Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

পানীৰ অভাৱত বিপর্যয়ৰ সম্মুখীন কৃষক ৰাইজ 

ধনসিঞ্চন বিভাগতহে পৰিণত হৈছে এতিয়া ৰাজ্যৰ জলসিঞ্চন বিভাগ

publisher by publisher
July 15, 2025
in Assam, News
Reading Time: 1 min read
0
পানীৰ অভাৱত বিপর্যয়ৰ সম্মুখীন কৃষক ৰাইজ 
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

ক্ষমতাৰ দাম্ভিকতাৰে পৰম্পৰা ভংগ সিংহলৰ

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ কাষৰ বৃহৎ ভূমি অশোক সিংহালৰ দখলত !

Assam Civil Society:ভাওনা আৰু মিঞা বিৰোধী অশোক সিংহাল অসমীয়া জাতীয় সত্বাৰ প্ৰতি ভাবুকি : অসম চিভিল ছ’চাইটি

Ashok Singhal: ✒️চূড়ান্ত ব্যর্থ মন্ত্রীসকলক পুহিবলৈ কোটি কোটি টকা ৰাইজৰ ধন ব্যয় অব্যাহত থকাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি জনতাৰ মাজত তীব্র ক্ষোভৰ সৃষ্টি হৈছে। কেৱল ফোঁপযহী কথাৰে বিভাগ চলাই অহা মন্ত্রী অশোক সিংহলৰ দিনতো ৰাজ্যত জলসিঞ্চন ব্যৱস্থাৰ স্বৰূপ সাম্প্ৰতিক খৰাং সদৃশ পৰিস্থিতিয়ে উদঙাই দিলে।

ADVERTISEMENT

পথাৰত পানী যোগানৰ ব্যৱস্থা নথকা বাবেই ৰাজ্যৰ মাত্র ১১ শতাংশ কৃষিকার্য কৰা ভূমিৰ খেতিয়কৰ বাদে আনসকলে বৰষুণৰ অপেক্ষাত ৰৈ থাকিবলগীয়া হয়। সেই বৰষুণক অপেক্ষা কৰি থাকোতেই আহাৰ শেষ হৈ শাওণ সোমাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কৃষকে চৰম দুর্ভোগ ভুগিবলগীয়া হোৱাৰ পাছতো সেয়েহে ৰাইজে ব্যর্থ-অকর্মণ্য-দুর্নীতিগ্রস্ত মন্ত্ৰীৰ মুখৰ মাত এষাৰি আজিলৈকে শুনিবলৈ পোৱা নাই।

কৃষিপ্রধান ৰাজ্যখনৰ কৃষকে পথাৰত পানীৰ অভাৱত হায়ৈ বিয়ে কৰিবলৈ বাধ্য হোৱাটোৱে মন্ত্ৰী সিংহলৰ ওচৰত প্ৰকৃততে কোনো মূল্য নথকাটোকে স্পষ্ট কৰিছে।

কমিছনৰাজ, ঠিকাদাৰ পোহা জলসিঞ্চন বিভাগৰ আজি অসমৰ স্থান সৰ্বভাৰতীয় স্তৰত ২২ নম্বৰত; অথচ অসমৰ অৰ্থনীতিয়েই হ’ল কৃষি নিৰ্ভৰ। ইয়াৰ বিপৰীতে পঞ্জাৱত ৯৮.১ শতাংশ, হাৰিয়ানাত ৮৭.৬, অন্ধ্র প্রদেশত ৬৩.৯, বিহাৰত ৬৩.৪, তামিলনাডুত ৬৩.১, পশ্চিমবংগত ৪৮.২, গুজৰাটত ৪৪.৭, উত্তৰাখণ্ডত ৪২.৯, উৰিষ্যাত ৩৩.৬, কর্ণাটকত ২৮.৫, চত্তিছগড়ত ২৭.৬, ৰাজস্থানত ২৬.৪ শতাংশ কৃষিকার্য কৰা ভূমিত জলসিঞ্চনৰ ব্যৱস্থা আছে।

