Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Indigo:ইণ্ডিগ’ৰ পুনৰ ছয় শতাধিক বিমান বাতিল, জবাবদিহি কোন হ’ব ছদিনে নহ’ল স্পষ্ট

মুখ্য কার্যবাহী বিষয়াক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিয়ে দায় সাৰিব বিচাৰিছে কেন্দ্রই

publisher by publisher
December 8, 2025
in Uncategorized
Reading Time: 1 min read
0
Indigo:ইণ্ডিগ’ৰ পুনৰ ছয় শতাধিক বিমান বাতিল, জবাবদিহি কোন হ’ব ছদিনে নহ’ল স্পষ্ট
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh:ডিব্ৰুগড় বিমানবন্দৰত ঘণ কুঁৱলীৰ বাবে অথন্তৰ !

কুঁৱলী কম্বলেৰে আৱৰিছে উত্তৰ আৰু পূর্ব ভাৰত!

Indigo Flight :শনিবাৰেও অচল ইণ্ডিগ’ৰ বিমান সেৱা, কে’বা শতাধিক বিমান উৰণ বাতিল

Indigo:

কাৰ ভুলত দেশজুৰি ইণ্ডিগ’ৰ বিপর্যয়ত বিমান যাত্রীসকলে ভয়াৱহ দুর্যোগৰ সম্মুখীন হ’বলগীয়া হৈছে সেয়া আজি ছদিনেও স্পষ্ট নহ’ল। একেৰাহে যোৱা ছদিন ধৰি হেজাৰ হেজাৰ বিমান সেৱা বাতিল হৈছে দেশৰ সৰ্ববৃহৎ বিমান সংস্থাটোৰ। আজিও সেই সংকট দূৰ হোৱা নাই। ইণ্ডিগ’রে জনোৱা মতে, আজিৰ দিনটোত মুঠ ৬৫০খন বিমানৰ যাত্রা বাতিল হৈছে। অৱশ্যে ১৬৫০খনে নিৰ্ধাৰিত সূচী অনুসৰি, চলাচল কৰা বুলি ইণ্ডিগ’ কর্তৃপক্ষই দাবী কৰে। অহা ১০ ডিচেম্বৰৰ ভিতৰত পৰিস্থিতি স্বাভাৱিক হ’ব বুলিও ইণ্ডিগ’ আশাবাদী। এই সংকট কিয়, সেই কথা জানিবলৈ কালি কেন্দ্ৰীয় চৰকাৰে সদস্যসকলৰ সম্মুখত সমস্ত ঘটনা ব্যাখ্যা কৰা হেছে।। ইণ্ডিগ’ৰ পৰিচালনা কর্তৃপক্ষই প্রতিদিনেই এই গোটক প্রতিবেদন দাখিল কৰাৰ ব্যৱস্থা কৰা হৈছে। বিমান সংস্থাটোৰ মুখপাত্ৰই জনোৱা মতে, বৈঠকৰ মূল লক্ষ্য আছিল কিদৰে সংকট পৰিহাৰ কৰিব পাৰি আৰু কিমান দ্রুতভাৱে এই পৰিস্থিতিৰ পৰা বাহিৰ হ’ব পাৰি তাৰ পথ নিৰ্ধাৰণ কৰাটো।

ADVERTISEMENT

ইপিনে, ইণ্ডিগ’ৰ বিপৰ্যয়ৰ বাবে দায়ীসকলে মূল্য আদায় দিব লাগিব বুলি কালি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্রী ৰামমোহন নাইডুৱে সকীয়াই দিয়ে। তেওঁ কয়, ‘আমি এখন কমিটী গঠন কৰিছো। ক’ত ভুল আছিল আৰু তাৰ বাবে কোন দায়ী আছিল সেয়া কমিটীয়ে বিতং অনুসন্ধান কৰিব। আমি প্রয়োজনীয় পদক্ষেপ ল’ম।’ ইপিনে, ইণ্ডিগ’ৰ মুখ্য কার্যবাহী বিষয়া (চিইঅ’) পিটাৰ এলবাৰ্ছক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে অসামৰিক বিমান পৰিবহণৰ পৰিচালন সঞ্চালকে। ইণ্ডিগ’ৰ বিপৰ্যয়ৰ বাবে তেওঁ দোষী বুলিও কোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে নতুন বিধি সম্পর্কে অৱগত হোৱাৰ পাছতো সংস্থাটোৱে কিয় প্রয়োজনীয় পদক্ষেপ গ্রহণ নকৰিলে সেই প্ৰশ্নৰ উত্তৰ বিচৰা হৈছে।

