Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

    গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান

    ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

    নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Home Remedies For Fatty Livers:ফেটি লিভাৰৰ ঘৰুৱা উপায়

publisher by publisher
August 28, 2023
in Health, India, News
Reading Time: 2 mins read
0
Home Remedies For Fatty Livers:ফেটি লিভাৰৰ ঘৰুৱা উপায়
6
SHARES
57
VIEWS
ShareShareShareShare

RelatedPosts

পাৰ্লাৰলৈ যাবলৈ সময় নাই? এই সহজ কৌশলটোৰে আপোনাৰ ছালখন জিলিকি উঠিব

পাৰ্লাৰলৈ যাবলৈ সময় নাই? ঘৰতে তৈয়াৰ কৰক কফি আৰু বিলাহীৰ এই ফে’চ পেক

Home Remedies for Menstrual Problems: অনিয়মিত ঋতুস্ৰাৱৰ সমস্যাৰ ঘৰুৱা প্ৰতিকাৰ

Home Remedies For Fatty Livers:

ফেটি লিভাৰ মানেই যে চর্বিযুক্ত যকৃৎ, সেই কথা প্রায় সকলোৱে জানো। ফেটি লিভাৰৰ প্ৰাথমিক লক্ষণসমূহ পৃথককৈ চিনাক্ত কৰা যথেষ্ট কঠিন। আন কোনো সমস্যাৰ বাবে আল্‌ট্ৰাছ’ন’গ্রাম কৰাওঁতে প্ৰায়েই যকৃতত চৰ্বি ধৰা পৰে।

ADVERTISEMENT

চিকিৎসকৰ মতে, লিভাৰ বা যকৃতত এটা নিৰ্দিষ্ট মাত্ৰাত চৰ্বি থকাটো স্বাভাৱিক। কিন্তু সেই নির্দিষ্ট মাত্ৰাতকৈ পাঁচৰ পৰা ১০ শতাংশ চর্বি বেছি হ’লেই সেয়া ফেটি লিভাৰ বুলি বিবেচিত হয়। ফেটি লিভাৰ দুই প্ৰকাৰৰ।

এলকহলিক ফেটি লিভাৰ ডিজিজ আৰু নন-এলক’হলিক ফেটি লিভাৰ ডিজিজ। মাত্ৰাধিক মদ্যপানৰ কাৰণে যকৃতত যি চর্বি জমা হয়, তাকে এলক’হলিক ফেটি লিভার ডিজিজ বুলি কোৱা হয়।

আনহাতে, প্ৰধানকৈ খাদ্যাভ্যাস বা জীৱন-প্ৰণালীত মাত্রাধিক অনিয়মৰ ফলত স্বকৃতত যি চর্বি জমা হয়, তাক নন-এলকহলিক ফেটি লিভাৰ ডিজিজ বুলি কয়। এই দ্বিতীয় ধৰণৰ ফেটি লিভাৰ বংশানুক্রমেও হ’ব পাৰে। নন-এলকহলিক ফেটি লিভাৰ ডিজিজ কোনো ঔষধ সেৱন নকৰাকৈও প্ৰতিকাৰ সম্ভৱ।

অৱশ্যে ইয়াৰ বাবে খাদ্যাভ্যাস আৰু জীৱনশৈলীত পৰিৱৰ্তন অনাটো জৰুৰী। অৱশ্যে নন-এলক’হলিক ফেটি লিভাৰৰ ক্ষেত্ৰতো সঠিক সময়ত সতর্ক হ’ব নোৱাৰিলে লিভাৰ ছিৰ’ছিছৰ দৰে প্ৰাণঘাতী ৰোগৰ আশংকাও বহুগুণে বৃদ্ধি পায়। লিভাৰ ছিৰ’ছিছ ৰোগত যকৃতে নিজৰ স্বাভাৱিক কাৰ্যক্ষমতা হেৰুৱায় । ফলত বৃদ্ধি পায় মৃত্যুৰ আশংকা। অৱশ্যে প্ৰাকৃতিক উপায়েৰে নন-এলকহলিক ফেটি লিভাৰৰ সমস্যা নিয়ন্ত্ৰণলৈ অনা সম্ভৱ ।

প্রথম উপায়:
ফেটি লিভাৰৰ সমস্যা নিয়ন্ত্ৰণলৈ অনাত ই অতি সহজ উপায়। পুৱা শোৱাৰ পৰা উঠি খালী পেটত এগিলাচ পানীত নেমুৰ ৰস আৰু মৌ মিহলাই পান কৰিব । নেমুত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থাকে। নেমুত থকা এন্টিঅক্সিডেন্টে যকৃতত এক প্ৰকাৰৰ এঞ্জাইম সৃষ্টি কৰে, যি যকৃতৰ চৰ্বি গলোৱাত সহায় কৰে। এমাহমান নিয়ম মানি নেমু আৰু মৌৰ মিশ্রণ পান কৰি চাওক। উপকাৰ পাব ।

দ্বিতীয় উপায়:
এপল ছাইডাৰ ভিনেগাৰ হৈছে ফেটি লিভাৰ ডিজিজৰ ক্ষেত্ৰত উত্তম প্ৰতিকাৰ। এই এপল ছাইডাৰ ভিনেগাৰে যকৃতৰ কাষত জমা হৈ থকা চর্বি কমাই ওজন নিয়ন্ত্ৰণলৈ অনাত সাহায্য কৰে।

এপল ছাইডাৰ ভিনেগাৰৰ ব্যৱহাৰ এগিলাচ গৰমপানীত এচামুচ এপল ছাইডাৰ ভিনেগাৰ মিহলাই লওক। ইচ্ছা কৰিলে সামান্য মৌ মিহলাই ল’ব পাৰে। দুবেলা আহাৰৰ পূৰ্বে এই মিশ্রণ এগিলাচকৈ পান কৰাৰ চেষ্টা কৰিব। অৱশ্যে পুৱা খালী পেটত পান কৰিব পাৰিলে ভাল।

এমাহ ধৰি নিয়ম মানি এই মিশ্রণ সেৱন কৰিব পাৰিলেই ফেটি লিভাৰৰ সমস্যা নিয়ন্ত্ৰণলৈ আহিব। অৱশ্যে যিসকলে এলক’হলিক ফেটি লিভাৰৰ সমস্যাত ভুগিছে, তেওঁলোকে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব। অন্যথা বিপদৰ আশংকা আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Care TipsFatty Livers:Home Remedies
publisher

publisher

Related Posts

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত
India

ভাৰতত ইন্ধনৰ মাধমাৰ অৱধাৰিত

October 4, 2026
সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা
International

সোণৰ দামে অচিৰেই তিনি লাখৰ ঘৰ স্পৰ্শ কৰাৰ আশংকা

October 4, 2026
ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ
International

ফ্লাইডুবাইৰ ভাৰতীয় পাইলট কেপ্টেইন স্মিতক ইজৰাইলৰ স্বাধীনতা দিৱসলৈ আমন্ত্ৰণ

October 4, 2026
উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি
India

উৎসৱৰ বতৰত পুনৰ দুঃসংবাদ, নায়াৰা এনার্জিৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d