উল্লেখ্য যে অসমৰ কৃষিভূমিৰ পৰিমাণ হ’ল ৫২.৭ লাখ হেক্টৰ। ইয়াৰ ভিতৰত কৃষিকার্য কৰা ভূমিৰ পৰিমাণ হ’ল ২৭.৫৬ লাখ হেক্টৰ। লক্ষ্যণীয় দিশটো হ’ল যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ কাৰ্যভাৰ লোৱা বিত্তীয় বৰ্ষটোত জলসিঞ্চনৰ ক্ষেত্ৰত অসমৰ স্থান ভাৰতৰ প্ৰেক্ষাপটত ২২ নম্বৰত আছিল; আজিও সেই স্থানতে অসম আছে।

অসম ৰাজ্যিক কৃষক সভাৰ ৰাজ্যিক সভাপতি টিকেন দাসে সেয়েহে মন্তব্য কৰে যে জলসিঞ্চন মন্ত্রী থকা আৰু নথকাৰ মাজত একো পাৰ্থক্য ৰাইজে দেখা নাই। দাসে কয়, ‘জলসিঞ্চন বিভাগটো প্রকৃতপক্ষে ধনসিঞ্চন বিভাগহে হৈছে। তাৰ বাহিৰে আন একো নহয়।

বিভাগটোৰ কাম-কাজৰ অধিক অৱনতিহে আমি পথাৰত দেখিছো। সৰু সৰু আঁচনিবোৰৰো এতিয়া একো কাম নাই। আপডালৰ অভাৱত বিকল হৈ পৰি আছে। ডাঙৰ আঁচনিবোৰৰো এতিয়া একো কাম নাই। কৃষকে নিজেহে পথাৰত পানীৰ ব্যৱস্থা কৰিব লাগে। ইৰি ধানৰ খেতিত এজন কৃষকে পানী যোগানৰ নামত এবিঘা মাটিৰ বিপৰীতে ন্যূনতম পাঁচ হেজাৰ টকা খৰচ কৰিব লাগে।

তাৰ পাছত আৰু কৃষকজনৰ হাতত একো নাথাকে। এয়াই হৈছে অসমৰ জলসিঞ্চন ব্যৱস্থাৰ এখন বাস্তৱ ছবি। বিভাগটোৰ নামত কেৱল ঠিকাদাৰ আৰু বৰমূৰীয়াসকল ধনী হৈছে।

উল্লেখ্য যে জলসিঞ্চন বিভাগটোৰ নামত কেৱল মন্ত্ৰীৰ মাজত ওফাইদাং মৰা কথা-বতৰাৰহে প্রতিযোগিতা চলি আহিছে। ৰাইজক তেনে কথা-বতৰাই আমোদ দি আহিছে, উপকাৰ একো সাধিব পৰা নাই। সেই কাৰণে বিজ্ঞানৰ জয়জয়কাৰৰ দিনতো পথাৰত পানী বিচাৰি অসমৰ কৃষকে আজিও ভেকুলী বিয়া পাতিবলৈ বাধ্য হৈছে।

নগাঁৱত মৰুময় হৈছে পথাৰ

জলসিঞ্চন বিভাগৰ অধ্যক্ষতাত কৃষিপ্রধান নগাঁও জিলাত ৭০ শতাংশ কৃষিভূমিতে নহ’ল জলসিঞ্চনৰ কোনো ব্যৱস্থা। সম্প্রতি খৰাঙত এই কৃষিপথাৰসমূহ একপ্ৰকাৰ মৰুময় হৈছে। আহাৰৰ মাজতে কৃষকে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।

চৰকাৰী তথ্য অনুসৰি জিলাখনত ১১৫ খন জলসিঞ্চন আঁচনি আছে যদিও ইয়াৰ অধিকাংশ আঁচনিয়েই অকামিলা হৈ আছে। এই অকামিলা আঁচনিসমূহৰ ১৫শ খনৰো অধিক মেৰামতি কৰিব পৰা অৱস্থাত নাই। জিলাখনৰ নগাঁও, ৰহা, কামপুৰ, ধিং, ৰূপহীহাট, কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বহুকেইখন জলসিঞ্চন আঁচনিও বিকল হৈ আছে।