উল্লেখ্য যে ইণ্ডিগ’ৰ বিপৰ্যয়ৰ মূল কাৰণ কেন্দ্ৰীয় চৰকাৰৰ নতুন বিধি বুলিয়ে ধাৰণা কৰা হৈছে। বিমান কৰ্তব্যৰ সময় সীমাবদ্ধতা (এফডিপিএল) নামৰ এই বিধি যোৱা পহিলা নৱেম্বৰৰ পৰা প্ৰৱৰ্তন কৰা হয়। তাতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ইণ্ডিগ’ত। এই বিধি মানি বিমান সেৱা স্বাভাৱিক গতিত ধৰি ৰখাটো ইণ্ডিগ’ৰ বাবে সম্ভৱ হোৱা নাছিল। ইণ্ডিগ’ৰ বহু বিমান নিশা অৱতৰণ কৰে আৰু সেয়েহে নতুন বিধিত তীব্র প্রত্যাহ্বানৰ সম্মুখীন হয় ইণ্ডিগ’। কিয়নো নতুন বিধি অনুসৰি, বিমান সেৱা স্বাভাৱিক কৰি ৰাখিবলৈ প্রয়োজনীয় সংখ্যক কর্মী আৰু পাইলট ইণ্ডিগ’ৰ নাই। ফলত চৰম সংকটৰ সৃষ্টি হৈছে। তাৰ ফলত যাত্ৰীসকলৰ অবর্ণনীয় দুর্দশা হৈছে দেশজুৰি। বিমান বন্দৰৰ মজিয়াত শুয়ে সময় অতিবাহিত কৰিবলগীয়া হৈছে যাত্রীয়ে।

বিগত পাঁচ দিন ধৰি বিমান বাতিল হোৱাৰ পাছত কালি সংশ্লিষ্ট শীর্ষপদস্থ বিষয়া আৰু চিইঅ’ এলবাৰ্ছৰ স’তে দিল্লীত জৰুৰী বৈঠক কৰে কেন্দ্রীয় মন্ত্রী নাইডুৱে। বৈঠকত উপস্থিত আছিল অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ৰ সচিব সমীৰ কুমাৰ সিং আৰু ডিজিচিত্ৰৰ মুৰব্বী ফৈজ আহমেদ কিডৱাই। এই বৈঠকৰ পাছতে ডিজিচিএই ইণ্ডিগ’ৰ চিইঅ’ক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰে। জাননীত কোৱা হৈছে যে সংশ্লিষ্ট বিমান সংস্থাৰ কর্তৃপক্ষ দায়িত্ব পালনত ব্যর্থ হৈছে। এই পৰিস্থিতিৰ বাবে চিইঅ’ নিজেও দায়ী। ২৪ ঘণ্টাৰ ভিতৰত জাননীৰ উত্তৰ নিদিলে কঠোৰ পদক্ষেপ গ্রহণ কৰা হ’ব বুলিও কোৱা হৈছে।

# ইণ্ডিগ’ৰ ভিতৰচ’ৰাৰ দুষ্কাৰ্য উন্মোচিত

ইণ্ডিগ’ৰ এই পতন একেদিনাই হোৱা নাই। বছৰৰ পাছত বছৰ ধৰি সংস্থাৰ ভিতৰচ’ৰাত অব্যাহত আছে চৰম অব্যবস্থাপনা। পাইলট আৰু কৰ্মীসকলক দিনৰ পাছত দিন অমানুষিক পৰিশ্ৰম কৰিবলৈ বাধ্য কৰোৱা হৈছে। শীর্ষ বিষয়াসকলৰ স্বেচ্ছাচাৰিতাও অব্যাহত আছে ইণ্ডিগ’ত। এই দেখি-শুনি সংস্থাৰ এদিন পতন ঘটিব বুলি কর্মীসকলে অনুমান কৰিছিল। সম্প্রতি ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত সংস্থাৰ চিইঅ’সহ অন্যান্য শীর্ষ বিষয়াক উদ্দেশি মুকলি পত্র প্ৰেৰণ কৰি এই ক্ষোভ উজাৰিলে কর্মীয়ে। চাৰি পৃষ্ঠাজোৰা এই পত্র সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ইয়াকে লৈ বহু জল্পনাও হৈছে। এই পত্ৰত দাবী কৰা অনুসৰি এই মুহূৰ্তত ভাৰতৰ শীৰ্ষ স্থানত থকা বিমান সংস্থাৰ পতনৰ বাবে দায়ী চিইঅ’ পিটাৰ এলবাৰ্ছ আৰু অন্যান্য শীর্ষ বিষয়াসকল। পত্ৰৰ আৰম্ভণিতে ইণ্ডিগ’ৰ দীর্ঘদিনৰ কৰ্মী বুলি পৰিচয় দি সংস্থাৰ ভিতৰচ’ৰাত অব্যাহত থকা নানা অব্যৱস্থাপনাৰ কথা পোহৰলৈ আনিছে। পত্ৰত ইণ্ডিগ’ৰ আঠজন শীর্ষ বিষয়াৰ নাম উল্লেখ কৰি তেওঁলোকৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপিত কৰা হৈছে। পত্ৰৰ আৰম্ভণিত এইদৰে লিখা হৈছে, ‘সংস্থাৰ কৰ্মী হিচাপে নহয়, এজন ভাৰতীয় হিচাপে মই এই পত্র লিখিছো। কিয়নো বিমান সংস্থাৰ আজিৰ এই অৱস্থা এতিয়া কেরল এক আভ্যন্তৰীণ সমস্যা হৈ থকা নাই। ই দেশৰ লক্ষ লক্ষ মানুহৰ সমস্যা হৈ পৰিছে। আমি বিচাৰো আপোনালোকে এনে কাৰোবাৰ পৰা ভিতৰৰ কথাবোৰ শুনক, যিসকলে দীর্ঘদিন ধৰি সংস্থাত কাম কৰি আছে। আপোনালোকে বুজিব পাৰিব কিদৰে আমি এই ভাঙোনমুখী হ’লো। ইণ্ডিগ’ৰ সকলো কৰ্মচাৰীয়ে জানিছিল যে এই দিনটো আহিব।

