Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

    খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Book Release : ড॰ মুকুল চক্ৰৱৰ্তীৰ বক্তৃতা বিষয়ক হাত পুথি ‘ভাষণ কলা’ উন্মোচন

উন্মোচক সংবাদ মহীৰূহ কনকসেন ডেকা

publisher by publisher
January 4, 2023
in Assam, India, News
Reading Time: 2 mins read
0
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Book Release :

আজি অগ্ৰদূত ভৱনৰ প্ৰেক্ষাগৃহত বিশাল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত এখন গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপক ড॰ মুকুল চক্ৰৱৰ্তীৰ দ্বাৰা ৰচিত ‘ভাষণ কলা’ শিৰোনামৰ বক্তৃতা বিষয়ক হাত পুথিখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সংবাদ মহীৰূহ, ঔপন্যাসিক অগ্ৰদূত কাকতৰ মুখ্য সম্পাদক কনকসেন ডেকাই ৷

ADVERTISEMENT

স্নাতকোত্তৰ বিভাগত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ পাঠ্যক্ৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰচনা কৰা বক্তৃতা বিষয়ক গ্ৰন্থখন স্কুলীয়া তথা কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন অনুষ্ঠানৰ মঞ্চত বক্তৃতা দিয়াৰ কলা আয়ত্ত কৰিব পাৰিব অন্যান্য পঢ়ুৱৈ সমাজেও ৷

উইনষ্টন চাৰ্চিল, হিটলাৰ, নেপোলিয়ন হীল, ডেল কাৰ্নেগীৰ লগতে অসমৰো সাহিত্যিক-ৰাজনৈতিক নেতা গৌৰীশংকৰ ভট্টাচাৰ্যৰ উদাহৰণেৰে উন্মোচক কনকসেন ডেকাই অসমীয়া ভাষাত এনে এখন গ্ৰন্থৰ অভাৱৰ কথা ব্যক্ত কৰি লেখক ড॰ মুকুল চক্ৰৱৰ্তীৰ শলাগ লয় ৷

‘‘ইংৰাজী বা অন্য ভাষাত এনেধৰণৰ বহু কিতাপ আছে ৷ অসমীয়া ভাষাত আজিলৈকে এনে গ্ৰন্থ দেখা নাই ৷ লেখা এটা যেনেদৰে মাধ্যম, তেনেদৰে বক্তৃতা দিয়াটোও এটা মাধ্যম ।

উইনষ্টন চাৰ্চিলো এগৰাকী ভাল বক্তা আছিল ৷ দ্বিতীয় মহাসমৰৰ সময়ত জাৰ্মানীৰ আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ তেওঁৰ বক্তৃতাই ইংৰাজসকলক মনোবল যোগাইছিল ৷”

তেওঁ লগতে কয়, “হিটলাৰ এজন সাধাৰণ ব্যক্তি আছিল, মিস্ত্ৰীৰ যোগালি হৈও নেতৃত্ব বহন কৰি সবল বক্তৃতাৰে দ্বিতীয় মহাসমৰত আগ্ৰাসী ভূমিকা ল’ব পাৰিছিল ৷

সুভাষ চন্দ্ৰ বসু, আমাৰ গৌৰীশংকৰ ভট্টাচাৰ্য আদিও ভাল বক্তা আছিল ৷ তেওঁলোকেও পৰিৱৰ্তন সাধিবলৈ সক্ষম হৈছিল ৷”

এই কিতাপখন উন্মোচন কৰিবলৈ পাই মই অতিশয় আনন্দিত ৷ গ্ৰন্থখনৰ পৰিসৰ বিস্তৃত কৰাৰ আশা কৰিলো বুলিও উন্মোচক ডেকাই কয় ৷

উল্লেখ্য যে বিশাল প্ৰকাশনৰ স্বত্বাধিকাৰ ব্ৰজেন্দ্ৰ নাথ ডেকায়ো এনে গ্ৰন্থৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰন্থখন প্ৰকাশ কৰিবলৈ পাই আনন্দিত হোৱাৰ কথা ব্যক্ত কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Agradoot BhawanBook ReleaseDr.Mukul ChakrabatiGuwahatikanaksen dekaVishal Publication
publisher

publisher

Related Posts

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক
Assam

তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

October 1, 2026
খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d