অভিযোগ অনুসৰি জিলাখনৰ কেৱল নগাঁও জলসিঞ্চন সংমণ্ডলৰ অধীনতে বিভিন্ন জলসিঞ্চন আঁচনিৰ নামত প্রতিটো বিত্তীয় বর্ষতে কোটি কোটি টকা শৰাধ হৈ আহিছে। পৰিণতিত সাম্প্ৰতিক শালি খেতি আৰু শাক-পাচলি খেতি কৰা খেতিয়কসকলে মূৰে-কপালে হাত দিবলগীয়া হৈছে।

চৰকাৰী তথ্য অনুসৰি জিলাখনৰ মুঠ কৃষিভূমি ১,৫১,৭৪৪ হেক্টৰ। তৎসত্ত্বেও স্বাধীনতাৰ ৭৬ বছৰে অধিকাংশ কৃষিভূমিতে জলসিঞ্চনৰ ব্যৱস্থা নহ’ল। জিলাখনৰ মাথোঁ ৪৪,১৪১ হেক্টৰ তথা ৩০ শতাংশ কৃষিভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। অৱশ্যে জলসিঞ্চনৰ সুবিধা থকা কৃষিভূমিসমূহতো জলসিঞ্চন আঁচনি সমানে কার্যক্ষম হৈ থকা নাই।

ফলত সাম্প্রতিক খৰাঙৰ সময়ত কৃষকসকলে দুৰ্ভাৱনাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে। উল্লেখ্য যে নগাঁও জিলাত ৫১,২১৫ জন ভূমিহীন কৃষক, ৬৭,৩৮৭ জন ক্ষুদ্র কৃষক, ১,২৯,৩৮৩ জন উপান্ত কৃষক আৰু ২১,৫৬৪ জন বৃহৎ কৃষক আছে। এই কৃষকসকলে মুঠ কৃষিভূমিৰ ৩৮ শতাংশত একক শস্য, ৪৮ শতাংশ ভূমিত দ্বৈত খেতি আৰু ১৪ শতাংশ কৃষিভূমিত তিনিবাৰ খেতি কৰে।

জিলাখনত ৯৩,২৭৫ হেক্টৰ কৃষিভূমিত শালি ধানৰ খেতি, ৮,৭৬৫ হেক্টৰ ভূমিত মৰাপাটৰ খেতি, ২৬,৩৩২ হেক্টৰ ভূমিত শাক-পাচলিৰ খেতি কৰা হয়। সম্প্রতি পানীক লৈ এই কৃষকসকল ভীষণ সমস্যাৰ সন্মুখীন হৈছে। কোটি কোটি টকা ব্যয়ৰে ৰূপায়ণ কৰা জলসিঞ্চন আঁচনিসমূহৰ অধিকাংশই বগাহাতীত পৰিণত হৈছে।

জিলাখনৰ আন ঠাইৰ লগতে ভৰ বাৰিষাৰ সময়ত এতিয়া পানী বিচাৰি চামগুৰিৰ কৃষক ৰাইজেও হাহাকাৰ কৰিব লগা হৈছে। একমাত্ৰ পানীৰ অভাৱৰ বাবে খেতিয়কে শালি ধানৰ খেতি কৰিব পৰা নাই। কৃষি পথাৰলৈ পানী যোগান ধৰা নলাসমূহ বিভাগীয় বিষয়াই পৰিষ্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰাত বহু ঠাইত পানী যোগান বন্ধ হৈ পৰা বুলিও অভিযোগ উত্থাপন হৈছে।

কেতবোৰ স্থানত কৃষকসকলে গাঁঠিৰ ধন ভাঙি পানী সিঁচা যন্ত্ৰৰে পথাৰত পানীৰ ব্যৱস্থা কৰিছে যদিও প্রচণ্ড ৰ’দত পানী শুকাই পথাৰত মৰুময় অৱস্থাৰ সৃষ্টি হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ashok SinghalIrrigation
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d