ASSEC:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:পিছুৱাই দিয়া হ’ল মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী ৷ পূৰ্বৰ সময় অনুসৰি নহয় পৰীক্ষা ৷ বানপানী আৰু লোকপিয়লৰ কাম-কাজৰ বাবে এই সিদ্ধান্ত লোৱা হয়।
ADVERTISEMENT
আনহাতে ২০২৭ চনৰ ২২ ফেব্ৰুৱাৰীলৈ দশম শ্ৰেণীৰ নিয়মীয়া পাঠদান চলিব ৷ একেদৰে ৮ মাৰ্চলৈকে চলিব দ্বাদশ শ্ৰেণীৰ পাঠদান ৷ অৱশ্যে অচিৰেই মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ সময়সূচী পুনৰ নিৰ্ধাৰণ কৰা হব বুলি মঙলবাৰে এক জাননী যোগে সদৰি কৰে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ৷































