Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

    পৌৰাণিক আখ্যানৰ পৰা দেশৰ স্বাধীনতা আন্দোলনৰে সংপৃক্ত দশভুজাৰ আৰাধনা

    উন্মনা শৰতৰ বতৰালৈ নৈৰ পাৰত কঁহুৱাই পাৰিছে শুভ্র দলিচা

    ৰাজ্যত মাষ্টাৰ ৰোল-কেজুৱেল-স্থায়ী দৰমহাত কৰ্মচাৰীৰ নিযুক্তি বন্ধ হ’ল

    অসমত মই যিমান আদৰ-সন্মান পাইছো সেয়া চাগে বেলেগত আনে পোৱা নাই!

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sivsagar:মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন হ’ল এছআইটি

শিৱসাগৰৰ ডিএছপি লীলা বৰাৰ নেতৃত্বত গঠন এছআইটি,এছআইটি দলটোৰ আন সকল হ'ল আমগুৰি থানাৰ অ'চি মৃদুল হাজৰিকা, গোচৰটোৰ তদন্তকাৰী বিষয়া তথা নাজিৰা থানাৰ এছআই চিৰাজ শইকীয়া, এছআই সুমি বর্মন

publisher by publisher
August 27, 2026
in Assam, Crime, News
Reading Time: 1 min read
0
Sivsagar:মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন হ’ল এছআইটি
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon Bye Election Polling Day:নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোট গ্ৰহণ পৰ্ব পুৱাৰে পৰা আৰম্ভ

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Sivsagar:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ তদন্ত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে বুধবাৰৰ পৰা আৰম্ভ হোৱাৰ পিছত কালিয়ে ঘটনাস্থলীত ফৰেনচিক বিশেষজ্ঞৰ এটা দল আৰু আইজিপি উপস্থিত হৈ ঘটনাস্থলী পৰিদৰ্শন কৰি নিৰীক্ষণ কৰি কেতবোৰ নমুনা সংগ্ৰহ কৰিছে। আনহাতে এনে ঘটনাক্ৰমৰ মাজতে মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন হ’ল এছআইটি ৷

ADVERTISEMENT

শিৱসাগৰৰ ডিএছপি লীলা বৰাৰ নেতৃত্বত গঠন কৰা হয় এছআইটি ৷ এছআইটি দলটোৰ আন সকল হ’ল আমগুৰি থানাৰ অ’চি মৃদুল হাজৰিকা, গোচৰটোৰ তদন্তকাৰী বিষয়া তথা নাজিৰা থানাৰ এছআই চিৰাজ শইকীয়া আৰু এছআই সুমি বর্মন ৷

উল্লেখ্য যে যোৱা ২৩ আগষ্টৰ নিশা ৯-৩০ বজাত নাজিৰাৰ বিহুবৰৰ পথৰ ওপৰত মুমূর্ষু অৱস্থাত স্থানীয় একাংশ লোকে মানসক উদ্ধাৰ কৰে। লগে লগে তেওঁক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। দুর্ভাগ্যবশতঃ কালি পুৱা চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। মানসৰ মুখমণ্ডল আৰু হাতত গুৰুতৰ আঘাতৰ চিন আছিল।

গতিকে তেওঁৰ মৃত্যুক বহুতে সহজভাবে লোৱা নাই। বীৰ লাচিত সেনায়ো ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে। তদুপৰি পৰিয়াল, স্থানীয় লোক আৰু বীৰ লাচিত সেনাৰ মতে, ঘটনাটো সাধাৰণ পথ দুর্ঘটনা নহয়, পূর্বপৰিকল্পিত আক্রমণ হ’ব পাৰে। এনে অৱস্থাতে বিহুবৰৰ নিৱাসী আটাউৰ ৰহমানৰ মাটি-ভেটিক কেন্দ্ৰ কৰি পূৰ্বে সৃষ্টি হোৱা এক বিবাদৰ কথাও চর্চালৈ আহিছে।

অভিযোগ অনুসৰি যোৱা ১৯ জুলাইৰ বানত ৰহমানৰ ঘৰ উটি যোৱাৰ সুযোগ লৈ একাংশ লোকে তেওঁক পুনৰ ভেটিত ঘৰ সজাত বাধা দিছিল। আনহাতে, ৰহমানৰ হৈ মানসজ্যোতিয়ে থিয় দিছিল বুলি সূত্রই জনায়। পৰৱৰ্তী সময়ত কে’বাটাও দল-সংঠনৰ সহযোগত আটাউৰ ৰহমানক নিজৰ ভেটিতে ঘৰ সাজি দিয়াৰ ব্যৱস্থা কৰা হৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি মানসজ্যোতি চেতিয়াৰ স’তে একাংশ লোকৰ তৰ্ক-বিতর্ক হোৱা বুলিও অভিযোগ উঠিছে।

আনহাতে, মানসৰ মৃত্যুৰ স’তে জড়িত বুলি সন্দেহ কৰা এক ঘটনাই ৰহস্য অধিক গভীৰ কৰি তুলিছে। শনিবাৰে নিশা শুই থকা অৱস্থাত আটাউৰ ৰহমানক কোনো দুর্বৃত্তই প্ৰহাৰ কৰাৰ সন্দেহ কৰা হৈছে। পুৱা পৰিয়ালৰ লোকে তেওঁক মুখেৰে তেজ ওলাই থকা অৱস্থাত উদ্ধাৰ কৰে। তেওঁৰ মুখমণ্ডল আৰু হাততো আঘাতৰ চিন আছিল বুলি পৰিয়ালৰ সূত্রই জানিবলৈ দিছে।

অভিযোগ অনুসৰি, যোৱা ২৩ আগষ্টৰ নিশা ৰহমানৰ খবৰ ল’বলৈ কোনোবাই ফোন কৰি মানসজ্যোতি চেতিয়াক মাতি নিছিল। ৰহমানৰ ঘৰলৈ আহি থকাৰ সময়তে পথৰ ওপৰত তেওঁক মুমূর্ষু অৱস্থাত উদ্ধাৰ কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: big breking newsCrime Newslatest newsmanas jyoti chetia death caseSITSivsagar Police
publisher

publisher

Related Posts

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত বেংগালুৰুত CJPৰ প্ৰতিবাদ
India

October 8, 2026
AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত
Entertainment

AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

October 8, 2026
অন্ধ্ৰপ্ৰদেশৰ অধিকাংশ জিলা খৰাঙৰ কবলত, ২১ জিলাৰ ৩৮৮টা মণ্ডলত খৰাং

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও
International

নিউমোনিক প্লেগৰ সম্ভাব্য প্ৰাদুৰ্ভাৱক লৈ উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থাও

October 8, 2026
মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি
International

মাংসৰ বাবে বিক্রী : ২৭শ মেকুৰী চুৰি

October 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d