Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Nagalend Incident:নাগালেণ্ডত উত্তপ্ত পৰিস্থিতি

টাছু সভাপতিক নৃশংসভাৱে হত্যা, ক্ষুব্ধ লোকে জ্বলালে হত্যাকাৰীৰ বাসগৃহ

publisher by publisher
May 26, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Nagalend Incident:নাগালেণ্ডত উত্তপ্ত পৰিস্থিতি
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Messive Wildfire Broke in Dzukou Valley:নগালেণ্ডৰ জক’ উপত্যকাৰ বনজুই বিয়পিল মণিপুৰলৈ

অন্তর্ভুক্ত হ’ল নগালেণ্ড-মেঘালয়ৰো দুই ঠাই

নগালেণ্ডৰ ইতিহাসত নতুন অধ্যায়: ১৮টাকৈ দোৱানৰ ব্যাকৰণ ৰচনাৰ পদক্ষেপ

Nagalend Incident:

প্ৰতিবেশী ৰাজ্য নাগালেণ্ডৰ ম’ন জিলাত উত্তপ্ত পৰিস্থিতি। ড্ৰাগছৰ বিৰুদ্ধে সততে সৰব হোৱা এজন ছাত্ৰ নেতাক দুৰ্বৃত্তই ঘপিয়াই নৃশংসভাৱে হত্যা কৰাৰ পাছতে সমগ্ৰ অঞ্চলটোত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। নিহত যুৱকজন টিজিত এৰিয়া ষ্টুডেণ্ট ইউনিয়ন ( টাছু )ৰ একছন কমিটিৰ সভাপতি আহুৱা কন্যাকক ৷

ADVERTISEMENT

স্মতৰ্ৱ্য যে,শেহতীয়াকৈ নাগালেণ্ডৰ ম’ন জিলাত ড্ৰাগছৰ মুক্ত প্ৰচলন হোৱাত একাংশ যুৱক ইয়াৰ গ্ৰাসত পৰি সৰ্বস্বান্ত হোৱাক লৈ ড্ৰাগছৰ বিৰুদ্ধে স্থানীয় বহু কেইটা নাগা সংগঠনে সৰব হৈ পৰে।

আজি নাগা জনগোষ্ঠীৰ সংগঠনৰ স’তে টাছু’’ৰ একশ্যন কমিতিৰ সভাপতি আহুৱা কন্যাকে একাংশ স্থানীয় নাগা লোকক লগত লৈ টিজিট, নামছা আদি অঞ্চলত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাই৷ ৷অভিযানৰ অব্যাহত থকাৰ সময়ত এজন নাগা ড্ৰাগছ আসক্তক আটক কৰে আহুৱা কন্যাকৰ অভিযানকাৰী দলটোৱে।

পাছত ড্ৰাগছ আসক্ত যুৱকজনক লগত লৈ নামচা ফানতম কলনীত এজন কুখ্যাত ড্ৰাগছ মাফিয়াৰ বাসগৃহতঅভিযান চলাবলৈ যাওঁতেই অৰ্তকিতে ড্ৰাগছ মাফিয়া চক্ৰৰ সদস্যই আহুৱা কন্যাকক চোকা দাৰে আক্ৰমণ কৰে।

চোকা দাৰ উপৰ্যুপৰি ঘাপত আহুৱা কন্যাক থিতাতে নিহত হয়। এই নৃশংস হত্যাকাণ্ডৰ পাছতে স্থানীয় নাগালোক সকল ক্ষুব্ধ হৈ পৰে ৷ উত্তেজিত ৰাইজে ড্ৰাগছ সৰবৰাহকাৰী মাফিয়া আক্ৰমণকাৰীৰ ঘৰ জ্বলাই দিয়ে ৷

জনতাৰ ক্ষোভৰ অগ্ৰণী দেখি আক্ৰমণকাৰী মেনচান কন্যাকে ঘটনাস্থলীৰ পৰা পলায়ন কৰি পাছত নামচা আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৷

এই নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে”টাছু”য়ে অহা ২৪ ঘন্টাৰ বাবে নাগালেণ্ডৰ “টিজিট টাউন”বন্ধৰ ঘোষণা কৰিছে ৷ সংগঠনটোৰ হুংকাৰ আক্ৰমণকাৰীক দৃষ্টান্তমূলক শাস্তি নিদিয়ালৈকে ক্ষান্ত নহয় টাছু ৷ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিব ঘোষণা কৰে টাছু ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against Drug MafiaMON townNagalandStudent Dead
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d