Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Road Safety Committee meeting In Kamrup Metro Dist:​কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন

ঘাইপথত গৰু, ছাগলী উঠিলে ভৰিব লাগিব জৰিমণা

publisher by publisher
December 20, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Road Safety Committee meeting In Kamrup Metro Dist:​কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Digital System Of kamrup Metro DC Office :১৮৯ বছৰীয়া ইতিহাস সামৰি আজিৰ পৰা ডিজিটেল হ’ব কামৰূপ মহানগৰ জিলা উপায়ুক্ত কার্যালয়

Road Safety Committee meeting In Kamrup Metro Dist:

কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক আজি জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ উপস্থিতিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷

ADVERTISEMENT

বৈঠকখনত জিলাখনত চিনাক্ত দুৰ্ঘটনাৰ ব্লেক স্পটসমূহত ল’বলগীয়াসংশোধনীমূলক পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয় ৷ ঘাইপথৰ মাজেৰে গৰু, ছাগলী আদি পাৰ হৈ যোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ বিষয়টোত গুৰুত্ব দি জিলা আয়ুক্তই কয় যে গুৱাহাটী পৌৰ নিগম আৰু গাঁও পঞ্চায়তে এইক্ষেত্ৰত কঠোৰ পদক্ষেপ লব লাগিব ৷

তেওঁলোকে ঘাইপথলৈ অহা গৰু, ছাগলী ধৰি পাউণ্ডত ৰাখিব আৰু গৰাকীক জৰিমনা বিহিব ৷ এইক্ষেত্ৰত এখন নিৰ্দেশনা জাৰি কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আৰক্ষীক কয় ৷

আনহাতে দুৰ্ঘটনাপ্ৰৱন এলেকাত ঘাইপথৰ নিচেই কাষত বা পথ বিভাজকৰ ওপৰত হ’ৰ্ডিং আদি লগোৱা বা নিৰ্মাণকাৰ্য কৰাৰ পৰা বিৰত থাকিবলৈ তেওঁ সকলোকে আহ্বান জনায় ৷

আনহাতে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ হোৱা প্ৰতিটো পথত নিৰ্দিষ্ট দূৰত্বত দুটাকৈ গতিৰোধক লগাবলৈ জিলা আয়ুক্তগৰাকীয়ে পৰামৰ্শ দিয়ে ৷ ৰাষ্ট্ৰীয় ঘাইপথত পথ বিভাজকৰ মাজেৰে বা পথ বিভাজক ভাঙি অকৰ্তৃত্বশীলভাৱে মানুহ বা যান-বাহন অহা যোৱাৰ বাবে কৰা ব্যৱস্থা তৎকালিনভাৱে বন্ধ কৰিবলৈ তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিয়ে ৷

আনহাতে নিৰ্মাণকাৰ্য চলি থকা স্থানৰ কাষেৰে মানুহ বা যান-বাহন অহা-যোৱা কৰাৰ ক্ষেত্ৰত লোৱা সুৰক্ষাজনিত ব্যৱস্থা নিশ্চিত কৰিবলৈ জিলা আয়ুক্তই লোক নিৰ্মাণ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিয়ে ৷

আজিৰ বৈঠকখনত অতিৰিক্ত জিলা আয়ুক্ত বিক্ৰম ছেত্ৰী, উপ আৰক্ষী আয়ুক্ত (যান বাহন শাখা) জয়ন্ত সাৰথি বৰা, সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, জিলা পৰিবহণ বিষয়া তথা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী হিমাংশু কুমাৰ দাস প্ৰমুখ্যে, আবকাৰী, গুৱাহাটী পৌৰ নিগম, লোক নিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷

জিলা পৰিবহণ বিষয়া গৌতম দাসে বিগত সময়চোৱাত জিলাখনত সংঘটিত পথ দুৰ্ঘটনাৰ পৰিসংখ্যা দাঙি ধৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: kamrup Metro DC OfficeRoad Safety Committee meeting
publisher

publisher

Related Posts

নৱেম্বৰত প্ৰকাশ পাব কংগ্রেছ নেত্রী ছোনিয়াৰ আত্মজীৱনী : খোল খাব বহু ৰহস্য
India

August 20, 2026
ধেমাজিৰ জীয়াধল কুমতীয়া নদীৰ সোঁপাৰৰ গাইড বান্ধত ব্যাপক খহনীয়া
Assam

১২ বছৰে সম্পূৰ্ণ নহ’ল তিনিচুকীয়া নগৰ পানীযোগান আঁচনি

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী
International

প্রাচীন ইজৰাইলৰ মানুহে ভক্ষণ কৰিছিল সাপ-জেঠী

August 20, 2026
মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই
Assam

মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

August 20, 2026
মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা
Assam

মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d