Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

North-Easr Public Relation Conclave'২৩:‘নৰ্থ ইষ্ট পালিক ৰিলেশ্বন কনক্লেভ ২০২৩’ৰ আয়োজন

publisher by publisher
May 18, 2023
in Assam, India, News
Reading Time: 1 min read
0
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Unidentified Body Recovered In Sangsari:চাংসাৰিত ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত উদ্ধাৰ ট্ৰাক চালকৰ মৃতদেহ

Gutka Seized in Sangsari:চাংসাৰিৰ পৰা জব্দ ৯০০ বস্তা গুটখা

North-Easr Public Relation Conclave’২৩:

ADVERTISEMENT

পাবলিক ৰিলেশ্বন চ’ছাইটী অব্ ইণ্ডিয়া, গুৱাহাটী শাখাৰ উদ্যোগত আৰু ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিশন প্ৰতিষ্ঠানৰ সহযোগত অহা ২০ আৰু ২১ মে’ত গুৱাহাটীৰ চাংসাৰীত অৱস্থিত প্ৰতিষ্ঠানৰ চৌহদত ‘নৰ্থ ইষ্ট পাবলিক ৰিলেশ্বন কনক্লেভ ২০২৩’ ৰ আয়োজন কৰা হৈছে।

২০ মে’ৰ দিনৰ ১০.৩০ বজাত অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ’ব। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ প্ৰধান সচিব ড° বি. কল্যাণ চক্ৰৱৰ্তী, আই এ এছ আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব পি আৰ এছ আইৰ ৰাষ্ট্ৰীয় সভাপতি ড° অজিত পাঠক।

এইবাৰৰ অনুষ্ঠানটোৰ বিষয়বস্তু হৈছে ‘সৃজনশীলতা, বহনক্ষমতা আৰু জনসংযোগ। উক্ত বিষয়বস্তুৰ লগত সংগতি ৰাখি ২০ আৰু ২১ মে’ত প্রতিদিনে তিনিখনকৈ বিশেষ কাৰিকৰী আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে ।

মুম্বাই চলচ্চিত্ৰ উদ্যোগৰ OTT ক্ষেত্ৰত কৰ্মৰত ড° অমৃতা গোস্বামীয়ে আঞ্চলিক ভাষাত নির্মিত চলচ্চিত্ৰক কেনেকৈ OTT মাধ্যমত মুক্তি দিব পৰা পৰা যায় সেই সন্দৰ্ভত বিশেষ ভাষণ প্রদান কৰিব। মণিপুৰৰ ৰাষ্ট্ৰীয় পদকপ্রাপ্ত চলচ্চিত্র নির্মাতা হাওরাম পবন কুমাৰে বৰ্তমান সময়ৰ পৰিৱৰ্তনশীল ব্যৱস্থাত চলচ্চিত্র নির্মাণত সন্মুখীন হোৱা জটিলতা আৰু সুযোগৰ ওপৰত ভাষণ প্ৰদান কৰিব।

বিয়লি ২.৩০ বজাত আঞ্চলিক চলচ্চিত্র উদ্যোগত উন্নতমানৰ চলচ্চিত্ৰ নিৰ্মাণ প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ’ব। আলোচনা চক্ৰখনত অংশ ল’ব ড° অমৃতা গোস্বামী, হাওবাম পবন কুমাৰ, অধ্যাপক ফাৰুক ইকবাল আৰু আঁত ধৰিব মেঘালয়ৰ চলচ্চিত্ৰ নিৰ্মাতা ড:মিনিক চাংমাই।

২১ মে’ৰ প্ৰথমখন আলোচনা চক্ৰৰ বিষয়বস্তু হ’ল প্ৰকৃতি সংৰক্ষণৰ বাবে জনজাগৰণ সৃষ্টি কৰাত চলচ্চিত্ৰ আৰু তথ্যচিত্ৰৰ ভূমিকা। ইয়াত ভাগ ল’ব বিশিষ্ট প্রকৃতিপ্রেমী পদ্মশ্ৰী বঁটাপ্ৰাপক যাদৱ পায়েং, প্ৰবক্তা সঞ্জীৱ পৰাশৰ আৰু আঁত ধৰিব গুৱাহাটী দূৰদৰ্শনৰ কাৰ্যবাহী বিষয়া সুৰজিৎ সিন্হা ৰয়ে।

দ্বিতীয়খন আলোচনা চক্ৰত অংশ ল’ব বিশিষ্ট প্রকৃতিকর্মী ৰিটুৰাজ ফুকনে। আলোচনাৰ বিষয়বস্তু হ’ল ‘প্ৰকৃতিৰ বহনক্ষমতা আৰু চলচ্চিত্ৰ নিৰ্মাণ’। দ্বিতীয়দিনা ৰ অন্তিমখন আলোচনা চক্ৰৰ বিষয়বস্তু হ’ল ‘সীমিত বাজেটেৰে চলচ্চিত্র নির্মাণ, জনপ্রিয় চলচ্চিত্র নির্মাতা কেনি বসুমতাৰীয়ে উক্ত বিষয়ত ভাষণ প্ৰদান কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bhupen Hazarika Regional GOVTFilm And Television InstituteNorth-Easr Public Relation ConclaveSangsari
publisher

publisher

Related Posts

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!
International

কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

October 3, 2026
বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d