Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

    খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

তিনিশৰো কম কৰ্মীযুক্ত প্ৰতিষ্ঠানত ছাটাইৰ বাবে নালাগে কোনো অনুমোদন

publisher by publisher
September 21, 2020
in India, News
Reading Time: 1 min read
0
তিনিশৰো কম কৰ্মীযুক্ত প্ৰতিষ্ঠানত ছাটাইৰ বাবে নালাগে কোনো অনুমোদন
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ৰাতিহে সাত হাল বায়!বিজেপি-কংগ্ৰেছৰ সাংসদ-বিধায়িকাৰ সংখ্যা মাথোঁ ১০ শতাংশহে

সংসদৰ বিশেষ অধিৱেশনত কেন্দ্ৰৰ তিনিখন গুৰুত্বপূর্ণ বিধেয়ক

কৃষি বিধেয়কক লৈ সংসদৰ চলিত অধিবেশনত অভূতপূৰ্ব বাদ প্ৰতিবাদৰ মাজতে দেশত শ্ৰমিকৰ প্ৰতিবাদৰ অধিকাৰ বন্ধ হ’বলৈ ওলাইছে । শ্ৰমিক ছাটাইৰ বিৰুদ্ধে আৰু তেওঁলোকে ধৰ্মঘট কৰিব নোৱাৰিব ৷ পৰিৱৰ্তে ইচ্ছা কৰিলেই তেওঁলোকক দমন কৰিব পাৰিব সংশ্লিষ্ট উদ্যোগ প্ৰতিষ্ঠানে ৷ লোকসভাত ইণ্ডাষ্ট্ৰিয়েল ৰিলেছন কোড বিল ২০২০ ত সংশোধনৰ প্ৰস্তাৱ দিছে কেন্দ্ৰই ।

ADVERTISEMENT

এই মৰ্মে তিনিশ বা তাতকৈ কম কৰ্মী সম্পন্ন প্ৰতিষ্ঠানে চৰকাৰী অনুমতি অবিহনেই নিজে ইচ্ছানুসৰি যাতে কৰ্মী নিয়োগ বা ছাটাই কৰিব পাৰে তাৰ সপক্ষে ব্যৱস্থা সংলগ্ন কৰা হৈছে । অৰ্থাৎ এই বিধেয়ক গৃহীত হৈ আইনত পৰিণত হ’লে এইবাৰৰ পৰা যেতিয়াই যিদৰে ইচ্ছা কৰ্মী নিয়োগ আৰু ছাটাই কৰিব পাৰিব প্ৰতিষ্ঠানসমূহে ৷ তাৰ বাবে চৰকাৰৰ পৰা কোনো অনুমতি ল’ব নালাগে ।

ইমানদিনে যিবোৰ প্ৰতিষ্ঠানৰ কৰ্মী এশৰ কম,তেওঁলোকৰ বাবে এই সুবিধা উপলব্ধ আছিল । দীৰ্ঘদিন ধৰি এই ক্ষেত্ৰত সালসলনি ঘটোৱাৰ চেষ্টা অব্যাহত আছিল কেন্দ্ৰৰ। ইয়াকে লৈ কেন্দ্ৰীয় শ্ৰম মন্ত্ৰণালয় আৰু শ্ৰমিক সংগঠনৰ মাজত সংঘাতময় পৰিস্থিতি চলি আছিল । এই অৱস্থাত কেন্দ্ৰীয় শ্ৰমমন্ত্ৰী সন্তোষ গাঙ্গোৱাৰে লোকসভাত বিধেয়কখন উত্থাপন কৰে ।

কংগ্ৰেছসহ বিৰোধীৰ প্ৰতিবাদ অগ্ৰাহ্য কৰি তেওঁ বিধেয়কত সংশোধনী প্ৰস্তাৱ উত্থাপন কৰে ৷ ২০১৯ ত প্ৰথমবাৰ এই বিধেয়ক লোকসভাত উত্থাপন কৰা হয় । কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱসমূহ বিচাৰ বিবেচনা কৰিবলৈ বিধেয়কখন সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হয় ।

সেই সময়ত বিধেয়কৰ খচৰাত উল্লিখিত প্ৰস্তাৱক লৈ শ্ৰমিক সংগঠনৰ স’তে কেন্দ্ৰৰ বিৰোধৰ সৃষ্টি হয় ৷ যাৰ বাবে তিনিশৰো অধিক বেছি কৰ্মীযুক্ত সংস্থাসমূহৰ হাতত এই ক্ষমতা তুলি দিয়াৰ বিষয়টো বিধেয়কৰ অন্তভূক্ত কৰা নহ’ল ।

চলিত বৰ্ষৰ আৰম্ভণিতে তিনিশৰো কম সংখ্যক কৰ্মীযুক্ত প্ৰতিষ্ঠানসমূহক ব্যয় কমাবলৈ চৰকাৰী অনুমতি অবিহনে কৰ্মী ছাটাই বা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ অনুমতি দিয়ে সংসদীয় কমিটিয়ে । কেন্দ্ৰীয় চৰকাৰৰ দাবী অনুসৰি কৰ্ম সংস্থাপন বাঢ়িছে আৰু ছাটাইত লেকাম লাগিছে । এই ধাৰণা লৈয়ে দ্য ইণ্ডাষ্ট্ৰিয়েল ৰিলেছন কোড ২০২০ ৰ ৭৭ ধাৰা সংযোজনৰ প্ৰস্তাৱ দিছে কেন্দ্ৰই ।

ফলত যিসমূহ উদ্যোগ প্ৰতিষ্ঠানৰ কৰ্মীৰ সংখ্যা তিনিশ বা তাৰ বেছি আৰু সমগ্ৰ বছৰে কাম চলি থাকে আৰু য’ত কৰ্মচাৰীয়ে পূৰ্বৱৰ্তী ১২ মাহ গড় কৰ্ম দিৱস মানি কাম কৰিছে সেই সমস্ত প্ৰতিষ্ঠানৰ ক্ষেত্ৰত কৰ্মী ছাটাই, ব্যয় হ্ৰাসৰ বাবে কৰ্মী সংখ্যা হ্ৰাস আৰু প্ৰয়োজনত প্ৰতিষ্ঠান বন্ধ কৰাৰ বিষয়টো কাৰ্যকৰী হ’ব ৷

সংসদৰ স্থায়ী সমিতিৰ পৰা বিধেয়ক কালি গাঙ্গোৱাৰে সংসদত উত্থাপন কৰে ৷ ২৩৩ৰ ভিতৰত চৰকাৰৰ ১৭৪ টা প্ৰস্তাৱ কমিটিয়ে মানি লৈছে বুলি তেওঁ জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indiaMonsoon SessionParliament
publisher

publisher

Related Posts

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

October 1, 2026
তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক
Assam

তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক

October 1, 2026
খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d