Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Digital System Of kamrup Metro DC Office :১৮৯ বছৰীয়া ইতিহাস সামৰি আজিৰ পৰা ডিজিটেল হ’ব কামৰূপ মহানগৰ জিলা উপায়ুক্ত কার্যালয়

publisher by publisher
May 2, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Digital System Of kamrup Metro DC Office :১৮৯ বছৰীয়া ইতিহাস সামৰি আজিৰ পৰা ডিজিটেল হ’ব কামৰূপ মহানগৰ জিলা উপায়ুক্ত কার্যালয়
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Road Safety Committee meeting In Kamrup Metro Dist:​কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন

Digital System Of kamrup Metro DC Office :

মহাবাহুৰ নিৰ্মল সৌন্দৰ্যৰ মাজেৰে গৌৰৱোজ্জ্বল ৬৮টা বছৰ ৰাইজৰ সেৱাত ব্ৰতী হৈ সময়ৰ গতিত কাছাৰীৰ স্থায়ী ঠিকনা এৰি সম্প্ৰতি অস্থায়ীভাৱে হেঙেৰাবাৰীত স্থাপন হোৱা বহু স্মৃতি বিজড়িত কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ কাম-কাজ কাইলৈৰ পৰা ডিজিটেল পদ্ধতিৰে পৰিচালিত হ’ব।

ADVERTISEMENT

এনআইচি/কেএম/ই-অফিচ / 2021/29 নম্বৰৰ এক নিৰ্দেশনাৰ জৰিয়তে জিলাখনৰ উপায়ুক্ত পল্লৱ গোপাল ঝায়ে এই কথা সদৰী কৰি পৰৱৰ্তিত সময়ৰ লগত খাপ খুৱাই কাগজৰ ফাইলৰ বিপৰীতে কাইলৈৰ পৰা কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ৰ কাম-কাজ ডিজিটেল পদ্ধতিৰে পৰিচালিত হ’ব বুলি উল্লেখ কৰিছে ।

উপায়ুক্ত কাৰ্যালয়টোৰ অধীনৰ সকলো শাখা আৰু আনুষংগিক কাৰ্যালয়ৰ কাম- কাজ ই-অফিচ পদ্ধতিৰে পৰিচালিত হ’ব বুলি উপায়ুক্ত ঝায়ে উল্লেখ কৰি জনতাই তেওঁলোকৰ সেৱা সম্পৰ্কীয় আৱেদন বা অন্যান্য কাম-কাজ ডিজিটেল পদ্ধতিৰে অর্থাৎ নির্দিষ্ট ‘e-office- dckamrup@assam.gov.in মেইলৰ জৰিয়তে কৰিব পাৰিব বুলি সদৰী কৰিছে ।

উল্লেখ্য যে ৰাজ্যৰ প্রশাসন ব্যৱস্থাত অর্থাৎ জনতা ভৱন, পৰিবহণ বিভাগ, ৰাজহ বিভাগ, দুর্যোগ ব্যৱস্থাপনা আদি বিভাগত ইতিমধ্যে ডিজিটেল সেৱা প্ৰৱৰ্তন কৰা হৈছে। জিলা প্ৰশাসন ব্যৱস্থাত প্ৰথমবাৰলৈ কাইলৈৰ পৰা কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত ডিজিটেল সেৱা প্ৰৱৰ্তন হ’ব।

অৱশ্যে এই ডিজিটেল সেৱা ব্যৱস্থাত আদালতৰ গোচৰ সম্পৰ্কীয় বিষয়, বিভাগীয় কার্যক্রমণিকা, গোপনীয় বিষয় আৰু নিৰ্বাচন বিষয়া কাৰ্যালয়ৰ ফাইলসমূহ আওতাৰ পৰা বাহিৰত থাকিব বুলি এক জাননীত উপায়ুক্ত ঝায়ে সদৰী কৰিছে। ফলত ডিজিটেল সেৱা প্ৰৱৰ্তন হোৱাৰ লগে লগে ব্ৰিটিছৰ দিনৰ পৰা অৰ্থাৎ ১৮৩৪ৰ পৰা ৰাইজৰ সেৱাত ব্ৰতী হৈ অহা কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত কাগজ- কাইলৰ কাম-কাজ প্রায় ইতিহাস হৈ পৰিব।