এই বিমান সংস্থা এদিনত ভাঙি পৰা নাই। জানি-শুনিয়ে বছৰৰ পাছত বছৰ এই অব্যৱস্থাপনা সৃষ্টি কৰা হৈছিল।’ শীর্ষ বিষয়াসকলৰ স্বেচ্ছাচাৰিতা, চৰম অব্যবস্থাপনা আৰু অযোগ্যসকলৰ পদোন্নতিক লৈও আৰু কামৰ বেয়া পৰিস্থিতিক লৈও কর্মীসকলে প্রশ্ন কৰিছে। পত্র লিখা কৰ্মচাৰীজনে কয় যে এটা ই-মেইল পর্যন্ত লিখিব নোৱাৰা লোকক সংস্থাৰ শীৰ্ষ পদবীত বহুওৱা হৈছিল। ইণ্ডিগ’ৰ বিষয়াসকলে কৰ্মচাৰীৰ কথা ভবা নাছিল। জিৰণি অথবা শুবলৈ সময় নিদি নিশাৰ পাছত নিশা কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল। পর্যাপ্ত সংখ্যক কর্মী নিয়োগ কৰা নাছিল। ফলত কেতিয়াবা এজনেই তিনিজনৰ কাম কৰিবলগীয়া হৈছিল। তদুপৰি মাজে মাজে দৰমহাও কর্তন কৰা হৈছিল।

গ্রাউণ্ড ষ্টাফ, পাইলটৰ পৰা আৰম্ভ কৰি ইঞ্জিনীয়াৰলৈ সকলোৱে এই শোষণৰ বলি হৈছিল বুলিও দাবী। কোনো পাইলটে প্রতিবাদ কৰিলে তেওঁক কেবিনলৈ মাতি নি অপমান কৰে উচ্চপদস্থ বিষয়াই। পত্ৰত কৰ্মচাৰীজনে লিখিছে, ‘দৰাচলতে তেওঁলোকে ভাবে যে আমাৰ কথাই শেষ কথা। সেই গর্বই অহংকাৰলৈ পৰিণত হয় আৰু উন্নতিত পৰিণত হয় লোভলৈ।

# ধন ঘূৰাবলৈ আৰম্ভ কৰিছে ইণ্ডিগ’ৱে

পৰিস্থিতি নিয়ন্ত্রণাধীন হোৱাত কেন্দ্ৰীয় চৰকাৰে শ্ৰম বিধি শিথিল কৰিছে। তদুপৰি ইণ্ডিগ’ৱে যাত্ৰীসকলৰ ধন ঘুৰাই দিবলৈ আৰম্ভ কৰিছে বুলি বিবৃতিত কয়। ইপিনে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই পৰিস্থিতিৰ বাবে চৰকাৰৰ একচেটিয়া বজাৰ নীতি বুলি সমালোচনা কৰিছে। ইয়াৰ উত্তৰত বিমান পৰিবহণ মন্ত্রী নাইডুৱে কয় যে চৰকাৰে সদায়ে প্রতিযোগিতা বৃদ্ধি হোৱাটো বিচাৰে।

#৬১০ কোটি ওভতাই দিলে ইণ্ডিগ’ৱে

যাত্রীসকলক ৬১০ কোটি টকা ওভতাই দিলে ইণ্ডিগ’ৱে। তদুপৰি বিমান সংস্থাত জমা থকা তিনি হেজাৰ সামগ্রীও ওভতাই দিলে। আজি এক বিবৃতিত কেন্দ্রীয় বিমান পৰিবহণ মন্ত্রণালয়ে এই কথা প্রকাশ কৰে। আজি নিশা আঠ বজাৰ ভিতৰত সম্পূৰ্ণ ধন যাত্রীক ওভতাই দিবলৈ কেন্দ্রই ইণ্ডিগ’ক নির্দেশ দিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Indigo FlightMinistry of Civil Aviation
publisher

publisher

Related Posts

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে
Uncategorized

September 22, 2026
তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ
Uncategorized

তথ্যৰ অমিল আৰু মেপিং নথকাৰ বাবে নিৰ্বাচন আয়ুক্ত আৰু শীৰ্ষ আমোলালৈ জাননী প্ৰেৰণ

September 20, 2026
বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
Uncategorized

বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ

September 20, 2026
গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন
Uncategorized

গুৱাহাটীত য়ামাহাৰ ৰোমাঞ্চকৰ ট্ৰেক ডে’ অভিজ্ঞতাৰ আয়োজন

September 20, 2026
ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
Uncategorized

ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ:  হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া

September 20, 2026
Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
Uncategorized

Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত

September 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d