Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত

    সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

    নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

    নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

    পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান

    নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা

    সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aaranyak Awareness Workshop :বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ বাবে অসম আৰক্ষী, গাওঁৰক্ষী সদস্যৰ মাজত সজাগতামূলক কৰ্মশালা

publisher by publisher
August 16, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Aaranyak Awareness Workshop :বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ বাবে অসম আৰক্ষী, গাওঁৰক্ষী সদস্যৰ মাজত সজাগতামূলক কৰ্মশালা
5
SHARES
49
VIEWS
ShareShareShareShare

RelatedPosts

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

Aaranyak:মানৱ-হাতী সংঘাত প্ৰশমনত সহায়ৰ পদক্ষেপ

Dr. Bibhab Kr. Talukdar : সংৰক্ষণ ক্ষেত্ৰলৈ উৎকৃষ্ট অৱদানৰ বাবে ড: বিভৱ কুমাৰ তালুকদাৰলৈ অসমৰ বন বিভাগৰ প্ৰশংসা পত্ৰ

Aaranyak Awareness Workshop :

উত্তৰ-পূব ভাৰতত ক্ৰমবৰ্ধমান বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত ‘বহু সংস্থাৰ সমন্বয়’ৰ বৃদ্ধিৰ বাবে অব্যাহত ৰখা প্ৰচেষ্টাৰ অংশ হিচাপে, অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে (www.aaranyak.org) ইয়াৰ DETERS (বিপন্ন আৰু বিৰল প্ৰজাতিৰ ব্যৱসায় বিঘ্নিত আৰু অন্ত কৰা) উদ্যোগৰ অধীনত বিশ্বনাথ আৰক্ষীৰ সহযোগত বিশ্বনাথ চাৰিআলিত বন্যপ্ৰাণী অপৰাধ সম্পৰ্কীয় এখন সজাগতামূলক কৰ্মশালা অনুষ্ঠিত কৰে ।

ADVERTISEMENT

আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত কৰ্মশালাখন উদ্বোধন কৰি আৰক্ষী অধীক্ষক সুভাশীষ বৰুৱাই এই কৰ্মশালাখন আয়োজন কৰাৰ বাবে আৰু আৰক্ষীক চোৰং চিকাৰ বিৰোধী কুকুৰ কে-নাইন (K9)ৰ জৰিয়তে কৰা সহায় আৰু গাওঁ ৰক্ষী বাহিনী (ভিডিপি)ক দিয়া সাহায্যৰ বাবে আৰণ্যকক ধন্যবাদ জ্ঞাপন কৰে । যোৱা ১১ আগষ্টত অনুষ্ঠিত কৰ্মশালাখন উপস্থিত থাকি অসম আৰক্ষীৰ উত্তৰ মণ্ডলৰ আৰক্ষী উপ মহাপৰিদৰ্শক (ডি আই জি) বিজয়গিৰি কুলিগামে আৰণ্যকৰ দলৰ সৈতে মত বিনিময় কৰে ।

বিশ্বনাথ চাৰিআলি আৰক্ষী জিলাৰ অন্তৰ্গত বিভিন্ন থানাৰ আৰক্ষী লোকসকলক গঁড়ৰ চোৰং চিকাৰক প্ৰাধান্য দি বন্যপ্ৰাণী অপৰাধৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে আৰণ্যকৰ প্ৰকল্প বিষয়া আইভি ফাৰহিন হুছেইনে অৱগত কৰে ।

উত্তৰ-পূব ভাৰতত গঁড় আৰু অন্যান্য বন্যপ্ৰাণীৰ চিকাৰৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় অপৰাধী গোটবোৰৰ মাজত থকা বুজাবুজিৰ বিষয়ে তেওঁ বৰ্ণনা কৰে।

আৰণ্যকৰ পৰামৰ্শদাতা তথা গৌহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অজয় কুমাৰ দাসে ২০২২ চনত সংশোধন কৰা বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ প্ৰাসংগিক ধাৰাসমূহৰ বিষয়ে আৰক্ষীক অৱগত কৰে, যাতে তদন্তকাৰী বিষয়াসকলে বন্যপ্ৰাণী অপৰাধৰ গোচৰৰ পানী নসৰকা তদন্ত কৰিব পাৰে । আৰণ্যকৰ জ্যেষ্ঠ প্ৰবন্ধক ডাঃ জিমি বৰাই আৰণ্যকৰ সমল দলটোৰ নেতৃত্বত বহন কৰিছিল ।