উল্লেখ্য যে ব্ৰিটিছৰ সময়ত প্ৰতিষ্ঠা লাভ কৰা অৰ্থাৎ সেই সময়ত কামৰূপ উপায়ুক্ত কাৰ্যালয় হিচাপে চিহ্নিত তথা ১৮৩৪ত প্ৰথমজন কালেক্টৰ হিচাপে নিযুক্তি লাভ কৰা কেপ্টেইন কেচার্টে কার্যালয়টোত কাগজ-কলমৰ ব্যৱহাৰ আৰম্ভ কৰিছিল। ইয়াৰ পাছতে ১৮৩৫ৰ পৰা ১৮৩৮লৈ ছজন কালেক্টৰে কাৰ্যনিৰ্বাহ কৰিছিল।

পৰৱৰ্তী সময়ত অৰ্থাৎ ১৮৩৮ত ব্ৰিটিছ চৰকাৰে প্ৰথমজন উপায়ুক্ত হিচাপে কেপ্টেইন মেথিক নিযুক্ত কৰিছিল। অৰ্থাৎ ১৮৩৬ৰ পৰা ১৯৪৬ লৈ কামৰূপ উপায়ুক্ত কাৰ্যালয়ত তথা ব্ৰিটিছৰ অধীনত ৭৬ জন কালেক্টৰ আৰু উপায়ুক্তই কার্যনির্বাহ কৰিছিল।

অৱশ্যে ব্ৰিটিছৰ সময়ত তথা দেশে স্বাধীনতা লাভ কৰা বৰ্ষটোত এচিএছ এন এন কুকনেও কামৰূপ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পাছতে ১৯৪৭ৰ পৰা ২০০৩ লৈ কামৰূপ উপায়ুক্ত কাৰ্যালয়ত ৩৬ জন আইএএছ আৰু এচিত্ৰছ বিষয়াই উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত ২০০৩ ত কাৰ্যালয়টোৰ এটা অংশ কাটি কামৰূপ মহানগৰ জিলা উপায়ুক্ত হিচাপে নামকৰণ হোৱাৰ পাছত বৰ্তমানৰ উপায়ুক্তসহ মুঠ ১১ জনে উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছে। অর্থাৎ উপায়ুক্ত কাৰ্যালয়টোৰ ১৮৯ বছৰীয়া ইতিহাস তথা ১২৩ জন উপায়ুক্তৰ স্বাক্ষৰিত কাগজ-ফাইলৰ বৰ্ণিল স্মৃতি ইতিহাসত বিলীন কৰি কাইলৈৰ পৰা ডিজিটেল পদ্ধতিৰে পৰিচালিত হ’ব উপায়ুক্ত কাৰ্যালয়টো।

উল্লেখ্য যে কার্যালয়টোত ডিজিটেল সেৱা প্ৰৱৰ্তন হোৱাৰ লগে লগে ৰাইজে তেওঁলোকৰ সেৱা সম্পৰ্কীয় কাগজ-পত্র বা আবেদন অনলাইন মাধ্যমৰ জৰিয়তে দাখিল কৰিবলৈ অসুবিধা হ’লে কাৰ্যালয়টোৰ ভূমি মহলাত থকা কেন্দ্রীয় ৰিচিপ্ট শাখাত জমা দিব পাৰিব।

এনে আবেদনসমূহ সংশ্লিষ্ট কৰ্মচাৰীয়ে স্কেন কৰি অনলাইন মাধ্যমত দাখিল কৰিব বুলি উপায়ুক্তই সদৰী কৰি কয় যে ৰাইজৰ পৰা অনলাইনত মাধ্যমত লাভ কৰা আবেদনসমূহ ৰাষ্ট্ৰীয় সূচনা বিজ্ঞান কেন্দ্ৰৰ বিষয়াই প্রতি ঘণ্টাৰ মূৰে মূৰে ডাউনলোড কৰি সংশ্লিষ্ট শাখালৈ প্ৰেৰণ কৰিব।

উপায়ুক্ত কাৰ্যালয়ৰ সকলো শাখা, চক্ৰ বিষয়াৰ কাৰ্যালয়ত ই-মেইলত অহা আবেদনসমূহ ডাউনলোড কৰাৰ দায়িত্বত একোজন ন’ডেল কৰ্মচাৰী নিয়োগ কৰা হৈছে বুলি উপায়ুক্তই সদৰী কৰি পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাই আৰম্ভ কৰা ই-অফিচ ব্যৱস্থাৰ প্ৰতি সঁহাৰি জনাবলৈ সকলো ৰাইজৰ প্ৰতি আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Digital Systemkamrup Metro DC Office
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d