Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মৰণফান্দত পৰিণত ‘গৌৰৱ পথ’ৰ গাঁত: আধাতে এৰিলে নির্মাণকার্য, কিশোৰী আহত

    কুঁহিয়াৰ-নেমু ৰস বিক্ৰী কৰি দৈনন্দিন জীৱন সংগ্ৰাম ৰিপনৰ

    Wild Elephant:খাদ্যৰ সন্ধান কৰোঁতেই বন্যহস্তীৰ ডিঙিত সোমাল ট্ৰেক্টৰৰ প্ৰকাণ্ড টায়াৰ

    শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা

    Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

    Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Why Is It A Concern For Fiabetics Because Of Gum Disease:ডায়েবেটিছ ৰোগীৰ বাবে কিয় শংকাৰ কাৰণ দাঁতৰ আলুৰ ৰোগ

publisher by publisher
December 24, 2023
in Health, India, Lifestyle
Reading Time: 3 mins read
0
Why Is It A Concern For Fiabetics Because Of Gum Disease:ডায়েবেটিছ ৰোগীৰ বাবে কিয় শংকাৰ কাৰণ দাঁতৰ আলুৰ ৰোগ
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Why Is It A Concern For Fiabetics Because Of Gum Disease:

ডায়েবেটিছ ৰোগৰ স’তে সম্পর্ক থকাৰ বিষয়ে বহুতেই নহয়। আনকি এনে ৰোগত আক্রান্ত হোৱাৰ পাছতো কিছুমান ৰোগীয়ে বিষয়টোত গুৰুত্ব প্রদান কৰিব নোখোজে। কে’বা বছৰ আগলৈকে এই. বিষয়টোত বিশেষ গুৰুত্ব প্ৰদান কৰা হোরা নাছিল।

ADVERTISEMENT

শেহতীয়াভাবে বহুতো গৱেষণাৰ সময়ত কৰা অধ্যয়নত এইটো স্পষ্টৰূপত প্রকাশ পাইছে যে ডায়েবেটিছত আক্রান্ত লোকৰ যদি দাঁতৰ সমস্যাই গা কৰি উঠে তেতিয়াহ’লে পৰৱৰ্তী সময়ত বিভিন্ন ৰোগৰ সৃষ্টি হ’ব পাৰে।

সাধাৰণতে দাঁতৰ আলুৰ পৰা তেজ ওলোৱা, পুঁজ ওলোবা, মুখৰ পৰা দুর্গন্ধ ওলোৱা আদি সমস্যাই গা কৰি উঠিলে সকলোৱে সতর্ক হ’বই লাগিব। যিসকল লোকে ডায়েবেটিছত আক্রান্ত তেওঁলোকে যদি সকলো ক্ষেত্রত সতর্কতা অবলম্বন নকৰে, তেতিয়াহ’লে সময়ত জটিল ৰূপ ল’ব পাৰে।

সাধাৰণতে ডায়েবেটিছ ৰোগীয়ে যিবোৰ দাঁতৰ সমস্যাৰ সন্মুখীন হয় সেইবোৰৰ ভিতৰত অন্যতম হ’ল আলুৰ বিভিন্ন ৰোগ। সচৰাচৰ দাঁতৰ আলুৰ ৰোগ বুলিলে পায়োৰিয়াকে বুজা যায়। পিছে শকৰা নিয়ন্ত্ৰণত থকা লোকসকলৰ শংকা নাথাকে তথাপি যিকোনো সময়ত আলুৰ অন্য ৰোগে গা কৰি উঠিব পাৰে।

ডায়েবেটিছ ৰোগীয়ে আলুৰ যিকোনো ৰোগৰ পৰা হাত সাৰিবলৈ সতর্কতা অৱলম্বন কৰা উচিত। আমাৰ মুখ গহ্বৰত অসংখ্য বেক্টেৰিয়া বা সূক্ষ্ম জীৱাণু থাকে।

উল্লেখ্য যে মুখগহ্বৰত থকা এক মিলিলিটাব লালটিত ৭৫০ নিযুতৰো অধিক জীৱাণু থাকে। এই বেক্টেৰিয়াবোৰে অনবৰতে যে শৰীৰৰ অপকাৰ কৰে তেনে নহয়। সুযোগ-সুবিধা পালে অর্থাৎ এখন উপযুক্ত ক্ষেত্ৰ লাভ কৰিলে এইবোৰ বেক্টেৰিয়াই আক্রমণ কৰিবলৈ সক্রিয় হয়।

