Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিটিআৰ চুক্তি ৰূপায়ণ আৰু বিটিচি নিৰ্বাচন একাকাৰ কৰি শাসকপক্ষই ৰাইজক বিভ্ৰান্তি কৰি ভোট আদায়ৰ নিকৃষ্ট ৰাজনীতি কৰি আছেঃটাইচন হুচেইন

samimsultana by samimsultana
November 11, 2020
in News, Politics
Reading Time: 1 min read
0
বিটিআৰ চুক্তি ৰূপায়ণ আৰু বিটিচি নিৰ্বাচন একাকাৰ কৰি শাসকপক্ষই ৰাইজক বিভ্ৰান্তি কৰি ভোট আদায়ৰ নিকৃষ্ট ৰাজনীতি কৰি আছেঃটাইচন হুচেইন
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

BTC:বিটিচিৰ এমচিএলএৰ বাবে ছয় সদস্য মনোনীত ৰাজ্যপালৰ

Hagrama Mohilary takes oath:কাইলৈ বিটিচিৰ মুৰব্বী হিচাপে শপত ল’ব হাগ্রামা মহিলাৰীয়ে

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা(এবিএমছু)ৰ সাধাৰণ সম্পাদক টাইচন হুচেইনে বিটিআৰ চুক্তি সন্দৰ্ভত চিৰাঙত বিস্ফোৰক মন্তব্য আগবঢ়াই । টাইচন হুছেইনে কয় যে বিটিআৰ চুক্তি ৰূপায়ণ আৰু বিটিচি নিৰ্বাচন শাসকপক্ষই আজিৰ তাৰিখত একাকাৰ কৰি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি ভোট আদায়ৰ নিকৃষ্ট ৰাজনীতি কৰি আছে। আচলতে বিটিআৰ চুক্তি ৰূপায়ণৰ পাছৰে পৰা ছাত্ৰ সংগঠনটোৱে একপক্ষীয় চুক্তি বুলি দাবী কৰি আছিল ।

ADVERTISEMENT

এই চুক্তিয়ে বিটিচি অঞ্চলৰ সকলো অজনজাতীয় লোকক সাংঘাতিকভাৱে ক্ষতি কৰিব। ইয়াত সকলো অধিকাৰ পদদলিত কৰাৰ লগতে ভূমিৰ অধিকাৰ কাঢ়ি লোৱা হৈছে। বাৰে বাৰে দাবী কৰি অহাৰ পিচতো শাসক পক্ষই আমাৰ কথাত কোনো গুৰুত্ব আৰোপ কৰা নাই। ছাত্ৰ নেতাজনে লগতে বিটিআৰ চুক্তিৰ দফাসমূহৰ সংশোধনৰ দাবী ইতিমধ্যে আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণৰ সন্দৰ্ভত মন্তব্য কৰে । কম দিনৰ ভিতৰতে ছাত্ৰ সংগঠন টোৱে আন্দোলন আৰম্ভ কৰিব।

বিটিআৰ চুক্তিৰ ৭.২ নং দফা মতে জনজাতীয় লোকৰ বাহিৰে আন লোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হৈছে । স্বাধীনতাৰ পাছৰে পৰা এই অঞ্চলত কোনো জৰীপ হোৱা নাই আৰু ভূমি পাট্টা প্ৰদান কৰা হোৱা নাই। গতিকে এই চুক্তিৰ দ্বাৰা দীৰ্ঘ দিনৰ পৰা বসবাস কৰি অহা লোকসকল ভূমিহীন হ’ব । ভূমিৰ সমস্যাটো এই অঞ্চলৰ প্ৰধান সমস্যা । গতিকে এই সমস্যাৰ সমাধাম নকৰি চৰকাৰে এনডিএফবি,এবছুৰে সৈতে চুক্তি কৰিলে অন্যান্য সকলো জনগোষ্ঠীক অন্ধকাৰত ৰাখিছে । তেওঁ আৰু কয় যে গতিকে চৰকাৰে যিহেতু আমাৰ কথা শুনা নাই ৷ গতিকে বঞ্চিত জনগণৰ বাবে থকা দুটা পথ এটা হৈছে অত্যাচাৰী সকলৰ বৈশ্যতা স্বীকাৰ কৰা যিটো আমি কেতিয়াও নকৰো আৰু আনটো হৈছে আন্দোলন কৰা । গতিকে আমি নিজৰ অধিকাৰৰ আদায় নোহোৱালৈকে আন্দোলন কৰি যাম ৷

