Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

    সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

President Biden may Withdraw from the US Presidential Election:মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতাৰ পৰা আঁতৰিব পাৰে ৰাষ্ট্ৰপতি বাইডেন !

publisher by publisher
July 8, 2024
in International, News
Reading Time: 2 mins read
0
President Biden may Withdraw from the US Presidential Election:মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতাৰ পৰা আঁতৰিব পাৰে ৰাষ্ট্ৰপতি বাইডেন !
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

President Biden may Withdraw from the US Presidential Election:

মাৰ্কিন যুক্তৰাষ্ট্ৰত চলিতৰ বৰ্ষৰ পাঁচ নৱেম্বৰত অনুষ্ঠিত হ’বলগা ৰাষ্ট্ৰপতি নির্বাচনৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পালে। ৰাষ্ট্ৰপতিৰ আসন্ন নির্বাচনত ডেম’ক্রেটিক দলৰ হৈ প্রতিদ্বন্দ্বিতাৰ পৰা আঁতৰিব পাৰে বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে।

ADVERTISEMENT

অলপতে সম্পন্ন হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিতৰ্কত অংশ লৈ বাইডেনে প্রতিদ্বন্দ্বী ড’নাল্ড ট্রাম্পৰ হাতত পৰাজিত হৈছিল। এই বিতৰ্কৰ ফলাফল প্রকাশৰ পাছৰে পৰা ডেম’ক্রেটিক দলৰ লগতে আমেৰিকাৰ সংবাদ মাধ্যমেও বাইডেনক প্রতিদ্বন্দ্বিতাৰ পৰা আঁতৰি যাবলৈ হেঁচা দিছে ৷

কিন্তু বাইডেনে স্পষ্ট কৰি কৈছিল যে কোনো কাৰণতে তেওঁ প্রার্থিত্ব প্ৰত্যাহাৰ নকৰে। শেহতীয়া বাতৰি অনুসৰি, বাইডেনে ৰাষ্ট্ৰপতিৰ আসন্ন নিৰ্বাচনৰ দৌৰৰ পৰা প্ৰস্থান কৰিব পাৰে। মূলতঃ বয়স বৃদ্ধিৰ কাৰণত বাইডেনক নির্বাচনত পুনৰ প্ৰতিদ্বন্দ্বিতাৰ বাবে যোগ্য নহয় বুলি বিভিন্ন পক্ষই মত প্রকাশ কৰিছে।

হাৱাই প্ৰদেশৰ গৱৰ্ণৰ জ’ছ গ্রীণে সদৰী কৰি কয় যে বাইডেনে অহা এক-দুদিনৰ ভিতৰত সিদ্ধান্ত গ্রহণ কৰিব যে তেওঁ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিব নে নকৰে। অৱশ্যে বাইডেনে আনুষ্ঠানিকভাৱে প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি যোৱাৰ কোনো ইংগিত বর্তমানলৈকে দিয়া নাই। গৱৰ্ণৰ গ্ৰীণে ‘দ্য এছ’চিয়েটেড প্ৰেছ’ৰ আগত সদৰী কৰা অনুসৰি, বাইডেনে যদি নির্বাচনী দৌৰৰ পৰা প্ৰস্থানৰ সিদ্ধান্ত লয় তেন্তে তেওঁৰ স্থানত ডেম’ক্রেটিক পার্টিৰ প্ৰাৰ্থী হিচাপে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ নাম মনোনীত কৰা হ’ব।

গ্রীণে ক’লে, ‘যদি ৰাষ্ট্ৰপতিয়ে অনুভৱ কৰে যে বাস্তৱত তেওঁ আসন্ন নির্বাচনত জয়লাভ কৰিব নোৱাৰিব, তেন্তে তেওঁ নির্বাচনী দৌৰৰ পৰা প্ৰস্থান কৰিব। হয়তো আগন্তুক এদিন- দুদিনৰ ভিতৰতে আমি ৰাষ্ট্ৰপতিৰ সিদ্ধান্তৰ বিষয়ে জানিব পাৰিম। যদি বাইডেনে প্রস্থান কৰে, তেন্তে ডেম’ক্রেটিক দলে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ৰাষ্ট্ৰপতি পদৰ বাবে প্রার্থিত্ব প্রদান কৰিব।’

৮১ বছৰ বয়সীয়া বাইডেনৰ জনপ্রিয়তা বিভিন্ন সমীক্ষাত যথেষ্ট হ্রাস পাইছে যদিও ৰাষ্ট্ৰপতিৰ আসন্ন নির্বাচনত ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতাৰ ক্ষেত্ৰত বাইডেন বর্তমানলৈকে অটল হৈ আছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: President Joe BidenWithdraw from the US Presidential Election
publisher

publisher

Related Posts

জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

October 2, 2026
শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ
Assam

শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

October 2, 2026
সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ
Assam

সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

October 2, 2026
মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান
Assam

মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

October 2, 2026
চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি
Assam

চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

October 2, 2026
Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d