Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

তিনি কোটিৰে সৰ্বোচ্চ স্থানত বেংকক, ভাৰতৰ নাই এখনো মহানগৰ

publisher by publisher
December 11, 2025
in International, News
Reading Time: 1 min read
0
তিনি কোটিৰে সৰ্বোচ্চ স্থানত বেংকক, ভাৰতৰ নাই এখনো মহানগৰ
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Thailand Spl Marriage:একেখন ৰভাতে দুই বৃদ্ধক বিয়া কৰালে থাই মহিলাই

সোমবাৰে ভাৰতলৈ উভতি অহাৰ সম্ভাৱনা গোৱাৰ নাইট ক্লাবৰ দুই কুখ্যাত মালিক

RANGIA :থাইলেণ্ডত ৰহস্যজনক ভাৱে মৃত্যু হোৱা আমিৰ হামজাৰ নিথৰ দেহ অৱশেষত পালেহি ৰঙিয়াৰ স্বগৃহলৈ

Tourist:✒️চাওঁতে চাওঁতে ২০২৫ শেষ হ’বৰ হ’ল। ইতিমধ্যে বহুতে বছৰটোৰ অন্তিম ক্ষণত উপস্থিত হৈ এৰি অহা দিনবোৰৰ কথা জুকিয়াই চাইছে। এনে সময়তে প্রকাশ পাইছে চলিত বর্ষত সর্বাধিক বিদেশী পৰ্যটকে ভিৰ কৰা বিশ্বৰ শীৰ্ষৰ মহানগৰসমূহৰ তালিকা। আধ্যাত্মিক পৰ্যটনৰ পৰা অত্যাধুনিক সা-সুবিধাযুক্ত মহানগৰলৈ পৰ্যটনৰ নানা শাখাক সামৰি লোৱা হৈছে। এই তালিকাত ১০ খন মহানগৰে স্থান পাইছে।

ADVERTISEMENT

এই মহানগৰসমূহৰ মাজত এছিয়াৰো ছখন মহানগৰ আছে। অৱশ্যে এই তালিকাত অন্তর্ভুক্ত নহ’ল ভাৰতৰ এখনো মহানগৰ। এই শীর্ষ ১০ পর্যটনস্থলী হৈছে-

বেংকক (থাইলেণ্ড): বিগত কিছু বছৰৰ পৰা থাইলেণ্ডৰ ৰাজধানী বেংককে বিশ্বৰ চৌদিশৰ পৰ্যটকক আকৰ্ষণ কৰিবলৈ লৈছে। ইয়াৰ সুবাদত মাথোঁ এই বছৰটোতে তিনি কোটি তিনি লাখ বিদেশী পর্যটকে বেংকক ভ্রমণ কৰে। ফলত চলিত বর্ষটোত সর্বাধিক আন্তর্জাতিক পর্যটকে পদার্পণ কৰা ১০ স্থান বা মহানগৰৰ ভিতৰত সর্বোচ্চ স্থান দখল কৰিছে বেংককে।

বেংকক বিদেশী পর্যটকসকলৰ মাজত জনপ্রিয় হোৱাৰ কাৰণ হ’ল বাট-পথত ৰঙীন উচ্ছলতাৰ পয়োভৰ, সুশোভিত মঠ-মন্দিৰ আৰু বিশ্বখ্যাত খাদ্য। সাধাৰণতে বিদেশী পর্যটকসকলে বেংককৰ গ্রেণ্ড পেলেচ আৰু ৱাট আৰুন ভ্রমণ কৰে। মহানগৰখনৰ প্ৰসাৰিত বজাৰ আৰু উদ্দামতা থকা নৈশ জীৱনেও বিদেশী পর্যটকসকলক হাত বাউল দি মাতে। এই ক্ষেত্রত আটাইতকৈ উল্লেখনীয় দিশটো হ’ল যে থাইলেণ্ডত ফুৰা-চকা কৰাটো কম খৰচতে সম্ভৱ হয়। গতিকে দেশখনৰ ৰাজধানী চহৰ বছৰটোৰ প্ৰতিক্ষণতে পর্যটকসকলৰ প্ৰিয় হৈ থাকে।

হংকং: চলিত বর্ষত ২.৩২ কোটি বিদেশী পর্যটকে হংকং ভ্রমণ কৰে। হংকঙৰ ভিক্ট’ৰিয়া হাৰ্বাৰ, সুউচ্চ অট্টালিকাসমূহ হৈছে পৰ্যটকৰ মূল আকর্ষণ। এই ভিক্ট’ৰিয়া হার্বাৰত প্রাচ্য আৰু পাশ্চাত্য সংস্কৃতিৰ ফুৰণ ঘটিছে। বজাৰৰ সুব্যবস্থা, বিশ্বমানৰ হোটেল-ৰেস্তোৰাঁ, ডিজনীলেণ্ড হংকঙৰ লেখীয়া আকর্ষণে সদায়েই পর্যটকসকলক মুগ্ধ কৰি আহিছে। তদুপৰি হংকং বিশ্ব বাণিজ্যৰো বিত্তীয় কেন্দ্র। এনেবোৰ দিশে মহানগৰখনৰ প্ৰতি সমগ্ৰ বিশ্বৰ লোকৰ দৃষ্টি আকর্ষণ কৰে।

