Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ কাষৰ বৃহৎ ভূমি অশোক সিংহালৰ দখলত !

অচিৰেই ভূমি এৰি নিদিলে বিলাহী আৰু কণী দলিওৱাৰ হুংকাৰ অসমীয়া যুৱ মঞ্চৰ, সংবাদমেল যোগে সদৰি অসমীয়া যুৱ মঞ্চৰ

publisher by publisher
November 6, 2025
in Assam
Reading Time: 1 min read
0
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ কাষৰ বৃহৎ ভূমি অশোক সিংহালৰ দখলত !
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon MP By Election:উপ-নির্বাচনক লৈ তৎপৰ নগাঁও জিলা প্রশাসন

মুখ্যমন্ত্ৰীক লক্ষ্য কৰি পৱন খেড়াৰ তীব্ৰ আক্ৰমণ

ক্ষমতাৰ দাম্ভিকতাৰে পৰম্পৰা ভংগ সিংহলৰ

Asomiya Yuva Mancha:

মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰস্থিত জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰৰ কাষৰ বৃহৎ খালী মাটিখিনি প্ৰকৃততে কাৰ! ইয়াক লৈ তীব্র চর্চা অব্যাহত থকাৰ মাজতে ডিমৰীয়া সমজিলাৰ অন্তৰ্গত ৰাজহ বিভাগৰ নথিত জুবিনক্ষেত্ৰৰ গাতে লাগি থকা ১১২ নম্বৰ দাগৰ ২৯ বিঘা ১৪ লেচা মাটি মন্ত্রী অশোক সিংহলৰ নামত থকাৰ তথ্য পোহৰলৈ আহিছে। ট্রাইবেল বেল্ট আৰু ব্লক অধীনৰ এই বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি কিদৰে এজন বণিয়ালৈ হস্তান্তৰ হ’ল, তাকে লৈ বৃহত্তৰ অঞ্চলটোত তীব্র প্রতিক্রিয়া অব্যাহত আছে।

ADVERTISEMENT

এই সন্দৰ্ভত বৃহত্তৰ ডিমৰীয়া নাগৰিক সুৰক্ষা সমিতিয়ে নিজাববীয়াকৈ চলোৱা অনুসন্ধান অব্যাহত ৰখাৰ মাজতে বৃহস্পতিবাৰে আমগুৰিত এক সংবাদমেলযোগে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক আকাশ শইকীয়া সৰব হৈ পৰে অশোক সিংহালৰ বিৰুদ্ধে ৷

জুবিন ক্ষেত্ৰৰ কাষৰ মাটি মন্ত্ৰী অশোক সিংহাল আৰু ৰাজেশ জালান আৰু মনোজ জালান নামৰ দুই বনিয়াই দখল কৰিছে পিছ দুৱাৰেদি ৷ অতি শীঘ্ৰে এই মাটি বেদখলমুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই শইকীয়াই কয় যদি সংৰক্ষিত বনাঞ্চলৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰিব পাৰে তেন্তে এই সকল বনিয়াৰ পৰা ভূমি কিয় উচ্ছেদ নকৰে মুখ্যমন্ত্ৰীয়ে ৷ জুবিনক্ষেত্ৰৰ সোঁকাষে-বাওঁকাষে কোন আছে নাজানো বুলি টুলুঙা মন্তব্য দিয়া মুখ্যমন্ত্ৰীক সকীয়নি দি অচিৰেই জুবিন ক্ষেত্ৰৰ পৰিশৰ ব্যাপক ৰূপত সম্প্ৰসাৰণ কৰা হওক ৷ একেদৰে অশোক সিংহাল আৰু ৰাজেশ জালান আৰু মনোজ জালান নামৰ দুই বনিয়াক সকীয়নি দি শইকীয়াই কয়,অতি শীঘ্ৰে ভূমি এৰি নিদিলে তেওঁলোকলৈ ৰাজহুৱা স্থানত বিলাহী আৰু কণী দলিওৱাৰ হুংকাৰ প্ৰদান কৰে ৷

আনহাতে এই সকল বনিয়াৰ প্ৰতি মুখ্যমন্ত্ৰীৰ দৰদ উপজিছে তেন্তে মুখ্যমন্ত্ৰীয়ে তেওঁৰে শ শ বিঘা মাটিত সংস্থাপিত কৰক তাত কবলগীয়া একো নাই অসমীয়া যুৱ মঞ্চৰ। আগন্তুক দিনত জুবিন গাৰ্গৰ ন্যায়ৰ বাবে প্ৰাণ আহুদি দিবলৈ সাজু বুলি মুখ্যমন্ত্ৰীক স্পষ্ট কৰি দিয়ে মঞ্চৰ শীৰ্ষ নেতাজনে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aakash saikiaAshok SinghalAsomiya yuva manchaPress Meet
publisher

publisher

Related Posts

মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম
Assam

October 20, 2026
বাতৰি কাকতৰ পৰা চাহ উদ্যোগলৈ, ব্যতিক্রমী মণ্ডপে আকৰ্ষণ কৰিছে ৰাইজক

October 19, 2026
কাতি বিহুৰ দিনা পুনৰ নগাঁৱত বুলড ‘জাৰৰে উৎখাত ৫৬০ পৰিয়ালক

মহানগৰীৰ পূজাত দিন-ৰাতি একাকাৰ
Assam

মহানগৰীৰ পূজাত দিন-ৰাতি একাকাৰ

October 19, 2026
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে

October 18, 2026
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d