Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Inauguration Programme OF Maligaon Nilachal Flyover:অৱশেষত অপেক্ষাৰ অন্তত মুকলি হ’ল ৰাজ্যৰ ভিতৰত দীৰ্ঘতম নীলাচল উৰণ সেতু

চাৰিলেনযুক্ত সেতুখন মুকলি কৰে ড:হিমন্ত বিশ্ব শৰ্মাই, মুম্বাইৰ সাগৰ সংযোগী দলঙতকৈ বেছি ধুনীয় হ'ব গুৱাহাটী–উত্তৰ গুৱাহাটী সংযোগী দলং: মুখ্যমন্ত্ৰী

publisher by publisher
August 30, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Inauguration Programme OF Maligaon Nilachal Flyover:অৱশেষত অপেক্ষাৰ অন্তত মুকলি হ’ল ৰাজ্যৰ ভিতৰত দীৰ্ঘতম নীলাচল উৰণ সেতু
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Dr. Nagen Saikia: প্ৰথিতযশা সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড: নগেন শইকীয়াৰ সৃষ্টি আৰু প্ৰতিভা সামৰি এখন গ্ৰন্থ উন্মোচন

ৰতিয়াদহত শ্ৰীশ্ৰী ছিন্নমস্তা কালী মন্দিৰৰ উদ্বোধন

Inauguration Programme OF Maligaon Nilachal Flyover:

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বিয়লি আনুষ্ঠানিকভাৱে মুকলি কৰে মালিগাঁৱৰ নীলাচল উৰণীয়া সেতু ।

ADVERTISEMENT

উৰণীয়া সেতু খন মুকলি কৰাৰ পাছত এই উপলক্ষে অয়োজিত মুকলি সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত উল্লেখ কৰে যে চৰকাৰে বিজত ২০২০-২১ বৰ্ষতে মালিগাঁৱত এখন উৰণ সেতু নিৰ্মাণৰ বাবে সিদ্ধান্ত লোৱা হৈছিল ৷ আৰু অৱশেষত আজি বহু প্ৰতিক্ষিত সেতু খন ৩৫ মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিল ৷

মুখ্যমন্ত্ৰীয়ে উৰণীয়া সেতু খনৰ নিৰ্মাণৰ স’তে জড়িত থকা প্ৰত্যেকগৰাকীয়ে অসমৰ লোক বুলি উল্লেখ কৰি কয়,এই নতুন সেতুৱে মালিগাঁৱৰ দীৰ্ঘদিনীয়া যানজঁটৰ সমস্যা ওৰ পেলাবলৈ সক্ষম হ’ব ৷

আনহাতে মুখ্যমন্ত্ৰীয়ে সদৰি কৰে যে,বিমানবন্দৰৰ টাৰ্মিনেল নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ সমান্তৰালভাৱে ধাৰাপুৰৰ পৰা ছয়লেনযুক্ত পথ, দীপৰ বিলৰ সন্মুখত ৰটাৰী নিৰ্মাণ, ভৰলুমুখৰ ৰে’ল ক্ৰছিঙৰ ওপৰত এখন উৰণীয়া সেতু, ৰাজীৱ ভৱনৰ সন্মুখত উৰণীয়া সেতু নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে ৷

সকলো ঠিকে থাকে হ’লে ২০২৪ ৰ দূৰ্গাপূজা পূৰ্বেই সম্পূৰ্ণ হৈ উঠিব গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰা দলং খন ৷ পূজাৰ পূৰ্বেই ৰাইজৰ বাবে মুকলি কৰা হ’ ব দলংখন ৷ মুম্বাইৰ সাগৰীয় সংযোগী ব্ৰীজতকৈ গুৱাহাটী- উত্তৰ গুৱাহাটীৰ ব্ৰীজ বেছি আটকধুনীয়া কৰা হ’ব ৷

জু-ৰোডত নিৰ্মাণধীন শ্ৰদ্ধাঞ্জলী উৰণীয়া সেতু খন আগন্তক দুৰ্গা পূজাৰ পঞ্চমীৰ দিনা মুকলি কৰা হ’ব বুলি উল্লেখ কৰে ৷ তদুপৰি নাৰেংগী আৰু কুৰুৱা মাজত এখন নতুন সেতু আৰু বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত দীৰ্ঘতম ৩২ কিলোমিটাৰ দীঘল উৰণীয়া সেতু পৰিকল্পনা কৰা হৈছে ৷ ইয়াৰ বাবে ইতিমধ্যে জৰিপ সহ কেতবোৰ কাম সম্পন্ন কৰা হৈছে ৷

মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত সদৰি কৰে যে,ৰাজ্যৰ বিকাশৰ গতি তৰাম্বিত কৰি ইতিমধ্যে ৮৪২খন দলঙৰ নিৰ্মাণ কাম সম্পূৰ্ণ কৰা হৈছে ৷ কথাবোৰ সপোন যেন লাগিলেও ২০২৬ ৰ ভিতৰত সপোন পূৰণ কৰিম।

বিকাশৰ চকৰি দ্ৰতগতিত প্ৰগতিৰ দিশেৰে গতি কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, মহানগৰীৰ মাজমজিয়াৰ গুৱাহাটী ৰিৰ্জাভ বেংকৰ পৰা বামুণীমৈদাম পৰ্যন্ত দীঘলীয়া উৰণীয়া সেতু হ’ব। একেদৰে চানমাৰি উৰণীয়া সেতুৰ ওপৰত হ’ব ৰটাৰী ৷ ইয়াত অত্যাধুনিক প্ৰযুক্তিৰ সংযোজন ঘটিব।

গুৱাহাটী মহানগৰীৰ জল সংকট দূৰ কৰিবলৈ জল বৰ্ডৰ অধীনত ২০ হাজাৰ লোকক নতুনকৈ খোৱা পানীৰ সংযোগ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি কয়,বাইহাটাৰ পৰা নাৰেংগী- কুৰুৱা- জাগীৰোড হৈ এটা ৰিং হ’ব আৰু এই ৰিঙৰ ওপৰত নিৰ্মাণ হ’ব মেট্ৰ’ ।

আমাৰ সপোন আকাশ চোৱাৰ লক্ষ্যৰে আগন্তুক ২০৩০ৰ ভিতৰত গুৱাহাটীক আটকধুনীয়া কৰি দক্ষিণ -পূব এছিয়াৰ দুৱাৰমুখ কৰি তুলিবলৈ আহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিম বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CM HIMANTA VISWA SARMA SPEECHInauguration ProgrammeMaligaon Nilachal FlyoverOPENING
publisher

publisher

Related Posts

Assam

ACS officer Arrested:ধেমাজিৰ জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাক গ্ৰেপ্তাৰ চিএম ভিজিলেঞ্চৰ

September 7, 2026
Horrific murder in Beltala: মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰত লোমহৰ্ষক হত্যাকাণ্ড

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d