যেতিয়া ৰোগ প্রতিৰোধ ক্ষমতা হ্রাস পায় আৰু বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি হয়, তেতিয়াই বেক্টেৰিয়াই ৰোগ সৃষ্টিত ভূমিকা গ্রহণ কৰে। সমান্তৰালভাৱে বেক্টেৰিয়াৰ শক্তি বৃদ্ধি পালেও ৰোগ সৃষ্টি কৰিব পাৰে। আমি খাদ্য গ্রহণৰ পাছত যদি দাঁত ভালদৰে পৰিস্কাৰ নকৰো তেতিয়া দাঁতৰ মাজত আৰু আলুৰ আশে-পাশে খাদ্যবস্তুৰ অৱশিষ্ট খিনি থাকি যায় ৷

বেক্টেৰিয়াই মিউকাছ বা স্লেম্মা আদিৰ উপৰি আন অতি ক্ষুদ্র অংশৰ স’তে মিলি মুখৰ পৰিৱেশ লেতেৰা হৈ থাকিলে দাঁতৰ ওপৰত এখন চামনি বা ‘বেক্টেৰিয়েল প্লাক’ সৃষ্টি কৰে। সাধাৰণতে এই প্লাক বা চামনিখনৰ স’তে বেক্টেৰিয়াসমূহে এনজাইম, এচিড বা অম্ল, কোষৰ বাবে বিষাক্ত পদার্থ বিশেষভাবে এম’নিয়া, হাইড্র’জেন ছালফাইড আদি নিঃসৰণ কৰে।

এইবোৰে ‘দাঁতৰ পৰিবেষ্টিত আৰু প্রতিপালক কলা বা টিচ্যুৰ ক্ষতিসাধন কৰে। যদিহে সময়মতে ইয়াৰ চিকিৎসা কৰা নহয়, তেতিয়াহ’লে এই বেক্টেৰিয়াসমূহৰ পৰা নিঃসৰিত জৈৱিক পদাৰ্থ লালটিৰ অজৈৱিক মৌলৰ স’তে মিলি যি শিলজাতীয় কঠিন পদাৰ্থৰ সৃষ্টি কৰে চিকিৎসা বিজ্ঞানত ইয়াক কোৱা হয় ‘কেলকুলাছ’।

কেলকুলাছৰ খহতা অংশত বেক্টেৰিয়াসমূহ লাগি ধৰাৰ লগতে বহুতো অনিষ্টকাৰক পদাৰ্থৰ নিঃসৰণ কৰে। এইবোৰ অনিষ্টকাৰক পদার্থই দাঁতৰ চাৰিওফালে থকা হাড় আৰু পেৰিঅ’ডণ্টেল লিগামেন্টৰ ক্ষতিসাধন কৰিবলৈ ধৰে। এনেদৰে নিজৰ অজ্ঞাতে সৃষ্টি হোৱা পায়োৰিয়াৰ চিকিৎসা সময়মতে একমাত্র বিশেষজ্ঞ দন্ত চিকিৎসকেহে আঁতৰ কৰিব পাৰে।

দাঁতত সৃষ্টি হোৱা প্লাক আৰু টাৰ্টাৰৰ চিকিৎসা নকৰিলে বহুতো ক্ষতি হয়। বেক্টেৰিয়াই আক্রমণ কৰাৰ ফলত আলু ফুলি উঠে। এই অৱস্থাটোক কোৱা হয় ‘জিঞ্জিভাইটিছ’। এনে অৱস্থাৰ সৃষ্টি হ’লে আলু উখহাৰ লগতে ৰঙা পৰে। দাঁতৰ গুৰিৰ পৰা তেজো ওলাব পাৰে।

এনে হ’লে নিয়মীয়াকৈ ভালদৰে দাঁত ব্রাছ কৰা ফ্লছ কৰিলে আৰু দন্ত চিকিৎসকৰ দ্বাৰা পৰিষ্কাৰ কৰিলে নকৰিলে পাছত জটিল ৰূপ ধাৰণৰ আশংকা নুই কৰিব নোৱাৰি। যেতিয়া দাঁতত প্লাক (Plaque)ৰ সৃষ্টি হয় তেতিয়া ব্ৰাছ আৰু ফ্লছ কৰিলেও ফল নধৰে। যেতিয়া প্লাক আঁতৰোৱা নহয়, তেতিয়া ই ইমানেই কঠিন হৈ পৰে আৰু এই অৱস্থাটোক ‘টাৰ্টাৰ’ বুলি কয়। এইবোৰ একমাত্র বিশেষজ্ঞ দন্ত চিকিৎসকেহে আঁতৰ কৰিব পাৰে।