বিটিচিৰ লাখ লাখ জনসাধাৰণক এবিএমছুয়ে আন্দোলন কৰিব। আজি বিটিচিৰ যিসমূহ ৰাজনৈতিক দলে বিটিচি নিৰ্বাচনক লৈ ৰাজনীতি কৰিছে তেওঁলোকে কৈ আছে যে ভূমিৰ অধিকাৰ দিব,সম অধিকাৰ বা সম মৰ্য্যাদা দিব । কিন্ত দিব কিদৰে ? কোন খন চুক্তি বা নীতিৰ আধাৰত দিব বুলি প্ৰশ্ন কৰাৰ লগতে কয় যে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৰ হাতত আলাউদ্দিনৰ চাকি আছে নেকি ? তেওঁ প্ৰমোদ বড়োক প্ৰত্যাহ্বান জনাই কয় যে প্ৰমোদ বড়োৰ যদি সৎ সাহস আছে তেন্তে বিটিআৰ চুক্তি লৈ ৰাজনীতি কৰাৰ অধিকাৰ আছে কৰক ৷ কিন্তু ইয়াৰ পূৰ্বে বিটিআৰ চুক্তিৰ সকলো দফাসমূহ এবাৰ ৰাইজক জনাওক। তাত কি লিখা আছে সেয়া ৰাইজেও শুনক ।

তাৰ পিচত যদি ৰাইজে সমৰ্থন কৰে তাত ক’বলগীয়া নাই।স্পষ্ট কথা যে বিটিআৰ চুক্তি লৈ তেওঁলোকে ৰাজনীতি কৰিছে। মিছা মাতিছে । গতিকে ইয়াৰ অধিকাংশ লোকৰ অধিকাৰ খৰ্ব কৰাৰ বাবে প্ৰমোদ বড়োই ৰাজনীতি কৰি আছে বুলি অভিযোগ কৰে ছাত্ৰ নেতা টাইচন হুচেইনে । তেওঁ লগতে কয় যে বিগত সময়ছোৱাত যিদৰে হাগ্ৰামা মহিলাৰীয়ে প্ৰতাৰণা কৰিলে একেদৰেই পৰিৱৰ্তনৰ নামত প্ৰমোদ বড়োও প্ৰতাৰণা কৰিব সেয়া নিশ্চিত ।

এবিএমছুয়ে আজিলৈ কোনো ৰাজনৈতিক দলক সমৰ্থন কৰা নাই বুলি স্পষ্ট কৰি দি কয় যে প্ৰাক্তন কৰ্মীসকলে যদি ৰাজনৈতিক দলত গৈছে তাত ক’বলগীয়া নাই । কিন্তু আমি দীৰ্ঘদিনেই আন্দোলন কৰি আছো আন্দোলন কৰিয়ে যাম বুলি কোৱাৰ লগতে কয় যে ইতিমধ্যে আমি মন্ত্ৰী হিমন্ত বিশ্বক লগ ধৰি এইবিষয়ে জনোৱা হৈছে ।

গতিকে এই বিষয়ে কম সময়ৰ ভিতৰতে ৰাজ্যিক পৰ্যায়ত বিটিআৰ চুক্তি লৈ গুৱাহাটীত এক বুদ্ধিজীৱি সন্মিলন কৰি আন্দোলন কৰাৰ ব্যৱস্থা কৰা হ’ব বুলিও জনায় ছাত্ৰ নেতা জনে। তেওঁ লগতে কয় যে ইতিমধ্যে বিটিচিৰ চুকে কোনে বিটিআৰ চুক্তিৰ ভয়ানক দিশৰ বিষয়ে ৰাইজক অৱগত কৰাৰ বাবে সভা সমিতি আদি কৰা হৈ আছে । আজিও ছাত্ৰ সংগঠনটোৱে চিৰাং জিলাৰ কে’বাঠাইত সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰাৰ চেষ্টা কৰা হৈ আছে বুলিও জনায় এবিএমছুৰ সাধাৰণ সম্পাদক টাইচন হুচেইনে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ABMSUBTC
samimsultana

samimsultana

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d