Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Kejriwal’s interim bail was granted by the Supreme Court:দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ সাময়িক সকাহ

অন্তৱর্তীকালীন জামিন মঞ্জুৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

publisher by publisher
July 12, 2024
in India, News
Reading Time: 2 mins read
0
Kejriwal’s interim bail was granted by the Supreme Court:দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ সাময়িক সকাহ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Arvind kejriwal:অৱশেষত সুৰা কেলেংকাৰীত দোষমুক্ত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল

দিল্লী বিস্ফোৰণ তদন্তত আল ফালাহ বিশ্ববিদ্যালয়ৰ নাম!

‘চান্তাক্লজৰ ভিডিঅ’ত খ্ৰীষ্টান আৱেগক আঘাত ’: আপ নেতাৰ বিৰুদ্ধে এফআইআৰ শ্বাহ আৰক্ষীৰ

Kejriwal’s interim bail was granted by the Supreme Court:

তিহাৰ জেলত কাৰাৰুদ্ধ হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ সৰ্বোচ্চ ন্যায়ালয়ৰ সাময়িক সকাহ ৷ উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে অন্তঃৱৰ্তীকালীন জামিন ৷ উল্লেখ্য যে,বহুচৰ্চিত আবকাৰী গোচৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীক ইডিয়ে নতুন দিল্লীস্থ মুখ্যমন্ত্ৰী চৰকাৰী আবাসগৃহৰ পৰা ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল ৷ পৰৱৰ্তী সময়ত আদালতৰ নিৰ্দেশ অনুসৰি তিহাৰ জেলত কাৰাৰুদ্ধ হৈ আছিল ৷

ADVERTISEMENT

মনকৰিবলগীয়া যে,অৰবিন্দ কেজৰিৱালে অন্তঃৱৰ্তীকালীন জামিন লাভ কৰিলেও মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব কিয়নো ৷বৰ্তমান চিবিআইৰ আন এক গোচৰত ন্যায়িক জিন্মাত আছে ৷ আনহাতে,ইডিৰ গ্ৰেপ্তাৰ সম্পৰ্কত ইতিমধ্যে খণ্ড বিচাৰপীঠে পৰৱৰ্তী শুনানিৰ বাবে শীৰ্ষ বিচাৰ পীঠলৈ প্ৰেৰণ কৰিছে ৷ আদালতে কেজৰিয়ালৰ গ্ৰেপ্তাৰৰ নীতি আৰু ভিত্তি সন্দৰ্ভত কৰিব বিচাৰ। লগতে আদালতে অন্তঃৱৰ্তীকালীন জামিন সন্দৰ্ভতো ল’ব শুনানি ৷

স্মতৰ্ৱ্য যে,চলিত মাহৰ ৯ জুলাইত ইডিয়ে দিল্লীৰ ৰাউজ এভিনিউ আদালতত সপ্তমখন পৰিপূৰক চাৰ্জ শ্বীট দাখিল কৰি উল্লেখ কৰে যে,দিল্লীৰ সুৰানীতিৰ কেলেংকাৰিৰ মূল অভিযুক্ত অৰবিন্দ কেজৰিৱাল। সুৰানীতিৰ কেলেংকাৰিৰে সংগৃহীত বুজন পৰিমাণৰ ধন দলীয় কামত ব্যয় কৰিছে কেজৰিয়ালে ৷ ইডিয়ে চাৰ্জ শ্বীটত আৰু উল্লেখ কৰে যে,২০২২চনৰ গোৱা বিধানসভা নিৰ্বাচনত আপে সুৰানীতিৰ কেলেংকাৰিৰে সংগ্ৰহ কৰা বহুকোটি টকা ব্যয় কৰিছে ৷

উল্লেখ্য যে,আবকাৰী কেলেংকাৰি সম্পৰ্কত ২০২২ চনতে ইডি আৰু চিবিআই– এ কেজৰিয়ালৰ বিৰুদ্ধে সুকীয়া সুকীয়াকৈ ৰজু কৰিছিল গোচৰ ৷ সেই অনুসৰি দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীক ২০২২ অক্টোবৰৰ পৰাৰ পৰা চলিত বৰ্ষৰ মাৰ্চলৈকে ইডিয়ে সোধপোছৰ বাবে হাজিৰ হ’বলৈ নবাৰকৈ চমন দিছিল যদিও প্ৰতিবাৰেই চমন প্ৰত্যাখ্যান কৰিছিল ৷

ইয়াৰ মাজতে দিল্লী উচ্চ ন্যায়ালয়ত অগ্ৰিম জামিনৰ বাবে আবেদন কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কিন্ত আদালতে জামিন নামাঞ্জৰ কৰাৰ পিছত ২১ মাৰ্চত মুখ্যমন্ত্ৰী আবাসগৃহৰ পৰাই ইডিয়ে বহু সোধপোছৰ অন্তত গ্ৰেপ্তাৰ কৰে কেজৰিয়ালক ৷ উল্লেখযোগ্য গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰিব বুলি ব্যাপক চৰ্চা চলিছিল যদিও পদত্যাগ নকৰাকৈ জে’ল গমন কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arvind KejriwalEDPmla Casesc Grants Interim Bail
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d