এই কৰ্মশালাখনৰ পিছত বিশ্বনাথ সদৰ থানাৰ সমূহীয়া সভাকক্ষত গাঁওৰক্ষী বহিনীৰ সদস্যসকলৰ আন এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। আৰক্ষী বাহিনীৰ সমন্বয়ত বন্যপ্ৰাণী অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াত মুখ্য ভূমিকা পালন কৰা গাঁওৰক্ষী বহিনীৰ সদস্যসকলৰ সৈতে আৰণ্যকৰ ড: জিমি বৰা, অধিবক্তা অজয় কুমাৰ দাস আৰু সঞ্জীৱ বেজবৰুৱাই মত বিনিময় কৰে ।

বন্যপ্ৰাণীৰ অপৰাধ প্ৰতিৰোধৰ বাবে সক্ৰিয়ভাৱে কাম পালন কৰি অহা দিঘলী পুখুৰী মটক গাঁৱৰ পাঁচগৰাকী মহিলা সদস্যকে ধৰি বিশ্বনাথৰ গাওঁৰক্ষী বহিনীৰ প্ৰায় ছটা দলৰ কমেও ৬০ জন ব্যক্তিক ব্ৰিটেইনস্থিত ডেভিদ শ্বেফাৰ্ড ৱাইল্ডলাইফ ফাউণ্ডেশ্যন (ডি এছ ডব্লিউ এফ)ৰ পৃষ্ঠপোষকতাত ৰেইনকোট আৰু জোতা উপহাৰ দিয়া হয় ।

গাওঁৰক্ষী সংগঠনৰ কমাণ্ডিং বিষয়া গৌতম মহন্তৰ সভাপতিত্বত আনুষ্ঠিত আৰু আৰণ্যকৰ সঞ্জীব বেজবৰুৱাই পৰিচালনা কৰা গাওঁৰক্ষী বাহিনীৰ সদস্যসকলৰ কাৰ্যসূচীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ ৰেঞ্জাৰ (অপৰাধ) যতীন্দ্ৰ মোহন দাসৰ লগতে গাওঁৰক্ষী বাহিনীৰ উপ উপদেষ্টা কন্দৰ্প হাজৰিকা উপস্থিত থাকে ।

গাওঁৰক্ষী বাহিনীৰ সদস্যসকলে আৰণ্যকক এই সহায়ৰ বাবে শলাগ লয় আৰু চিকাৰকে ধৰি যিকোনো ধৰণৰ বন্যপ্ৰাণী অপৰাধ প্ৰতিহত কৰাৰ বাবে ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলত চোকা নজৰ ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AaranyakAwareness WorkshopBISHANATH
publisher

publisher

Related Posts

নসত্র-বাঘেখাইতি পঞ্চায়তত পঞ্চায়তীৰাজ ব্যৱস্থা ধোঁৱাচাঙত
Assam

August 24, 2026
সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল
International

সুদীর্ঘ ১২ বছৰ কুকুৰনেছীয়া বাঘৰ জাকৰ লগতে ডাঙৰ হৈছিল

August 24, 2026
নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা
News

নিশাৰ আকাশত বেঙুনীয়াৰ অপূৰ্ব খেলা

August 24, 2026
পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান
News

পৃথিৱীৰ পৰা একে দূৰত্বত কেতিয়াও অৱস্থান নকৰে শনিৰ উপগ্ৰহ টাইটান

August 24, 2026
নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা
International

নিশা পানী ধৰি তৈয়াৰ কৰা বৰফে শীতল কৰি ৰাখে অট্টালিকা

August 24, 2026
সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে
International

সাগৰপৃষ্ঠ পাঁচ মিটাৰ উচ্চতালৈ উত্থানৰ আশংকা আছিল: প্রতিহত কৰিলে স্পেইনৰ সমান বৰফৰ তাকে

August 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d