Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

    Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

    Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

    18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Hagrama Mahilary:হাগ্ৰামা মহিলাৰীৰ নতুন ৰূপ

মুখ্যমন্ত্ৰীক উচ্চ প্ৰশংসা , প্ৰমোদ বড়োক তীব্ৰ কটাক্ষ মহিলাৰীৰ

publisher by publisher
February 10, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Hagrama Mahilary:হাগ্ৰামা মহিলাৰীৰ নতুন ৰূপ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Bijni:বিজনীত বিজেপি প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ হৈ মাৰাথন প্ৰচাৰাভিযান হাগ্ৰামা মহিলাৰীৰ

বিজনীত অৰূপ কুমাৰ দে আৰামত জিকিবঃ হাগ্ৰামা 

BPF:বিপিএফত আৰম্ভ পৰিয়ালবাদ !

Hagrama Mahilary:

বড়োভূমিৰ সদৰ কোকৰাঝাৰত আজি ২১ সংখ্যক বিটিচি চুক্তি দিৱস উদযাপন কৰে বিপিএফ দলে ৷

ADVERTISEMENT

২০১৩ বৰ্ষত সেই সময়ৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ স’তে বি এল টি বিদ্ৰোহীৰ মাজত সম্পাদিত হৈছিল বিটিচি চুক্তি ৷ উল্লিখিত চুক্তি দিনটোত প্ৰতিবছৰে উদযাপন কৰি অহা হৈছে বিটিচি চুক্তি ৷

ঐতিহাসিক বিটিচি চুক্তিৰ দিনটোত আজি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ৰ চৌহদত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰক্ষ্মৰ প্ৰতিমুৰ্তি মাল্যাপনেৰে দিনযোৰা কাৰ্যসূচীৰ আৰম্ভ কৰে ৷

এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ বিটিচিৰ প্ৰাক্তন মুৰব্বী গৰাকীয়ে ভাষণ প্ৰসংগত কয়, ঐতিহাসিক বিটিচি চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰাটো চৰকাৰৰ প্ৰধান দায়িত্ব বুলি উল্লেখ কৰে ৷

আনহাতে আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত মহিলাৰীয়ে কয়,সংসদীয় নিৰ্বাচনত কোকোৰাঝাৰ আৰু মঙলদৈত বিপিএফে প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াব ৷

আনহাতে বিটিচিৰ বৰ্তমানৰ চীফ প্ৰমোদ বড়ো সম্পৰ্কত মহিলাৰীয়ে কয়, বড়ো এজন বেপাৰী মানুহ ৷ ইতিমধ্যে চৰকাৰৰ দ্বাৰা আৱন্টিত ধনৰ ব্যাপক অপব্যৱহাৰ কৰিছে প্ৰমোদ বড়োৱে ৷

সচাঁ অৰ্থত অডিট কৰিলে বিটিচি চৰকাৰ ধৰা পৰিব ৷ কিন্তু ইয়াৰ পৰা ৰক্ষা পাবলৈ ব্যক্তিগত খণ্ডৰ কোম্পানীৰ জৰিয়তে অডিট কৰিছে ৷ এই কাৰ্যৰ দ্বাৰা প্ৰমোদে নিজৰ মুৰ্খতাৰ পৰিচয় দিছে ৷

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে কয়, ৰাজনীতিত ক্ষেত্ৰত মতাদৰ্শ ভিন্ন হ’লেও ড:হিমন্ত বিশ্ব শৰ্মাৰ স’তে তেওঁৰ সম্পৰ্ক আজিও অক্ষুণ্ণ আছে বুলি প্ৰকাশ কৰে ৷

উল্লেখ্য যে,আৰ এছ এছৰ স’তে তেওঁৰ সম্পৰ্ক পূৰ্বৰে পৰা আছিল বুলি উল্লেখ কৰি কয়, আৰ এছৰ এছ নেতৃবৰ্গক নিয়মমাফিক সাক্ষাৎ কৰিবলৈহে গৈছিল ৷

ভৱিষ্যতে দলত্যাগ কৰি বিজেপিত যোগদান কৰিব বুলি সাংবাদিকে সোধা এক প্ৰশ্নত মহিলাৰীয়ে স্পষ্ট কৰি কয়, কেতিয়াও কোনো কাৰণত বিজেপিত যোগদান নকৰে ৷

উল্লেখযোগ্য বহু দিনৰ অন্তত বড়োলেণ্ডৰ অন্যতম বিৰোধী দল বি পি এফৰ কাৰ্যনিৰ্বাহক সভাখনি আজি চিৰাং জিলাা কাজলগাঁওত অনুষ্ঠিত হয় ৷

কাৰ্যনিৰ্বাহকতে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। কোকোৰাঝাৰত অনুষ্ঠিত বিটিচি চুক্তি দিৱসৰ মুল কাৰ্যসূচীত মহিলাৰীৰ সৈতে উপস্থিত থাকে বিপিএফৰ জ্যেষ্ঠ নেতৃবৰ্গৰ উপৰিও প্ৰাক্তন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষ্ম,বিধায়ক ৰবিৰাম নাৰ্জাৰী,বিটিচিৰ বিধানসভাৰ বিৰোধী দলপতি দেৰহাচাৎ বসুমতাৰী ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bpf Executive MeetingHagrama Mahilarykajalgaon
publisher

publisher

Related Posts

শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা
Assam

September 10, 2026
Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ
Assam

Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

September 10, 2026
Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড
Assam

Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

September 10, 2026
Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো
Assam

Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

September 10, 2026
Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা
Assam

Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

September 10, 2026
ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ
International

ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d