Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

    জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’

    জুবিন গাৰ্গৰ পৰাই শিকিছো প্রেম-ভালপোৱা, ইয়াত সকলো এটা পক্ষ

    জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

    মুঠ শুল্ক ১১২ শতাংশ হ’বগৈ! প্রত্যাহ্বানৰ মুখত ভাৰতীয় অর্থনীতি

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cacher Incident :কাছাৰত বাগ্‌সাৰ নবোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা

স্বামী-শহুৰৰ বিৰুদ্ধে হত্যাৰ অভিযোগ পৰিয়ালৰ, আনন্দ বজাৰ বৰটাৰীৰ পিতৃগৃহত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন

publisher by publisher
May 24, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Cacher Incident :কাছাৰত বাগ্‌সাৰ নবোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Cacher Incident :

কাছাৰৰ উধাৰবন্দত বাগ্‌সাৰ আনন্দ বজাৰৰ নবোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা ৷ বাগ্‌সাৰ শালবাৰীৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত বৰটাৰীৰ বাসগৃহত আজি মৃতদেহ আহি পোৱাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷

ADVERTISEMENT

সোমবাৰে নিশা বৰটাৰীৰ কৰিশ্মা তালুকদাৰক স্বামী,শহুৰে মিলি হত্যাৰ অভিযোগ কৰিশ্মাৰ পৰিয়ালৰ ৷ ইতিমধ্যে ঘটনাক লৈ বাগ্‌সাৰ শালবাৰীৰ বৰটাৰীত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

উল্লেখ্য যে, মাত্ৰ চাৰিমাহ পূৰ্বে ৰঙিয়াৰ দেৱেন দাসৰ পুত্ৰ পল্লৱ দাসৰ সৈতে বিবাশপাশত আবদ্ধ হৈছিল বাগ্‌সাৰ বৰটাৰীৰ পিতৃহীনা কৰিশ্মা তালুকদাৰ ৷ বিবাহৰ কেইটামান দিন পিছতে কৰ্মসূত্ৰে কাছাৰৰ উধাৰবন্দত পত্নী, পিতৃৰ সৈতে ভাৰাঘৰত আছিল পল্লৱ দাস ৷

আজি কৰিশ্মাৰ মৃতদেহ বৰটাৰীৰ পিতৃ গৃহলৈ আহি পোৱাৰ পিছতে এক শোকাকুল পৰিৱেশে বিৰাজ কৰে ৷ কৰিশ্মাৰ পৰিয়ালে উত্থাপন কৰা অভিযোগ অনুসৰি হত্যা কৰা হৈছে কৰিশ্মাক ৷

যিটোক আত্মহত্যাৰ ৰূপ দিছিল স্বামী পৰিয়ালে৷ উল্লেখ্য যে, ২২ মে অৰ্থাৎ সোমবাৰে নিশা কৰিশ্মাই বিহপান কৰি আত্মহত্যা কৰা বুলি পৰিয়ালক খবৰ দিছিল পল্লৱে ৷

কিন্তু উধাৰবন্দ আৰক্ষীয়ে চীপ লৈ আত্মহত্যা কৰা বুলি পৰিয়ালক জানিবলৈ দিয়াৰ পিছতে স্পষ্ট হৈ পৰে এয়া যে এক হতাকাণ্ডৰ ঘটনা ৷

ইফালে আজি কৰিশ্মাৰ মৃতদেহ পিতৃ গৃহত আহি পোৱাৰ পিছতে পল্লৱৰ ৰঙিয়াৰ পৰিয়ালৰ লোকো আহি উপস্থিত হৈ শোকত ভাগি পৰে কৰিশ্মাৰ পিতৃ গৃহত ৷

পৰিয়ালে জনোৱা অনুসৰি প্ৰায়েই মদ খাই মাতাল হৈ থকা আছিল পল্লৱ ৷ স্বামীৰ মৃত্যুৰ পিছত দুই কন্যাৰ সৈতে জীৱন অতিবাহিত কৰি যোৱা বছৰত দুয়োগৰাকী কন্যাৰ বিবাহ সম্পন্ন কৰিছিল মাতৃ বাসন্তী তালুকদাৰে ৷

কৰিশ্মাৰ পিতৃ পৰিয়ালে ঘটনাৰ উচিত তদন্ত কৰি দোষী পল্লৱ দাস আৰু পিতৃ দেবেন দাসৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনৰ ওচৰত দাবী জনাইছে ৷ ইফালে আজি দিনৰ ভাগত নিজ পিতৃগৃহত নবোৱাৰী কৰিশ্মা তালুকদাৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cacher INCIDENTDoughter-in-low'S Mysterious Death
publisher

publisher

Related Posts

ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।
International

September 20, 2026
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতক প্ৰতিনিধিত্ব কৰি শনিবাৰে ভাষণ প্ৰদান কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে
India

পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই
Entertainment

পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

September 20, 2026
সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 
India

সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

September 20, 2026
এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক
International

এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

September 20, 2026
পানীৰ পাইপ মেৰামতি কৰোতে উদ্ধাৰ হোৱা প্ৰাচীন শিলৰ অস্ত্ৰই দিলে সন্ধান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d