Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

K-nine Dog Squad Shilla Passed Away:“শীলা” হাৰা হ’ল আৰণ্যকৰ কে-নাইন স্কোৱাড

publisher by publisher
August 11, 2023
in Assam, India, News, Wildlife
Reading Time: 2 mins read
0
K-nine Dog Squad Shilla Passed Away:“শীলা” হাৰা হ’ল আৰণ্যকৰ কে-নাইন স্কোৱাড
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

Aaranyak:আৰণ্যকৰ বন্যপ্ৰাণী জেনেটিক্স লেবৰেটৰীৰ ৱেবছাইট আৰু গাইডবুক মুকলি

Aaranyak:মানৱ-হাতী সংঘাত প্ৰশমনত সহায়ৰ পদক্ষেপ

Dr. Bibhab Kr. Talukdar : সংৰক্ষণ ক্ষেত্ৰলৈ উৎকৃষ্ট অৱদানৰ বাবে ড: বিভৱ কুমাৰ তালুকদাৰলৈ অসমৰ বন বিভাগৰ প্ৰশংসা পত্ৰ

K-nine Dog Squad Shilla Passed Away:

কাজিৰঙা, মানাহকে ধৰি বহুকেইখন ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰ আৰু বন্যপ্ৰাণী অপৰাধ বিৰোধী অভিযানত বন বিভাগক অনবদ্য সহায় কৰা আৰণ্যকৰ  বহু প্ৰশংসিত চোৰাং চিকাৰ বিৰোধী ‘ডগ স্কোৱাড’ কে নাইনৰ  অন্যতম খ্যাতিমান সদস্য শীলা আৰু নাই ।

ADVERTISEMENT

পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত নিয়োজিত হৈ থকা শীলাই বুধবাৰে পুৱা শেষ নিস্বাস ত্যাগ কৰে । শীলাৰ মৃত্যুৱে আৰণ্যক পৰিয়ালৰ লগতে এই অঞ্চলটোৰ বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত সকলোকে শোকত ম্ৰিয়মান কৰিছে ।

বিশ্বৰ অন্যতম স্মাৰ্ট জাতৰ বেলজিয়ামৰ মেলিন’ইছ কুকুৰ শীলাক কঠোৰ প্ৰশিক্ষণৰ অন্তত ২০১৯ চনৰ জুন মাহত আৰণ্যকৰ অভিজাত কে-নাইন স্নিফাৰ ডগ স্কোৱাডৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল ।

প্ৰথমে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বাগৰি ৰেঞ্জত নিয়োজিত কৰা শীলাই পৰবৰ্তী সময়ত মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষকো চোৰাং আৰু বন্যপ্ৰাণী অপৰাধ ৰোধ কৰা আৰু ধৰা পেলোৱাত সহায় কৰিছিল ।

জীৱনৰ শেষৰ দিনকেইটাত তাইক ৰাহুল দাসৰ তত্বাৱধানত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ গঁড়-বাসস্থানত কৰ্তৃপক্ষক সহায় কৰা কামত নিয়োজিত কৰা হৈছিল।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত নিয়োজিত হৈ থকাৰ সময়ত শ্বীলাই ৰাষ্ট্ৰীয় উদ্যানতখনত এটা ভালুকৰ পোৱালিৰ চোৰাং চিকাৰত জড়িত অপৰাধীক বিচাৰি উলিওৱাত সহায় কৰি প্ৰসংশা বুটলিছিল । ২০২২ চনৰ জুন মাহত সম্পন্ন কৰা শীলাৰ এইটো অতি সফল আৰু স্মৰণীয় অভিযান আছিল ।

বন্যপ্ৰাণী অপৰাধ বিশেষজ্ঞ, আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া ড: বিভৱ কুমাৰ তালুকদাৰে শীলাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়, “বিভিন্ন বন্যপ্ৰাণী অপৰাধৰ কাণ্ডৰ তদন্তত শ্বিলাকে ধৰি আমাৰ কে-নাইন স্কোৱাডে বন বিষয়াসকলক অপৰাধীৰ পলায়নৰ পথ বিচাৰি উলিওৱাত সহায় কৰি অপৰাধীক গ্ৰেপ্তাৰত সহায় কৰিছিল ।

শীলাই তাইৰ জীৱনকালত অমূল্য বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান আমি সদায় মনত ৰাখিম। আমি তাইক সংৰক্ষণ নায়ক হিচাপে গণ্য কৰোঁ” ।

৫টা বেলজিয়াম মেলিন’ইছ কুকুৰ আৰু সিহঁতৰ তত্ত্বাবধায়কক লৈ গঠিত বৰ্তমানৰ কে-নাইন ডগ স্কোৱাডে কাজিৰঙা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল, মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমৰ অন্যান্য গঁড় বিচৰনথলী সমূহত বন আৰু আৰক্ষী বিষয়াসকলক সক্ৰিয়ভাৱে সহায় কৰি থকাৰ ফলত বহু চোৰং চিকাৰীৰ গ্ৰেপ্তাৰ সম্ভৱ হৈছে ।

শীলাৰ বাবদ হোৱা সকলো খৰছ বহন কৰা সংস্থা “নাবু ইণ্টাৰনেশ্যনেল” ৰ ড০ বাৰবাৰা মাছে শীলাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AaranyakK nine Dog squadPobitora Wildlife SanctuaryShila Passed Away
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d