Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    Sutia Student Union:অসমীয়া জাতি গঠনলৈ চুতীয়া জাতিৰ অৱদান অপৰিসীম : মন্ত্ৰী বৰা

    Big Scam:প্রাক্তন অধ্যক্ষাৰ নেতৃত্বত দুষ্টচক্ৰৰ দ্বাৰা ১৮ কোটি টকা আত্মসাতৰ অভিযোগ

    Zubeen garg Murder Case:আদালতে প্ৰেৰণ কৰা নথি সলনি কৰিলে বাকসা কাৰাগাৰৰ অধীক্ষকে

    Bank strike in Assam:বেংক ধর্মঘটত তিনিদিন অচল লেনদেন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

National School of Drama Launches Book on Theatre:নেচনেল স্কুল অৱ ড্ৰামাত নাট্য বিষয়ৰ গ্ৰন্থ উন্মোচন

publisher by publisher
April 3, 2024
in Assam, News
Reading Time: 2 mins read
0
National School of Drama Launches Book on Theatre:নেচনেল স্কুল অৱ ড্ৰামাত নাট্য বিষয়ৰ গ্ৰন্থ উন্মোচন
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

TIPRA Motha sweeps Tripura ADC polls:ত্ৰিপুৰাৰ জনজাতীয় স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত মুখথেকেচা বিজেপিৰ

Tripura Firing:ত্ৰিপুৰাৰ ধৰ্মনগৰৰ ভাৰত-বাংলাদেশ সীমান্তত গুলীয়াগুলী

ত্ৰিপুৰা সীমান্ত হৈ লক্ষাধিক টকাৰ ভায়গ্রা সৰবৰাহৰ চেষ্টা!

National School of Drama Launches Book on Theatre:

গৌৰৱ কুমাৰ হাজৰিকা আৰু মূচ্চৰ্না মহন্তই ৰচনা আৰু অনুবাদ কৰা দুখন গ্ৰন্থ যোৱা ৩১ মাৰ্চত ত্ৰিপুৰাৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ, থিয়েটাৰ ইন এডুকেচন উইঙত অনুষ্ঠিত ‘দিক্ষাৰম্ভ পৰ্ব’ত উন্মোচন কৰা হয় ৷

ADVERTISEMENT

নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰিচালক চিত্তৰঞ্জন ত্ৰিপাঠী, উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ অধ্যক্ষ ড. প্ৰসন্ন গগৈ, ত্ৰিপুৰা চৰকাৰৰ সাংস্কৃতিক পৰামৰ্শদাতা সমিতিৰ উপাধ্যক্ষ সুব্ৰত চক্ৰৱৰ্তী, ত্ৰিপুৰাৰ সংগীত নাটক একাডেমীৰ নথিপত্ৰ কেন্দ্ৰৰ সঞ্চালক সৰ্বানী নন্দী, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ, থিয়েটাৰ ইন এডুকেচন উইঙৰ পৰিচালক বিপ্লৱ বৰকাকতি, নাট্য ব্যক্তিত্ব মনীষ ছাইনী, জ্যোতি নাৰায়ণ নাথ আৰু বহু নাট্যকৰ্মী বিশেষ অতিথি হিচাপে উপস্থিত থাকে ৷

এই উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰিচালক চিত্তৰঞ্জন ত্ৰিপাঠীৰ তত্বাৱধানত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ, থিয়েটাৰ ইন এডুকেচন উইঙৰ নতুন প্ৰশিক্ষাৰ্থীসকলক আদৰণি জনোৱা হয় ৷ প্ৰতি বছৰে সমগ্ৰ ভাৰতৰ পৰা নিৰ্বাচিত ২০ জন প্ৰশিক্ষাৰ্থীক এবছৰৰ বাবে থিয়েটাৰ ইন এডুকেচনৰ প্ৰশিক্ষণ দিয়া হয় ৷

এইটো এটা আৱাসিক পাঠ্যক্ৰম৷ এই উপলক্ষে অসমৰ নগাঁও জিলাৰ দুই উদীয়মান শিল্পী গৌৰৱ কুমাৰ হাজৰিকা আৰু মূচ্চৰ্না মহন্তৰ দুখন গ্ৰন্থ ‘শিক্ষাত নাট্য আৰু নাটক’ আৰু ‘আগ’ষ্টো ব’আলৰ থিয়েটাৰ’ও উন্মোচন কৰা হয় ৷ এই পৰিপ্ৰেক্ষিতত চিত্তৰঞ্জন ত্ৰিপাঠীয়ে আশা প্ৰকাশ কৰে যে নাট্য বিষয়ক গ্ৰন্থৰ অত্যন্ত প্ৰয়োজন আছে আৰু নাট্য বিষয়ত দুখন গ্ৰন্থ একেলগে লিখাটো নিজৰ বাবেই এক বৃহৎ পদক্ষেপ ৷ বিপ্লৱ বৰকাকতিয়ে কয় যে ‘আগ’ষ্টো ব’আলৰ থিয়েটাৰ: সৰ্বমুঠ বিপ্লৱৰ আখৰা’ নামৰ গ্ৰন্থখনে নাট্যশিল্পী আৰু সমাজকৰ্মীসকলৰ মাজত আগ’ষ্টো ব’আলৰ নাট্য কৰ্মৰাজিৰ বিষয়ে বুজাবুজি বৃদ্ধি কৰিব ৷

দ্বিতীয়টো ‘শিক্ষাত নাট্য আৰু নাটক’এ শিক্ষক আৰু নাট্যশিল্পীসকলক মূলতঃ শিশু থিয়েটাৰত কৌশল আৰু অনুশীলনসমূহ সন্নিৱিষ্ট কৰিবলৈ উৎসাহিত কৰিব৷ দুয়োখন গ্ৰন্থ সূত্ৰধাৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ৷ সূত্ৰধাৰ প্ৰকাশনে পাঁচ বছৰ সম্পূৰ্ণ কৰিলে ৷ এই সময়ছোৱাত শিল্প-সংস্কৃতিৰ সৈতে জড়িত গ্ৰন্থ প্ৰকাশৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে ৷

লেখক আৰু অনুবাদক গৌৰৱ কুমাৰ হাজৰিকা আৰু মূচ্চৰ্না মহন্ত, দুয়োজনেই বহু বছৰ ধৰি শিল্প-সংস্কৃতিৰ ক্ষেত্ৰত শৈক্ষিকভাৱে কাম কৰি আহিছে আৰু দুয়োজনেই বৰ্তমান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ গৱেষক ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GauravKr. HazarikaLaunches Book on TheatreMurshanna MahantaNational School of DramaTRIPURA
publisher

publisher

Related Posts

দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ
India

September 12, 2026
চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

তেজপুৰৰ মাজগাঁও জ্যোতি আগৰৱলা পথৰ কালভার্টহীন পথৰ বাবে সমস্যাৰ সৃষ্টি
Assam

ৰহাত লোকনিৰ্মাণ বিভাগৰ পথৰ মাজত প্রকাণ্ড পুখুৰী : যমৰ যন্ত্রণা ভুগিছে ৰাইজে

জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত কঁহুৱাৰ শুভ্র দালিচা

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!
India

পাথৰৰ তলত লুকাই আছে লাখ লাখ টন বৰফ!

September 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d