Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Sarbanandra Sonowal:ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা সামুদ্রিক সজাগতা ৱাকাথনৰ ফ্লেগ্‌ অফ

সামুদ্রিক খণ্ডত মহিলা নাবিকসকলে আগবঢ়োৱা অভূতপূর্ব অৱদানৰ বাবে ভূয়সী প্ৰশংসা সোণোৱালৰ

publisher by publisher
April 5, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Union Minister Sarbanandra Sonowal:ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দ্বাৰা সামুদ্রিক সজাগতা ৱাকাথনৰ ফ্লেগ্‌ অফ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Union Minister Sarbanandra Sonowal:বিকশিত ভাৰতৰ বাবে আমি দৃঢ় সংকল্পবদ্ধ”: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Yoga Divas At Dibrugarh University:হাজাৰ হাজাৰ লোকৰ সক্ৰিয় অংশগ্রহণেৰে মুখৰিত ডিব্ৰুগড়ৰ যোগ মহোৎসৱ

Foundation Day Celebrations At Pradesh BJP office:দলৰ প্ৰতিষ্ঠা দিৱসত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ মন্তব্য নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পৃথিৱীত শান্তি স্থাপন আৰু গণতন্ত্ৰ সৱল হ’ব”

Union Minister Sarbanandra Sonowal:

দেশৰ ৬০ সংখ্যক ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উপলক্ষে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জনপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে আজি নতন দিল্লীত ‘সামুদ্রিক সজাগতা ৱাকাথন’ৰ শুভাৰম্ভ কৰে।

ADVERTISEMENT

অনুষ্ঠানটোত উপস্থিত থকা সকলোকে সর্বানন্দ সোণোৱালে শুভেচ্ছা জ্ঞাপন কৰে আৰু নাবিক, বন্দৰ কৰ্মী তথা সামুদ্রিক খণ্ডৰ সৈতে জড়িত সকলোকে তেওঁলোকৰ দৃঢ়তা, সমৰ্পিত সেৱা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে অভিবাদন জনায়।

ভাৰতৰ অৰ্থনৈতিক বিকাশৰ বাবে সামুদ্রিক খণ্ডৰ গুৰুত্বৰ সন্দৰ্ভত আলোকপাত কৰি সৰ্বানন্দ সোণোৱালে কয়, “জাহাজ পৰিবহণ খণ্ড হৈছে দেশৰ সমৃদ্ধিৰ জীৱনৰেখা স্বৰূপ আৰু এক ব্যয় সাপেক্ষ, কম খৰচী আৰু দূৰত্ব হ্ৰাস কৰা উত্তম মাধ্যম।

সেয়েহে সামুদ্রিক তথা জাহাজ পৰিবহণ খণ্ডৰ উত্তৰণত আমাৰ চৰকাৰে বিশেষ অগ্ৰাধিকাৰ দিছে। উল্লেখযোগ্য যে, এইটো প্রথম ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস যিটো আমি অমৃতকালৰ ভিতৰত উদযাপন কৰি আছোঁ।

দেশৰ অমৃতকালত জাহাজ পৰিবহণ তথা সামুদ্রিক খণ্ডই আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ দিশত নতুন দিগন্তৰ সূচনা কৰিব।” তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত অমৃতকালৰ ভিতৰত আমাৰ দেশৰ দৃষ্টিভংগী হৈছে যুৱচামৰ বাবে বিভিন্ন নিযুক্তিৰ সুযোগ সৃষ্টি কৰা।

তেখেতৰ গতিশীল নেতৃত্বতে আমি মেৰিটাইম ইণ্ডিয়া ভিজন, ২০৩০ আৰু প্রধানমন্ত্ৰী গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন তথা ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ সৈতে ২০৩৫ চনৰ ভিতৰত সাগৰমালাৰ লক্ষ্যত উপনীত হ’বলৈ নিৰৱচ্ছিন্ন কাম কৰি আছোঁ।

আমি জাহাজ পৰিবহণ খণ্ডক দ্রুতগতিত বিকশিত খণ্ড হিচাপে গঢ়ি তুলিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব যাতে ভাৰত সামুদ্রিক আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশ্বৰ নেতৃত্ব বহন কৰাৰ লগতে সামুদ্রিক অর্থনীতিৰ মুখ্য বাহক হ’ব পাৰে।”

সামুদ্রিক খণ্ডত মহিলা নাবিকসকলে পালন কৰি অহা গুৰুত্বপূৰ্ণ ভূমিকা আৰু তেওঁলোকে আগবঢ়োৱা অভূতপূর্ব অৱদানৰ বিশেষকৈ শলাগ লয় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে।

উল্লেখযোগ্য যে, ১৯১৯ চনৰ ৫ এপ্ৰিলত প্ৰথমবাৰৰ বাবে ভাৰতীয় কোম্পানী সিন্ডিয়া ষ্টীম নেভিগেশান কোম্পানী লিমিটেডৰ গ্ৰছ এছ লয়েলটী নামৰ জাহাজখনে বাণিজ্যৰ বাবে ভাৰতৰ পৰা লণ্ডন অভিমুখে যাত্ৰা কৰিছিল।

সেই ঐতিহাসিক পৰিঘটনাৰ স্মৃতিত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রালয়ে প্ৰতি বছৰে পাঁচ এপ্ৰিলত ৰাষ্ট্ৰীয় সামুদ্রিক দিৱস উদযাপন কৰে।

ভাৰতীয় অৰ্থনীতিৰ বিকাশত সামুদ্রিক বাণিজ্যৰ গুৰুত্বপূৰ্ণ ভূমিকা আৰু বিশ্ব বাণিজ্যত ইয়াৰ কৌশলগত অৱস্থানৰ দিশত ৰাষ্ট্ৰীয় সামুদ্রিক দিৱসৰ তাৎপৰ্য অত্যন্ত প্ৰাসংগিক আৰু উল্লেখযোগ্য।

আজিৰ এই অনুষ্ঠানত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পদ য়েছ নায়েক প্ৰমুখ্যে মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল, ৰাষ্ট্ৰীয় শিপিং ব’ৰ্ডৰ বিষয়া আৰু সংশ্লিষ্ট আন বিষয়াসকল তথা গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: National Sea DayUnion Minister Sarbanandra Sonowal
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d