Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

PM Launches World’s Longest Bi-Lane Tunnel In Arunachal Pradesh:অৰুণাচলত ৮০০কোটি টকাৰ ব্যয়েৰে নিৰ্মিত চেলা সুৰংগ পথ মুকলি প্ৰধানমন্ত্ৰী মোডীৰ

publisher by publisher
March 9, 2024
in India, News
Reading Time: 2 mins read
0
PM Launches World’s Longest Bi-Lane Tunnel In Arunachal Pradesh:অৰুণাচলত ৮০০কোটি টকাৰ ব্যয়েৰে নিৰ্মিত চেলা সুৰংগ পথ মুকলি প্ৰধানমন্ত্ৰী মোডীৰ
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

এলএচিএচত চীনক প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনাৰ নতুন অস্ত্ৰ—কৃত্ৰিম বুদ্ধিমত্তা

National Integration Tour For Students From Mechuka:অৰুণাচলৰ মেচুকাৰ পৰা ভাৰতীয় সেনাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় সংহতি শীৰ্ষক ভ্ৰমণ

বৰফ বুলোৱা শুভ্রতাই আবৰিছে অৰুণাচলক

PM Launches World’s Longest Bi-Lane Tunnel In Arunachal Pradesh:

অৰুণাচল প্ৰদেশৰ ইটানগৰত আজি পুৱা অনুষ্ঠিত ‘বিকশিত ভাৰত বিকশিত উত্তৰ-পূব’ শীৰ্ষক এক বিশাল সভাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্ছুৱেলী বিশ্বৰ আটাইতকৈ দীঘল বাই-লেন সুৰংগ চেলা টানেল দেশবাসীৰ বাবে উৎসৰ্গা কৰে ৷

ADVERTISEMENT

চেলা সুৰংগ উদ্বোধন কৰি অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সংযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি চিহ্নিত কৰাৰ লগতে সমান্তৰালভাৱে পূব খণ্ডত ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতা বৃদ্ধি কৰে।

অৰুণাচল প্ৰদেশৰ চেলা পাছৰ সিপাৰে টাৱাঙলৈ সংযোগ কৰিবলৈ চেলা টানেল হৈছে এক অভিযান্ত্ৰিক আশ্চৰ্য্য। প্ৰায় ৮২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই সুৰংগটো দেশৰ বাবেও কৌশলগত গুৰুত্ব আছে। ইয়াৰ আধাৰশিলা স্থাপন কৰিছিল ২০১৯ চনত প্ৰধানমন্ত্ৰী মোদীয়ে।

অনুষ্ঠানত ভাষণ দি কংগ্ৰেছক টাৰ্গেট কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “কংগ্ৰেছে সীমান্ত অঞ্চলসমূহ অনুন্নত ৰাখিবলৈ চেষ্টা কৰিছিল। আগতেও চেলা সুৰংগ বনাব পৰা গ’লহেঁতেন, কিন্তু তেওঁলোকৰ উদ্দেশ্য বেলেগ আছিল। আগতে তেওঁলোকে ভাবিছিল যে অৰুণাচলত লোকসভাৰ আসন দুখনহে আছে ৷ এনেক্ষেত্ৰত ইয়াত ইমান কাম কিয় ৷ মই আজি ইয়াৰ পৰা ৰাইজক প্ৰতিশ্ৰুতি দিছো যে আজি প্ৰতিকুল পৰিস্থিতিৰ বাবে মই চেলালৈ যাব নোৱাৰিলো ৷ কিন্ত মোৰ তৃতীয় কাৰ্যকালত চেলালৈ আহিম।’

ইটানগৰৰ বিশাল সভাখনিত মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু,কেন্দ্ৰীয় মন্ত্ৰী ক্ষীৰেন ৰিজিজু সহ অৰুণাচলৰ কেবিনেট মন্ত্ৰী- বিধায়ক সকল উপস্থিত থাকে ৷

উল্লেখ্য যে,চুবুৰীয়া দেশ চীনৰ সম্ভাৱ্য চোৰাংচোৱাগিৰিৰ পৰা আঁতৰত থাকি সামৰিক সঁজুলিৰ নিৰৱচ্ছিন্ন গতিবিধিৰ সুবিধা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা ডিজাইনৰ বাবে চেলা সুৰংগৰ কৌশলগত গুৰুত্ব অপৰিসীম।

১৩ হাজাৰ ফুটতকৈ অধিক উচ্চতাত অৱস্থিত এই সুৰংগটো বিশ্বৰ আটাইতকৈ দীঘল বাই-লেন সুৰংগ হিচাপে বিবেচিত হৈছে ৷

আনহাতে,চেলা সুৰংগে অসমৰ তেজপুৰ আৰু অৰুণাচল প্ৰদেশৰ টাৱাঙৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগী হিচাপে কাম কৰে, যিটো অঞ্চল ঐতিহাসিকভাৱে উল্লেখযোগ্য যদিও পূৰ্বতে অনুপ্ৰৱেশৰ বাবে দুৰ্বল আছিল, বিশেষকৈ ১৯৬২ চনৰ যুদ্ধৰ সময়ত। ৮২৫ কোটি টকা ব্যয়ৰে নিৰ্মিত এই সুৰংগটোৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা আৰু অসামৰিক বাহন উভয়ৰে বাবে বছৰজুৰি গতিশীলতা নিশ্চিত কৰা ৷

বালিপাৰা-চাৰ্ডুয়াৰ-টাৱাং (বিচিটি) পথৰ নেচিফু সুৰংগৰ সৈতে সংযুক্ত চেলা সুৰংগে সামৰিক আৰু অসামৰিক যাতায়ত উভয়ৰে বাবে গতিশীলতা বৃদ্ধিত বিশেষ অৰিহণা যোগাব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ARUNACHAL PRADESHPM Modi LaunchesSela Pass TunnelWorld's Longest Bi-Lane Tunnel
publisher

publisher

Related Posts

দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ
India

September 12, 2026
চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

তেজপুৰৰ মাজগাঁও জ্যোতি আগৰৱলা পথৰ কালভার্টহীন পথৰ বাবে সমস্যাৰ সৃষ্টি
Assam

ৰহাত লোকনিৰ্মাণ বিভাগৰ পথৰ মাজত প্রকাণ্ড পুখুৰী : যমৰ যন্ত্রণা ভুগিছে ৰাইজে

জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত কঁহুৱাৰ শুভ্র দালিচা

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!
India

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!

September 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d