Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Kanjhawala Girl Murder Case :  :নৱবৰ্ষৰ দিনটোত দিল্লীত উদ্ধাৰ যুৱতীৰ নগ্ন মৃতদেহ

publisher by publisher
January 2, 2023
in India, News
Reading Time: 2 mins read
0
Kanjhawala Girl Murder Case :  :নৱবৰ্ষৰ দিনটোত দিল্লীত উদ্ধাৰ যুৱতীৰ নগ্ন মৃতদেহ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

দিল্লীত গৰমৰ প্ৰকোপ , উত্তৰ-পশ্চিম ভাৰতত তাপপ্ৰবাহৰ সতর্কতা জাৰি

Kanjhawala Girl Murder Case :

c268a15c 0181 4606 9f8c 9d357e785854দেশৰ ৰাজধানীতে নৱবৰ্ষৰ প্ৰথম দিনটোতে উদ্ধাৰ হ’ল যুৱতীৰ নগ্ন মৃতদেহ ৷ আঘাতৰ চিন থকা যুৱতীক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ ৷ দিল্লীৰ মাজমজিয়াত সংঘটিত হোৱা এই হৃদয় বিদাৰক ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজধানী চহৰ খন ৷

ADVERTISEMENT

e25165e5 6153 41a9 bed6 4cb1485287ddপ্ৰাপ্ত খবৰ অনুসৰি, ৰাজধানী চহৰ খনৰ কাঞ্জাৱালা অঞ্চলত পাঁচ নিচাসক্ত যুৱকে স্কুটি চলাই থকা এগৰাকী ২০ বছৰীয়া যুৱতীক গাড়ীৰে খুন্দা মাৰে ৷পাছত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত যুৱতী গৰাকীক ১২ কিলোমিটাৰ পৰ্যন্ত চোঁচৰাই নিয়ে ৰাজপথৰে ৷ ফলত তেজেৰে তুমৰলি হৈ পৰা যুৱতী গৰাকী কিছু সময়ৰ পিছতে শেষ নিশ্বাস ত্যাগ কৰে ৷

পিছত পথৰ কাষতে আৰক্ষীয়ে মৃত অৱস্থাত নগ্নৰূপত উদ্ধাৰ কৰে যুৱতী গৰাকীৰ মৃতদেহ৷ আনহাতে আৰক্ষীৰ মাৰাথন অভিযানৰ মাজতে আৰক্ষী হাতত পৰা ভিডিঅ ফুটেজত দেখিবলৈ পায় যে যুৱতী গৰাকীক নিচাসক্ত যুৱক পাঁচজনে প্ৰথমে গাড়ীৰ খুন্দা মাৰি পাছতে গাড়ীৰে চোঁচৰাই নিয়ে ৷

চোঁচৰাই নিয়াৰ ফলত যুৱতী গৰাকীৰ দুয়োখন ভৰি, মুৰ আৰু শৰীৰৰ আন অংশত গুৰুতৰভাৱে আঘাত পাইছিল।ইতিমধ্যে আৰক্ষীয়ে বিশেষ সূত্ৰৰ পমখেদি ইতিমধ্যে পাঁচোজন অভিযুক্ত যুৱক ক্ৰমে মিথুন ৰায়,মনোজ মিত্তাল,দীপক খান্না,কৃষ্ণ ত্যাগি,অমিত খান্নাক গ্ৰেপ্তাৰ কৰিছে ৷

উল্লেখ্য যে ব্যক্তিগত প্ৰতিষ্ঠান এটাত কৰ্মৰত যুৱতী গৰাকী দেওবাৰে নিশা নিজৰ স্কুটীৰে গৃহাভিমুখী হোৱাৰ পথত সংঘটিত হয় লোমহৰ্ষক ঘটনাটি ৷

আৰক্ষীয়ে সংবাদ মাধ্যমক জানিব দিয়া মতে , নিশাৰ এই ঘটনাৰ পাছতে আৰক্ষীলৈ ফোন আহিছিল যে কাঞ্জাৱালা অঞ্চলৰ ৰাজপথৰ দাঁতিত এগৰাকী নগ্ন যুৱতীৰ মৃতদেহ পৰি আছে ৷ পাছত আৰক্ষী ততাতৈয়াকৈ উপস্থিত হৈ মৃতদেহ জিন্মাত লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে ৰাজধানী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DELHIKanjhawala Girl Murder Case
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d