Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Direct flights from Guwahati to Bangkok:ডুবাই, আবু ধাবিৰ পাছত এইবাৰ গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমানসেৱা

    Yaba Tablets Seized in Patharkandi:শ্রীভূমিত ৪০ হাজাৰ য়াবা টেবলেট সহ সৰবৰাহকাৰী আটক

    Car Theft Arrested in Basistha: মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত সাত কুখ্যাত গাড়ী চোৰ

    Landslide Incident Sonapur:সোণাপুৰৰ মৌপুৰত ভয়াৱহ ভূমিস্খলন

    ATDC Scam:অসম পর্যটন উন্নয়ন নিগমত নিযুক্তি কেলেংকাৰিৰ অভিযোগনামা দাখিল

    Nepal Flood Update:নেপালত আকস্মিক বানত চাৰি শতাধিকৰ মৃত্যু নিশ্চিত কৰিলে চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APSC:এপিএছচিৰ ৩৪ বিষয়াৰ বিচাৰৰ ধাৰা আৰোপৰ শুনানি আৰম্ভ

publisher by publisher
August 28, 2026
in Assam, Crime, News
Reading Time: 1 min read
0
APSC:এপিএছচিৰ ৩৪ বিষয়াৰ বিচাৰৰ ধাৰা আৰোপৰ শুনানি আৰম্ভ
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

SLC Scheme:কৰ্মচাৰীসকলৰ বাবে আৰম্ভ Employee Salary-Linked Credit Scheme

Zubeen Garg Murder Case:আজি জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ সাত অভিযুক্তৰ ভার্চুৱেলী হাজিৰ কৰিব সত্র ন্যায়াধীশৰ আদালতত

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

APSC:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ জৰিয়তে বক্ৰ পথেৰে নিযুক্তি লাভ কৰা ৩৪ গৰাকী বিষয়াৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপৰ শুনানি আজিৰ পৰা ৰাজ্যৰ বিশেষ আদালতত আৰম্ভ হৈছে। আগন্তুক তিনিদিন ধৰি এই শুনানি অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

ADVERTISEMENT

উল্লেখ্য যে আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ আমোলত ২০১২-১৩ত সংঘটিত এই কেলেংকাৰিত লিপ্ত হৈ চাকৰি লাভ কৰা বুলি ন্যায়িক তদন্ত আয়োগৰ প্ৰতিবেদনত ৩৪ জন বিষয়াৰ নাম উল্লেখ আছে। সেই সকলক লৈয়েই আজিৰ পৰা এই শুনানি আৰম্ভ হৈছে। উল্লেখ্য যে ন্যায়িক আয়োগৰ প্রতিবেদন দাখিলৰ পাছত এই নিযুক্তি কেলেংকাৰিক লৈ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া প্রতীক থুবেক লৈ আন এখন তদন্ত সমিতি গঠন কৰা হৈছিল। কিন্তু সেইখন সমিতিয়ে ন্যায়িক আয়োগৰ প্ৰতিবেদনক উপেক্ষা কৰি ২৮ জনক অভিযুক্ত কৰি অভিযোগনামা দাখিল কৰে।

ইয়াকে লৈ আদালতে গভীৰ অসন্তুষ্টি ব্যক্ত কৰে। আনকি থুবেক দায়িত্বৰ পৰা আঁতৰোৱাৰো নির্দেশ দিয়ে। সেই মতে চৰকাৰে থুবেক দায়িত্বৰ পৰা অব্যাহতি দিবলৈ বাধ্য হয়। আনহাতে, বাকী ৰোৱা অভিযুক্ত কেইজনৰ বিৰুদ্ধে বিশেষ আদালতে নিজাববীয়াকৈ অভিযোগ গ্রহণ কৰে। ইয়াৰে কে’বাজনো গ্রেপ্তাৰ হয়, কে ‘বাজনক চাকৰিৰ পৰা নিলম্বন কৰা হয়। কিন্তু তাৰ মাজতো একমাত্ৰ ৰাজনৈতিক প্রভাৱত অদ্যাপি কেইজনমানৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্রহণ কৰা হোৱা নাই।

অর্থাৎ একে অভিযোগত কেইজনমানক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে কেইজনমানক নিলম্বন কৰিয়েই দায়িত্ব সামৰিছে অসম চৰকাৰে। আনহাতে, নামমাত্ৰ কেইজনমানৰ বিৰুদ্ধে কোনো ব্যৱস্থাই ল’বলৈ সাহস কৰিব নোৱাৰিলে চৰকাৰে। কিন্তু বিশেষ আদালতে সকলোৰে বিৰুদ্ধে বিচাৰ চলাব পৰাকৈ আজিৰ পৰা ধাৰা আৰোপৰ শুনানি আৰম্ভ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APSC ScamAssam GovtHearingSpl Court
publisher

publisher

Related Posts

Direct flights from Guwahati to Bangkok:ডুবাই, আবু ধাবিৰ পাছত এইবাৰ গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমানসেৱা
Assam

Direct flights from Guwahati to Bangkok:ডুবাই, আবু ধাবিৰ পাছত এইবাৰ গুৱাহাটীৰ পৰা বেংককলৈ পোনপটীয়া বিমানসেৱা

August 28, 2026
Yaba Tablets Seized in Patharkandi:শ্রীভূমিত ৪০ হাজাৰ য়াবা টেবলেট সহ সৰবৰাহকাৰী আটক
Assam

Yaba Tablets Seized in Patharkandi:শ্রীভূমিত ৪০ হাজাৰ য়াবা টেবলেট সহ সৰবৰাহকাৰী আটক

August 28, 2026
Car Theft Arrested in Basistha: মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত সাত কুখ্যাত গাড়ী চোৰ
Assam

Car Theft Arrested in Basistha: মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত সাত কুখ্যাত গাড়ী চোৰ

August 28, 2026
Landslide Incident Sonapur:সোণাপুৰৰ মৌপুৰত ভয়াৱহ ভূমিস্খলন
Assam

Landslide Incident Sonapur:সোণাপুৰৰ মৌপুৰত ভয়াৱহ ভূমিস্খলন

August 28, 2026
ATDC Scam:অসম পর্যটন উন্নয়ন নিগমত নিযুক্তি কেলেংকাৰিৰ অভিযোগনামা দাখিল
Assam

ATDC Scam:অসম পর্যটন উন্নয়ন নিগমত নিযুক্তি কেলেংকাৰিৰ অভিযোগনামা দাখিল

August 28, 2026
Nepal Flood Update:নেপালত আকস্মিক বানত চাৰি শতাধিকৰ মৃত্যু নিশ্চিত কৰিলে চৰকাৰে
Flood

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d