Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Golaghat Triple Murder Case:গোলাঘাটত লোমহৰ্ষক হত্যাকাণ্ড ,দিন- দুপৰতে পিতৃ-মাতৃ আৰু কন্যাক হত্যা

শিহৰণকাৰী হত্যাকাণ্ডৰে জড়িত অভিযুক্ত জোঁৱাইৰ নমহীয়া সন্তানসহ গোলাঘাট থানাত আত্মসমৰ্পণ

publisher by publisher
July 24, 2023
in Assam, Crime, India, News
Reading Time: 2 mins read
0
Golaghat Triple Murder Case:গোলাঘাটত লোমহৰ্ষক হত্যাকাণ্ড ,দিন- দুপৰতে পিতৃ-মাতৃ আৰু কন্যাক হত্যা
6
SHARES
57
VIEWS
ShareShareShareShare

RelatedPosts

Golaghat:গোলাঘাট আৰক্ষীৰ জালত নিষিদ্ধ মৰফিনসহ সৰবৰাহকাৰী

Gelabeel Incident: মৰেল পুলিচিং কাণ্ডৰ মুল অভিযুক্ত শশাংক শ্ৰেষ্ঠ আৰু ৰঞ্জিত শ্ৰেষ্ঠক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ

Oil Theft by NRL Pipe Hollow:নুমলীগড় তেল শোধনাগাৰৰ পাইপ লাইন ফুটাই তেল চুৰি দুষ্ট চক্ৰৰ

Golaghat Triple Murder Case:

গোলাঘাট চহৰৰ মাজমজিয়াৰ হিন্দী স্কুল ৰোডত সোমবাৰে সংঘটিত হয় এক লোমহৰ্ষক শিহৰণকাৰী হত্যাকাণ্ড ৷ দিন- দুপৰতে দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰে একেটা পৰিয়ালৰে তিনিগৰাকী সদস্যক৷ পাছত স্থানীয় লোকে আৰক্ষীৰ সহযোগত ঘৰৰ ভিতৰত তেজেৰে তুমৰলি হৈ পৰি থকা পিতৃ,মাতৃ আৰু কন্যাৰ মৃতদেহ উদ্ধাৰ কৰে ৷

ADVERTISEMENT

নিহতলোককেইজন ক্ৰমে সঞ্জীৱ ঘোষ, জুনু ঘোষ আৰু সংঘমিত্রা ঘোষ। এই চাঞ্চল্যকৰ ঘটনাক লৈ সমগ্র গোলাঘাটত সৃষ্টি হয় হুৱাদুৱা ৷ আনহাতে এই হত্যাৰ স’তে নাম সাঙোৰ খাইছে সংঘমিত্রা ঘোষৰ জোঁৱায়েক নাজিবুৰ ৰহমান বৰা ৷ আনহাতে হত্যাকাণ্ডৰ পাছৰে পৰা সংঘমিত্রাৰ নমহীয়া কণমানি পুত্ৰ সন্তানটি সন্ধানহীন হয় ৷

উল্লেখ্য যে ,সংঘমিত্রা ঘোষৰ স’তে কিছুবছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা নাজিবুৰ ৰহমানে গুৱাহাটীত কৰ্মসূত্ৰে থকাৰ পাছৰে পৰা দুয়োৰে মাজত প্ৰায়ে কাজিয়াপেছাল হৈছিল ৷ যাৰবাবে সংঘমিত্রা ঘোষ গুৱাহাটীৰ পৰা আহি গোলাঘাটৰ মাতৃ গৃহত আছিল ৷ ইয়াৰ মাজতে বিবাহবিচ্ছেদ বিছাৰি নাজিবুৰ ৰহমানে সংঘমিত্রাক ভাবুকি দিছিল ৷

অৱশ্যে বিবাহ বিচ্ছেদৰ প্ৰতি আগ্ৰহী নাছিল সংঘমিত্রা৷ ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছিল নজিবুৰ ৷ এনে ঘটনাক্ৰমৰ মাজতে আজি দিন-দুপৰতে সংঘমিত্রা আৰু তেওঁৰ বৃদ্ধা পিতৃ – মাতৃক চোকা অস্ত্ৰৰে নৃশংসভাৱে হত্যা কৰা হয় ৷

আনহাতে শেহতীয়া খবৰ অনুসৰি গোলাঘাটৰ শিহৰণকাৰী হত্যাকাণ্ডৰে জড়িত অভিযুক্তৰ আত্মসমৰ্পণ। অভিযুক্তজন সংঘমিত্রাৰ স্বামী নাজিবুৰ ৰহমান বৰা ৷ নমহীয়া সন্তান কোলাত লৈ গোলাঘাট থানাত আত্মসমৰ্পণ কৰে নাজিবুৰে ৷ সোমবাৰে দিন-দুপৰতে পত্নী, শাহু-শহুৰক হত্যা কৰিছিল নাজিবুৰে।

নাজিবুৰে থানাত আত্মসমৰ্পন কৰাৰ পাছতে থানাৰ প্ৰৱেশদ্বাৰত বিভিন্ন দল- সংগঠন আৰু স্থানীয় লোক উপস্থিত হৈ হত্যাকাৰীৰ শাস্তিৰ দাবীত বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Golaghat PoliceGolaghat Triple MurderMain Accused Surrender
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d