৰত ৰাছিয়াৰ পৰা দিনে মাত্র ৩৬,২৫৫ বেৰেল তেল আমদানি কৰছিল ভাৰতে । আনহাতে, ইৰাক আৰু ছৌদি আৰৱৰ পৰা আহে যথাক্রমে প্রায় ১০ লাখ আৰু চাৰে ন লাখ বেৰেল ।

ইউক্রেইন যুদ্ধ আৰম্ভ হোৱাৰ পাছতেই এই পৰিসংখ্যা সলনি হ’বলৈ লয় । এপ্রিলত ৰাছিয়াৰ পৰা তেল আমদানি বৃদ্ধি পাই হয় দিনে আঢ়ৈ লাখ বেৰেলৰো অধিক । জুনত প্রায় চাৰে ন লাখৰো ওচৰা-ওচৰি হয় ।

ইউক্রেইনত আক্ৰমণৰ পাছতো কিয় ৰাছিয়াৰ পৰা তেল কিনিছে ভাৰতে, এই প্রশ্নত আন্তর্জাতিক মহলত তীব্র সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় নতুন দিল্লীয়ে । আগ্রাসক ৰাছিয়াক ভাৰতে সহায় কৰিছে, এনে অভিযোগো উত্থাপন হৈছিল ।

এতিয়াও যথেষ্ট চাপ আছে । জি-৫ গোষ্ঠীয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত বাধ্যতামূলক নিষেধাজ্ঞা জাপি দিয়াৰ চেষ্টা কৰিছে ভাৰতসহ একাধিক দেশৰ ওপৰত ।

এই বিতর্কৰ মাজতেই বৈদেশিক মন্ত্রী এছ জয়শংকৰে জনাইছিল, ইউৰোপে এটা সন্ধিয়াত ৰাছিয়াৰ পৰা যি পৰিমাণে তেল কিনে, ভাৰত সেয়া আমদানি কৰে এমাহত । তেওঁ বার্তা দিব বিচাৰিছিল যে, ইউৰোপৰ কোনো অধিকাৰেই নাই এই বিষয়ত ভাৰতক উপদেশ দিয়াৰ ।

কেন্দ্রীয় পেট্র’লিয়াম মন্ত্রী হৰদীপ সিং পুৰিয়েও মন্তব্য কৰে যে, তেল পোৱা গৈছে বাবে ভাৰত কিনিছে । প্রশ্নটো নৈতিকতাৰ নহয়, চাহিদাৰ । কিন্তু ইয়াৰ পাছতো বিতৰ্ক অব্যাহত থাকে । ইয়াৰ মাজতেই প্রকাশ্যত আহিল ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানি কৰা এই প্ৰতিবেদন ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: OILRussiaUkraine
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d