লণ্ডন: ইতিহাস আৰু আধুনিকতাৰ মিশ্রণে সমগ্ৰ বিশ্বৰ পৰ্যটকসকলৰ বাবে প্রিয় পর্যটনস্থলী কৰি ৰাখিছে লণ্ডনক। যেনিয়েই চাই সেই দিশতে লণ্ডনে আন্তর্জাতিক পর্যটকসকলক মুগ্ধ কৰে। এনে পর্যটন আকৰ্ষণৰ অন্যতম হৈছে ব্রিটিছ ৰাজপ্রসাদ, বাকিংহাম পেলেচ। তদুপৰি লণ্ডন টাৱাৰ, ব্রিটিছ মিউজিয়াম আদিয়েও বিশ্বৰ কোটি কোটি পর্যটকক আকর্ষণ কৰে। এনে কাৰণতে এই বছৰ দুই কোটি ২৭ লাখ বিদেশী পর্যটকে লণ্ডন ভ্রমণ কৰে।

মাকাও (চীন): চীনৰ মাকাও চহৰক এছিয়াৰ লাছ ভেগাছ বুলি জনা যায়। কাৰণ মাকাও চহৰত বহু কেছিন’ আছে। এই কেছিন ‘সমূহেও সমগ্র বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰে। তদুপৰি বিলাসী ৰিজ’ৰ্ট আৰু পর্তুগীজ ঐতিহ্যয়ো হাত বাউল দি মাতে পর্যটকসকলক। এনে কাৰণতে এইবাৰ দুই কোটি চাৰি লাখ বিদেশী পর্যটকে মাকাও চহৰ ভ্ৰমণ কৰে। উল্লেখ্য যে মাকাও চহৰ ইউনেস্ক’ৰ ঐতিহ্য স্থানো। আধুনিক আমোদ-প্রমোদৰ সা-সুবিধাৰ লগতে এই চহৰত ঐতিহাসিক সমলো পোৱা যায়।

ইষ্টানবুল (তুৰস্ক): এছিয়া আৰু ইউৰোপৰ মাজৰ সেতুৰূপে খ্যাত তুৰস্কৰ ইষ্টানবুল চহৰ এক ঐতিহাসিক চহৰ। এই চহৰৰ মূল পর্যটক আকর্ষণ স্থলীসমূহ হৈছে বিখ্যাত হাগিয়া ছ’ফিয়া, ব্লু মস্ক আৰু গ্রেণ্ড বাজাৰ। এইবাৰ এক কোটি ৯৭ লাখ বিদেশী পর্যটকে ইষ্টানবুল ভ্রমণ কৰে।

ডুবাই: ডুবাইয়েও সমগ্ৰ বিশ্বৰ পৰ্যটকক সদায়ে হাত বাউল দি মাতে। বুর্জ খলিফা, পাম জুমেৰাহ আদি হৈছে ডুবাইৰ প্রধান পর্যটক আকর্ষণস্থলী। চলিত বৰ্ষত বিশ্বৰ এক কোটি ৯৫ লাখ পর্যটকে ডুবাই ভ্রমণ কৰে।

মক্কা (ছৌদি আৰব): সমগ্র বিশ্বৰ ইছলাম ধৰ্মাৱলম্বীসকলৰ বাবে পৱিত্ৰ স্থান মক্কাত এইবাৰ এক কোটি ৮৭ লাখ লোকে পদার্পণ কৰে। সেইসূত্রে এই পৱিত্র মহানগৰে বিশ্বৰ সবাতোকৈ পর্যটক পদার্পণ কৰা চহৰসমূহৰ অন্যতমৰূপে খ্যাতি অৰ্জন কৰিছে।

এন্টালিয়া (তুৰস্ক): তুৰস্কৰ আন এখন পর্যটন আকর্ষণস্থলী হৈছে এন্টালিয়া। ভূমধ্য সাগৰৰ মুকুতাৰূপে জনাজাত এন্টালিয়াই সমগ্ৰ বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰে। ইয়াৰ কাৰণ হৈছে সমুদ্র তীৰ, বিলাসী ৰিজ’ৰ্ট, প্রাচীন ধ্বংসাবশেষ আদি। চলিত বর্ষত এক কোটি ৮৬ লাখ পর্যটকে এন্টালিয়া ভ্রমণ কৰে।

পেৰিছ: আইফেল টাৱাৰৰ দৰে বিস্ময় অৱস্থিত পেৰিছেও সমগ্ৰ বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰি আহিছে। এইবাৰ ১.৮৩ কোটি পর্যটকে পেৰিছ ভ্রমণ কৰে।

কুৱালালামপুৰ (মালয়েচিয়া): পেট্র’নাছ টুইন টাৱাৰ, বৈচিত্র্যপূর্ণ খাদ্য সংস্কৃতি, বজাৰৰ সুব্যৱস্থা আদিয়ে মালয়েচিয়াৰ ৰাজধানী কুৱালালামপুৰকো বিশ্বৰ অন্যতম জনপ্রিয় পর্যটনস্থলীত পৰিণত কৰিছে। চলিত বৰ্ষত ১.৭৩ কোটি পর্যটকে কুৱালালামপুৰ ভ্ৰমণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ThailandTourist places
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d