Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 Kurshakati M E & L P School :ভাড়াতীয়া শিক্ষকৰে চলিছে এখন বিদ্যালয়

 ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত জীৱনক লৈ হেতালি শিক্ষা বিভাগৰ 

publisher by publisher
May 13, 2023
in Assam, India, News
Reading Time: 3 mins read
0
 Kurshakati M E & L P School :ভাড়াতীয়া শিক্ষকৰে চলিছে এখন বিদ্যালয়
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

Upendra Nath Brahma Award:ভূটানৰ ৰাণীৰ মাতৃ আশী দর্জী ৱাংমো ৱাংচুকলৈ উপেন্দ্র নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা

Kurshakati M e & L p School :

অসমৰ শিক্ষা ব্যৱস্থাৰ উন্নয়ন আৰু অগ্ৰগতি কৰিবলৈ চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে তেনে সময়ত এখন বিদ্যালয় শিক্ষকৰ অভাৱত মৃত্যুৰ দিশে গতি কৰিছে। যি সময়ত গুণগত শিক্ষাৰ কথা কোৱা হৈছে আৰু উপযুক্ত শিক্ষা প্ৰদানৰ লক্ষ্যৰে বিভিন্ন আঁচনি প্ৰস্তুত কৰা হৈছে তেনে সময়ত কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অধীনস্থ এখন স্কুলৰ দুৰৱস্থাই ছাত্ৰ- ছাত্ৰীৰ লগতে অভিভাৱকক হতাশ কৰি তুলিছে ।

ADVERTISEMENT

। পৰ্বতঝোৰা শিক্ষা খণ্ডৰ কুৰ্ষাকাটি এম ই আৰু এল পি স্কুল একেলগে সংলগ্ন। পূৰ্বতে পৃথকে পৃথকে আছিল যদিও কেবা বছৰ পূৰ্বে দুয়োখন স্কুল একত্ৰিত কৰে বিভাগে। বৃহত্তৰ অঞ্চল সাঙুৰি লোৱা কুৰ্ষাকাটি এম ই স্কুলত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যথেষ্ট। পূৰ্বতে প্ৰায় ৮ গৰাকী শিক্ষক আছিল।

কিন্তু এজনৰ পিছত আনজন শিক্ষক অৱসৰ গ্ৰহণ কৰাত এতিয়া মাত্ৰ দুজন শিক্ষক আছে। তাৰে ভিতৰত এজন এল পি স্কুলৰ প্ৰধান শিক্ষক আৰু আনজন টেট শিক্ষক। এই দুজন শিক্ষকে দীৰ্ঘদিন ধৰি স্কুলখন কোনো মতে চলাই আহিছে ।

প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ -ছাত্ৰী থকা স্কুলত দুই গৰাকী শিক্ষকে চকুৰে বাট নেদেখা হোবাই নহয় সাগৰৰ মাজত যেন সাঁতুৰী আহিছে । শিক্ষকৰ অভাৱত স্কুলৰ ছাত্ৰ- ছাত্ৰী সকলে উপযুক্ত শ্ৰেণী কাৰ্য, পাঠ আহৰণৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ অভিভাৱকৰ।

অৱসৰ গ্ৰহণ কৰি  শিক্ষক বিহীন হোৱাৰ পিছতো খবৰ নাই পৰ্বতঝোৰা শিক্ষা বিভাগৰ। স্কুলত শ্ৰেণী আৰু ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক নথকাত প্ৰায় দিনে শ্ৰেণী কাৰ্য ভালদৰে নহয়। ছাত্ৰ -ছাত্ৰী পাঠ গ্ৰহণ কৰিব নোৱাৰে।

শিক্ষকৰ অভাৱে যেন স্কুলৰ শৈক্ষিক পৰিৱেশ বিঘ্নিত হৈছে। মৃত্যুৰ দিশে গতি কৰা স্কুলখন ঘূৰাই আনিবলৈ আৰু দেশৰ ভবিষ্যত সম্পদ বুলি কোৱা ছাত্ৰ- ছাত্ৰীৰ জীৱনৰ ওপৰত ভিত্তি কৰি স্কুল পৰিচালনা সমিতি, অভিভাৱক আলোচনা কৰি চাৰি গৰাকী শিক্ষক সহায়ক হিচাবে লয়। ভাড়াত লোৱা চাৰি গৰাকী শিক্ষক অহা পিছত কিছু সকাহ লাভ কৰাই নহয় ছাত্ৰ- ছাত্ৰী সকলে সাধ্য অনুপাতে শ্ৰেণী কাৰ্য আহৰণ কৰি আহিছে।

স্কুলৰ দুগৰাকী শিক্ষকৰ লগতে ভাড়াতীয়া  চাৰি গৰাকীসহ ৬ গৰাকী শিক্ষক আছে। কিন্তু তথাপিও এই কেইজন শিক্ষক স্কুলৰ শ্ৰেণী কাৰ্য ভালদৰে চলাব পৰা নাই ৬টা শ্ৰেণীত গ’লে দুটা খালি হৈ থাকে। এই সন্দৰ্ভত স্থানীয় ৰাইজৰ লগতে শিক্ষক ইয়াৰ পূৰ্বে একাধিকবাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে পৰ্বতঝোৰা খণ্ড শিক্ষা বিষয়া গৰাকীক অৱগত কৰিও কোনো সঁহাৰি লাভ নকৰাত হতাশ হৈ পৰিছে।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে পৰ্বতঝোৰা খণ্ড শিক্ষা বিভাগৰ অধীনস্থ বহুত স্কুলত শিক্ষক আছে কিন্তু ছাত্ৰ -ছাত্ৰীৰ সংখ্যা কম। তেনে স্কুলৰ পৰা শিক্ষক আনি এইখন বিদ্যালয়ত দিব পাৰে যদিও সেয়া আজিও নকৰাত স্কুল চলাবলৈ অক্ষম হৈ পৰিছে। ৰাজ্য চৰকাৰে নতুনকৈ শিক্ষক নিযুক্তি দিবলৈ আগবাঢ়িছে ।

সেই বাবে কুৰ্ষাকাটি এম ই স্কুলত কমেও পাঁচ গৰাকী নতুন শিক্ষক নিযুক্তি দিয়াৰ বাবে কৰ্তৃপক্ষই আহ্বান অভিভাৱক তথা স্কুল পৰিচালনা সমিতিৰ। উল্লেখ যে দীর্ঘ কেবা বছৰ ধৰি স্কুলখনত নাই এজন বিজ্ঞান শিক্ষক। বিজ্ঞান শিক্ষক অবিহনে চলিছে এইখন স্কুল। শিক্ষকবিহীন এখন স্কুলৰ ছাত্ৰ- ছাত্ৰী গুণ গত শিক্ষা কেনে পাব পাৰে তাক স্পষ্ট কৰি তুলিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: KokrajharKurshakati M E & L P SchoolParbatjhoraTenant Teacher
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d