Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Aap Assam President Pressmeet:অবৈধ ইলেক্টৰেল বণ্ডৰ জৰিয়তে কোৰোণাৰে ধন চপোৱা বিজেপিৰ বাবেই দাম বাঢ়িল জীৱনদায়িনী ঔষধৰ: ডাঃ ভবেন চৌধুৰী

সাধাৰণ জনতাক শুহি খোৱা বিজেপিক ক্ষমতাচ্যুত কৰিলেহে সুখেৰে জীয়াই থকিব পাৰিব: আম আদমি পার্টী, দিল্লী-পঞ্জাবৰ বিনামুলীয়া স্বাস্থ্যসেৱা আৰ্হিয়েহে দিব পাৰিব সকাহ

publisher by publisher
April 1, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Aap Assam President Pressmeet:অবৈধ ইলেক্টৰেল বণ্ডৰ জৰিয়তে কোৰোণাৰে ধন চপোৱা বিজেপিৰ বাবেই দাম বাঢ়িল জীৱনদায়িনী ঔষধৰ: ডাঃ ভবেন চৌধুৰী
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Cm Pressmeet:ষষ্ঠৰ পৰা অষ্টম শ্রেণীলৈ বাধ্যতামূলক বিষয় হ’ব অসমৰ বুৰঞ্জী-ভূগোল

Apcc President Gaurav Gogoi: মোদী-শৰ্মাৰ কাৰ্যকালৰ জৰুৰীকালীন অৱস্থাহে আটাইতকৈ ভয়াৱহ : গৌৰৱ

Assam State Aap:আপ’ক লৈ সাংসদ সুস্মিতা দেৱৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ডাঃ ভবেন চৌধুৰীৰ

Aap Assam President Pressmeet:

নতুন বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ দিনটোৰ পৰা বিজেপি চৰকাৰে ৯২৩বিধ জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিৰ সিদ্ধান্তক আম আদমি পার্টীয়ে তীব্র ভাষাৰে গৰিহণা দিয়ে। এক সংবাদমেল সম্বোধন কৰি আপ, অসমৰ সভাপতি ডা: ভবেন চৌধুৰীয়ে কয় যে মোডী চৰকাৰে অবৈধ ইলেক্টৰেল বণ্ডৰ জৰিয়তে বিভিন্ন কোম্পানীৰ পৰা ভয়-ভাবুকিৰে চান্দা উঠাই অহাৰ বাবেই আজিৰে পৰা জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পালে। উচ্চতম ন্যায়ালয়ে ইলেক্টৰেল বণ্ডক অবৈধ ঘোষণা কৰি কোন কোন কোম্পানীয়ে ৰাজনৈতিক দলক ধন দিছে, সেই তথ্য ৰাজহুৱা নকৰা হ’লে বিজেপিৰ চান্দা সংস্কৃতি’ পোহৰলৈ নাহিলহেঁতেন।

ADVERTISEMENT

হিতাধিকাৰী ৰাজনীতিৰ নামত চৰকাৰে কেই কেজিমান চাউল আৰু প্রতিমাহে কেইশমান টকা একাংশ মানুহৰ একাউণ্টত সোমোৱাই দি ঔষধৰ দাম ২০ৰ পৰা ৮০ শতাংশ বৃদ্ধি কৰি সাধাৰণ জনতাক জীয়াই থকাৰ সুবিধাকণৰ পৰাই বিজেপিয়ে বঞ্চিত কৰিছে। ঔষধ নিৰ্মাণ কৰা কোম্পানী ড: ৰেষ্ট্ৰীছ লেব, চিপলা লিমিটেড, ছান ফার্মা লেবৰেটৰী, জাইদাচ, টৰেণকে ধৰি প্ৰায় সকলো কোম্পানীৰ পৰা বিজেপিয়ে শশ কোটি টকা চান্দা সংগ্রহ কৰিছে। এই তথা ইতিমধ্যে জনতাই লাভ কৰিছে। টৰেণ কোম্পানীয়ে বিজেপিক ৬১ কোটি টকা, চিপলাই ৩৭ কোটি টকা, জাইদাচে ১৮ কোটি টকা বিজেপিক দিছে। এয়া দুটামান উদাহৰণ মাত্র।

বিজেপি চৰকাৰৰ দিনত দুর্নীতি নোহোৱা বুলি দলটোৱে দাবী কৰিলেও জনতাই বুজি পাইছে বিজেপিয়ে কি স্তৰত দুর্নীতি কৰে। বিজেপিয়ে ইডি, চিবিআই আই টিৰ দৰে সংস্থাবোৰক অপব্যৱহাৰ কৰি কোম্পানীবোৰক ভয়-ভাবুকি দি ইলেক্টৰেল বণ্ডৰ জৰিয়তে চান্দা সংগ্ৰহ কৰিছিল আৰু ইয়াৰ পার্শ্বক্রিয়া হিচাপে কোম্পানীবোৰে ঔষধ, নিত্য বারহার্য সা-সামগ্ৰীৰ দাম বৃদ্ধি কৰি জনতাৰ ওপৰত ৰাম টাঙোন সোধাই আহিছে। এক সুস্থ আৰু সন্মানজনক জীৱনৰ স্বাৰ্থতে এই লোকসভা নির্বাচনত বিজেপিক উৎখাত কৰিবলৈ আম আদমি পার্টীয়ে আহ্বান জনায়।

নাগৰিকৰ সুস্থ স্বাস্থ্য নিশ্চিত কৰাতো চৰকাৰৰ মৌলিক দায়িত্ব বুলি আম আদমি পার্টীয়ে বিবেচনা কৰে আৰু সেইবাবে দিল্লী আৰু পঞ্জাবত সকলোৰে বাবে বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰৱৰ্তন কৰা হৈছে বুলি আঙুলীয়াই দিয়ে আপ, অসমৰ সভাপতি গৰাকীয়ে। ধনী-দুখীয়া সকলো নাগৰিকৰ বাবে বিনামূলীয়া ঔষধ, বিনামূলীয়া পৰীক্ষা, বিনামুলীয়া অপাৰেচন আম আদমি পার্টিীৰ মূল প্রতিশ্রুতি বুলি তেওঁ সোঁৱৰাই দিয়ে।

কালি দিল্লীৰ ৰামলীলা মৈদানত অনুষ্ঠিত হোৱা ইন্ডিয়া এলায়েন্সৰ বৃহৎ ৰেলীতো কাৰাগাৰৰ ভিতৰৰ পৰা অৰবিন্দ কেজৰিৱালে দেশবাসীক দিয়া ছটা গেৰাণ্টীত বিশেষ স্থান পাইছে সকলোৰে বাবে বিনামূলীয়া স্বাস্থ্যসেৱাৰ প্ৰতিশ্রুতিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aap Assam PresidentAddressing PressMeetCondemn The Govt DecisionIncrease Price Of Medicines
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d