দাঁতত সৃষ্টি হোৱা প্লাক আৰু টাৰ্টাৰৰ চিকিৎসা নকৰিলে বহুতো ক্ষতি হয়। বেক্টেৰিয়াই আক্রমণ কৰাৰ ফলত আলু ফুলি উঠে। এই অৱস্থাটোক কোৱা হয় ‘জিঞ্জিভাইটিছ’। এনে অৱস্থাৰ সৃষ্টি হ’লে আলু উখহাৰ লগতে ৰঙা পৰে। দাঁতৰ গুৰিৰ পৰা তেজো ওলাব পাৰে।

এনে হ’লে নিয়মীয়াকৈ ভালদৰে দাঁত ব্রাছ কৰা ফ্লছ কৰিলে আৰু দন্ত চিকিৎসকৰ দ্বাৰা পৰিষ্কাৰ কৰিলে আৰোগ্য লাভ কৰিব পাৰি। দাঁতৰ এনে ৰোগ হ’লে দাঁতৰ পৰিবেষ্ট হাড় আৰু কলাৰ বিশেষ ক্ষতি নহয়। এনে অৱস্থাত যদিহে উপযুক্ত চিকিৎসা কৰা নহয় তেতিয়াহ’লে পায়োৰিয়াই গা কৰি উঠে। এনে হোৱাৰ লগে লগে দাঁতৰ চাৰিওফালে আলু ফুলি উঠে আৰু আৰম্ভ হয় সংক্রমণ।

আক্ৰান্তৰ বিষয়ে কেনেদৰে জানিব?
এই লক্ষণসমূহৰ ভিতৰত অন্যতম-

# সাধাৰণতে মুখৰ পৰা দুৰ্গন্ধ ওলাব ধৰে। এই দুর্গন্ধ সহজে আঁতৰ নহয়।

#তদুপৰি আক্ৰান্ত আলু ৰঙা পৰাৰ লগতে ফুলি উঠে।

#আলুৰ পৰা তেজ ওলােবাৰো আশংকা নথকা নহয়।

#সাধাৰণতে খাদ্যবস্তু চোবোৱাৰ লগে লগে বিষাবলৈ আৰম্ভ কৰে।

#দাঁতৰ সিৰসিৰণিও হোেৱাৰ আশংকা নুই কৰিব নোৱাৰি।

#তদুপৰি দাঁত সৰিব পাৰে আৰু দীঘল দেখা যায়।

$ এই ৰোগ হোৱাৰ কাৰণসমূহ:

• সাধাৰণতে ডায়েবেটিছত আক্রান্ত লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ব থাকে। সেইবাবে সংক্ৰমণৰ আশংকা থাকে। বিশেষকৈ আলুৰ সংক্ৰ অতি সহজেই হ’ব পাৰে।

• এইখিনিতে উল্লেখ কৰিব পাৰি যে ধূমপানৰ বাবেও এনে ৰোগ হয় আনহাতে, যিসকল চেইন স্ম’কাৰ তেওঁলোকৰ এই ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰতো সমস্যাই গা কৰি উঠে।

• তুলনামূলকভাৱে মহিলাসকলৰ ক্ষেত্ৰত যেতিয়া হৰম’নৰ পৰিৱৰ্তন হ’বলৈ ধৰে তেতিয়াও সহজেই হ’ব পাৰে জিঞ্জিভাইটিছ। যুৱতীসকলৰ ক্ষেত্ৰতো হৰম’নৰ পৰিৱৰ্তনৰ সময়ত এনে সমস্যাই গা কৰি উঠাৰ আশংকা নুই কৰিব নোৱাৰি।

• কিছুমান ৰোগ বিশেষকৈ কেন্সাৰ, এইডছ আদিৰ চিকিৎসা কৰিলেও দাঁতৰ আলুৰ ওপৰত প্ৰভাৱ পৰে।

• কেতিয়াবা কিছুমান ঔষধ দীর্ঘদিন ধৰি ব্যৱহাৰ কৰাৰ ফলত লালটি নিঃসৰণ হ্রাস পায়। যদিহে উপযুক্তভাৱে লালটি নিঃসৰণ নহয়, তেতিয়াহ’লে দাঁতৰ আলু আদিও সহজেই সংক্রমণ হ’ব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Concern For FiabeticsDiabetes And Gum Disease
publisher

publisher

Related Posts

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন
India

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

September 10, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
দামী ইন্ধন আৰু কম উৰণ, উৎসৱৰ বতৰত দেশৰ বিমান সেৱা আকাশলংঘী হ’ব

মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব
India

মা-দেউতাই জংঘলত পথ হেৰুৱাইছে, ঘূৰি আহিব

September 9, 2026
স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d