Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Rahul Gandhi Pressmeet In Delhi Aicc Office :লোকসভাৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰথম খন সংবাদমেল সম্বোধন

publisher by publisher
March 25, 2023
in India, News
Reading Time: 2 mins read
0
Rahul Gandhi Pressmeet In Delhi Aicc Office :লোকসভাৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰথম খন সংবাদমেল সম্বোধন
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

Rahul Gandhi Pressmeet In Delhi Aicc Office :

লোকসভাৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি কংগ্ৰেছৰ নতুন দিল্লীস্থ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে ৷

ADVERTISEMENT

কেৰালাৰ ৱায়ানাডৰ সংসদীয় সমষ্টিৰ সদ্য প্ৰাক্তন সাংসদজনে কয়, যে তেওঁ “ভাৰতক প্ৰশ্ন সুধিব আৰু গণতন্ত্ৰৰ ৰক্ষাৰ অব্যাহত ৰাখিব অবিৰত যুঁজ ।

গান্ধীয়ে কয়, “মই পূৰ্বেও বহুবাৰ কৈছো যে দেশত গণতন্ত্ৰক আক্ৰমণ কৰা হৈছে। আমি প্ৰতিদিনে ইয়াৰ উদাহৰণ দেখি আছো। মই প্ৰধানমন্ত্ৰী মোডী আৰু আদানিৰ মাজৰ সম্পৰ্ক সন্দৰ্ভত সংসদত প্ৰশ্ন সুধিছিলো।” তেওঁ লগতে কয়, “সংসদত দিয়া মোৰ ভাষণ প্ৰত্যাহাৰ কৰা হৈছিল, আৰু পিছত মই লোকসভাৰ অধ্যক্ষলৈ এই সন্দৰ্ভত উত্তৰ বিচাৰি পত্ৰ লিখিছিলো।

আনহাতে কেইবা গৰাকী মন্ত্ৰীয়ে মোৰ বিষয়ে মিছা কৈছিল, যে মই বিদেশী শক্তিৰ পৰা সহায় বিচাৰিছিলো। কিন্তু মই এনেকুৱা কোনো কাম কৰা নাই।

মই পুনৰ দৃঢ়তাৰে কও,মই প্ৰশ্ন কৰা বন্ধ নকৰো, মই প্ৰধানমন্ত্ৰী মোডী আৰু আদানিৰ মাজৰ সম্পৰ্কক লৈ প্ৰশ্ন কৰি থাকিম… মই প্ৰশ্ন কৰা অব্যাহত ৰাখিম আৰু ভাৰতত গণতন্ত্ৰৰ বাবে যুঁজ দি যাম।”

উল্লেখ্য যে,গুজৰাটৰ এখন আদালতত ২০১৯ চনৰ এটা মানহানি গোচৰত দোষী সাব্যস্ত হয় কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনীয়া তনয় ৰাহুল গান্ধী ।
‘মোদী উপাধি’ক লৈ কৰা এক মন্তব্যক লৈ দোষী সাব্যস্ত হোৱা ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড ৰায় দিয়ে চুৰাটৰ চেছন ন্যায়াধীশৰ আদালতে।

অৱশ্যে তাৰ পিছতে জামিন লাভ কৰে কংগ্ৰেছ নেতাজনে। উক্ত গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছতে শুক্ৰবাৰে লোকসভা সচিবালয়ে এক জাননী যোগে খাৰিজ কৰে ৰাহুল গান্ধীৰ সাংসদ পদ।

কংগ্ৰেছৰ সদৰ দপ্তৰত অনুষ্ঠিত প্ৰেছ কনফাৰেন্স খনত কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গান্ধীয়ে আৰু কয় যে, “প্ৰধানমন্ত্ৰীক সদনত ধাৰাবাহিকভাৱে আদানী সম্পৰ্কত সোধা প্ৰশ্নৰ পৰা ৰক্ষা কৰিবলৈ এই গোটেই নাটকখন ৰচনা কৰা হৈছে- কোনে ২০,০০০ কোটি টকা আদানিৰ শ্বেল কোম্পানীলৈ নিছিল? মই এই ভাবুকি, অযোগ্যতা বা কাৰাগাৰৰ শাস্তিৰ বাবে ভয় নকৰোঁ,” ।

তেওঁ লগতে কয়, ” মই কেৱল সঁচা কথা কওঁ, এইটো মোৰ কাম আৰু মই অযোগ্য হ’লেও বা গ্ৰেপ্তাৰ হ’লেও এইটো কৰি থাকিম। এই দেশখনে মোক সকলো দিছে আৰু সেয়েহে মই এনে কাম কৰো আৰু কৰি যাম ৷”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AICC HQDELHIPressmeetRahul Gandhi
publisher

publisher

Related Posts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

September 26, 2026
বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d