Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Barpeta Satra PIL:বৰপেটাৰ সত্ৰত নাৰীৰ প্ৰৱেশ নিষিদ্ধৰ বিৰুদ্ধে ৰাজহুৱা স্বার্থজড়িত আবেদন

চাৰি সপ্তাহ পাছত শুনানিৰ দিন ধাৰ্য , গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে জাননী জাৰি কৰিলে চৰকাৰ-বৰপেটা সত্ৰলৈ

publisher by publisher
November 10, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Barpeta Satra PIL:বৰপেটাৰ সত্ৰত নাৰীৰ প্ৰৱেশ নিষিদ্ধৰ বিৰুদ্ধে ৰাজহুৱা স্বার্থজড়িত আবেদন
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Holi mohotsav in Barpeta Satra:হোলীগীতৰ সুৰত এতিয়া উখল- মাখল সত্ৰ নগৰী বৰপেটা

Barpeta Satra Doul Utsav: সোমবাৰৰ পৰা পাচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱ

Gaurav Gogoi Visit Barpeta Satra:বৰপেটা সত্ৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

Barpeta Satra PIL:

সত্ৰনগৰী খ্যাত বৰপেটাৰ সত্ৰসমূহত মহিলাৰ প্ৰৱেশ নিষিদ্ধকৰণৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছে অধিবক্তা সন্দীপ চহৰীয়াই।

ADVERTISEMENT

অধিবক্তা চহৰীয়াই আবেদনত কয় যে বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ, সত্ৰ বাৰাদি আৰু গণককুছি সত্ৰৰ পৰিচালনা সমিতি তথা কীৰ্তন ঘৰৰ স’তে জড়িত লোকসকলে পৰম্পৰা-ঐতিহ্য অনুসৰি সত্ৰৰ ভিতৰত নাৰীৰ প্ৰৱেশত বাধা দি আহিছে ।

বৰপেটাৰ সত্ৰ কীৰ্তন ঘৰত মহিলাৰ প্ৰৱেশৰ সম্পৰ্কত এটা পক্ষই পৰম্পৰা ভংগ কৰিব নিবিচাৰে আৰু আন এটি পক্ষই যুক্তিযুক্ত তথ্য উত্থাপন কৰি সত্ৰৰ ভিতৰত মহিলাৰ প্ৰৱেশত সম্মতি দিব বিচাৰে।

অধিবক্তা চহৰীয়াই কয় যে ২০১৭ৰ ছেপ্টেম্বৰত কোলাৰ বিখ্যাত সৰীমালা মন্দিৰত মহিলাৰ প্ৰৱেশৰ বিষয়ক এটা গোচৰত উচ্চতম ন্যায়ালয়ে ৰায়দানত কয় যে লিংগ নির্বিশেষে হিন্দু তীর্থযাত্রী এই মন্দিৰত প্ৰৱেশ কৰিব পাৰে।

এনে ধৰণৰ নিষেধাজ্ঞাই দেশৰ সংবিধানৰ অনুচ্ছেদ ১৪ ৰ অধীনত সমতাৰ অধিকাৰ আৰু ১৯ৰ অধীনত ধৰ্মৰ স্বাধীনতা উলংঘন কৰে। উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়ে আঠ বছৰীয়া পুৰণি প্ৰথাক অস্বীকাৰ কৰি মন্দিৰত নাৰী প্ৰৱেশৰ সপক্ষে ৰায় দান কৰাৰ লগতে লিংগভিত্তিক পূজা-অৰ্চনা তথা শ্ৰদ্ধাৰ বিষয়টোত ভেদভাব কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে।

উক্ত প্ৰসংগ উত্থাপন কৰি বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশ নিষিদ্ধকৰণৰ বিষয়টোক লৈ অধিবক্তা চহৰীয়াই যুক্তি প্ৰদৰ্শন কৰাৰ পাছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে ৰাজ্য চৰকাৰ তথা বৰপেটা সত্ৰসমূহৰ পৰিচালনা সমিতিলৈ জাননী জাৰি কৰে। চাৰি সপ্তাহৰ পাছত গোচৰ (গোচৰ নম্বৰ ৬৮/২০২৩)ৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AdvocateBARPETA SATRAFiled In the Guwahati High CourtNo Entrance For FemalePublic Interest Cases
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d