Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Himanta Viswa Sarma;তুলিৰামৰ প্ৰাসাদোপম অট্টালিকাক লৈ গৌৰৱ গগৈয়ে কৰা তিৰ্যক মন্তব্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ

কাৰ্বি ভূমিৰ এখন অতি সাধাৰণ গাঁৱৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰা নেতা হ'ল তুলিৰাম:মুখ্যমন্ত্ৰী

publisher by publisher
July 7, 2025
in Assam, News
Reading Time: 2 mins read
0
Cm Himanta Viswa Sarma;তুলিৰামৰ প্ৰাসাদোপম অট্টালিকাক লৈ গৌৰৱ গগৈয়ে কৰা তিৰ্যক মন্তব্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰীৰ
5
SHARES
46
VIEWS
ShareShareShareShare

RelatedPosts

Akhil -Lurin Reactions:মুখ্যমন্ত্ৰীৰ সংবাদমেলক লৈ তীব্র কটাক্ষ-সমালোচনা অখিল- লুৰিণৰ

Gaurav Gogoi:সংখ্যালঘুৰ সমষ্টি সংৰক্ষণ কৰিব লাগে বুলি মন্তব্য কৰি সংকটত কংগ্ৰেছৰ মুখপাত্র মহছিন খান !

APCC:আজি নতুন দিল্লীতএপিচিচি গুৰুত্বপূৰ্ণ বৈঠক

Cm Himanta Viswa Sarma Reaction:

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে নিযুক্তি পোৱাৰ পিছত প্ৰথমবাৰৰ বাবে শনিবাৰে কাৰ্বিভূমিত ভৰি দিয়া গৌৰৱ গগৈয়ে ডিফুত উপস্থিত হৈ দলীয় নেতা- কৰ্মীৰে মতবিনিময় কৰাৰ লগতে বিশিষ্ট নাগৰিকৰো এক বাৰ্তালাপত মিলিত হয়।

ADVERTISEMENT

ডিফুত থকা অৱস্থাতে গগৈয়ে ডিফু চহৰৰ মাজমজিয়াত নিৰ্মাণ হৈ থকা এটা অট্টালিকাৰ সন্মুখত থিয় হৈ কয়,ডিফুৰ এই অট্টালিকাটো দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ “শীশমহল”তকৈ দহগুণ ডাঙৰ। এইটো বিজেপিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কোনোবা অতি ঘনিষ্ঠ ব্যক্তিৰ বুলি বহুতে কয়। ক’ত তথ্য পাব পাৰি? কোন হ’ব পাৰে সেই ঘনিষ্ঠ ব্যক্তি ?

যোৰহাটৰ সাংসদ গৰাকীয়ে পোনপটীয়াকৈ নকলেও ঘৰটোৰ মালিক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কথাকে উল্লেখ কৰে ৷

আনহাতে তুলিৰামৰ বিৰুদ্ধে গৌৰৱ গগৈয়ে তিৰ্যক মন্তব্য কৰাৰ পিছতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সামাজিক মাধ্যমত ৷ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে তুলিৰাম ৰংহাং এগৰাকী সন্মানীয় নেতা, যি কাৰ্বি ভূমিৰ এখন অতি সাধাৰণ গাঁৱৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ দৰে নেতা হৈ জনসাধাৰণৰ সেৱা কৰিবলৈ সুযোগ লাভ কৰিছে। তেখেতৰ নেতৃত্বত অঞ্চলটোৱে স্থায়ী শান্তিৰ লগতে অভূতপূর্ব উন্নয়নৰ সাক্ষী হৈছে। কাৰ্বি জনসাধাৰণৰ প্ৰতি তেখেতৰ দৃষ্টিভংগী আৰু নিষ্ঠাৰ বাবে আজি ডিফু অন্যতম উন্নত মুখ্য কেন্দ্র হিচাপে স্বীকৃত হৈছে।

পাকিস্তানৰ দৰে শত্ৰু ৰাষ্ট্ৰৰ নিৰ্দেশত কাম কৰা ব্যক্তিসকলে এনে এগৰাকী ব্যক্তিক বদনাম কৰাৰ প্ৰচেষ্টাই কাৰ্বি আংলঙৰ প্ৰগতি আৰু বিকাশক ম্লান কৰিব নোৱাৰে। কাৰ্বি আংলঙৰ জনসাধাৰণ সদায়ে এক হৈ আছে আৰু বহু কষ্টৰ বিনিময়ত লাভ কৰা কাৰ্বি ভূমিৰ শান্তি ৰক্ষা কৰি অধিক প্ৰগতিৰ দিশত যাত্রা অব্যাহত ৰাখিবলৈ জনসাধাৰণ দায়বদ্ধ হৈ আছে আৰু আগলৈও থাকিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: apcc president gaurav gogoiCem Tuliram Ranghang ResidenceCM Himanta Biswa Sarma Reaction
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d