Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

RSS Believes Women Should Stay At Home:Rahul Gandhi: টেক্সাছ বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু প্ৰবাসী ভাৰতীয়ৰে মতবিনিময় অনুষ্ঠানত ৰাহুল গান্ধী

'আৰ এছএছৰ মতে মহিলাসকলে ঘৰতে থাকিব লাগে, বিজেপিৰ তীব্ৰ প্ৰতিক্ৰিয়া,বহি:দেশত ৰাহুল গান্ধীয়ে প্ৰায়ে ভাৰতক অপমান কৰটো নিয়মত পৰিণত হৈছে

publisher by publisher
September 9, 2024
in Uncategorized
Reading Time: 3 mins read
0
RSS Believes Women Should Stay At Home:Rahul Gandhi: টেক্সাছ বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু প্ৰবাসী ভাৰতীয়ৰে মতবিনিময় অনুষ্ঠানত ৰাহুল গান্ধী
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

Rahul Gandhi Rally in bokajan:বোকাজানত ৰাহুল গান্ধীৰ বিশাল জনসভা

Rahul Gandhi:প্ৰিয়ংকা গান্ধীৰ পিছত আজি নিৰ্বাচনী ৰণডংকা বজাব ৰাহুল গান্ধী

Rahul Gandhi :বিজয়নৰ চৰকাৰ চলাইছে মোদীয়ে: কেৰলমত বাম মৰ্চাৰ চৰকাৰক কটাক্ষ ৰাহুলৰ

RSS Believes Women Should Stay At Home:Rahul Gandhi:

মাৰ্কিন যুক্তৰাষ্ট্ৰৰৰ ডালাছত অনুষ্ঠিত এক সভাত উপস্থিত থাকি ভাষণ প্ৰসংগত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজেপি আৰু ইয়াৰ মতাদৰ্শগত অভিভাৱক আৰ এছ এছক থকাসৰকা কৰে ৷ লোকসভাৰ বিৰোধী দলপতি গৰাকীয়ে টেক্সাছ বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা মতবিনিময় আৰু প্ৰবাসী ভাৰতীয় সকলৰ এক সভাত কেতবোৰ বিষয়ক লৈ ভাষণ প্ৰদান কৰে ৷

ADVERTISEMENT

আনহাতে আৰ এছএছক লৈ ৰাহুল গান্ধীয়ে কৰা বিৰূপ মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিয়ে কয়,বহি:দেশ পৰিভ্ৰমণৰ বাবে গ’লে ৰাহুল গান্ধীয়ে প্ৰায়ে ভাৰতক অপমান কৰটো নিয়মত পৰিণত হৈছে ৷

উল্লেখ্য যে,প্ৰবাসী ভাৰতীয় সকলক সম্বোধন কৰি গান্ধীয়ে কয় যে আৰ এছ এছে ভাৰতক এটা ধাৰণা বুলি বিশ্বাস কৰে, আনহাতে কংগ্ৰেছে ইয়াক বহু ধাৰণা বুলি গণ্য কৰে। সেইটোৰ বাবেই আমাৰ যুঁজখন ।

বিজেপিৰ সংখ্যাগৰিষ্ঠতা অস্বীকাৰ কৰা এই লোকসভা নিৰ্বাচনৰ ফলাফলৰ কথা উল্লেখ কৰি গান্ধীয়ে কয় যে নিৰ্বাচনৰ ফলাফলৰ লগে লগে “বিজেপিৰ ভয়” নাইকিয়া হৈ গ’ল। ‘নিৰ্বাচনৰ ফলাফলৰ কিছু মিনিটৰ ভিতৰতে বিজেপি আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীক কোনেও ভয় কৰা নাছিল। এইবোৰ বৃহৎ কৃতিত্ব, ৰাহুল গান্ধী বা কংগ্ৰেছৰ নহয়, বৰঞ্চ ভাৰতবাসীৰ যিসকলে উপলব্ধি কৰিছিল যে আমি আক্ৰমণ মানি ল’বলৈ যোৱা নাই।

rahul gandhi 2ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত গান্ধীক ভাৰতত মহিলা শ্ৰমিকৰ অংশগ্ৰহণ কম হোৱাৰ বিষয়ে সোধা হৈছিল। উত্তৰত তেওঁ ভাৰতীয় পুৰুষৰ মহিলাৰ প্ৰতি থকা “বেয়া মনোভাৱ”ৰ কথা আঙুলিয়াই দিয়ে। তেওঁ কয় যে বৃহৎ সংখ্যক ভাৰতীয় পুৰুষৰ ক্ষেত্ৰত মহিলাৰ প্ৰতি থকা মনোভাৱ হাস্যকৰ।গান্ধীয়ে লগতে কয় যে মহিলাৰ প্ৰতি থকা মনোভাৱো বিজেপি আৰু বিৰোধীৰ মাজত চলি থকা মতাদৰ্শগত যুঁজৰ অংশ। তেওঁ কয় যে বিজেপি-আৰএছএছৰ মতে মহিলাসকলক এটা বিশেষ ভূমিকাত সীমাবদ্ধ কৰি ৰাখিব লাগে, ঘৰতে থাকিব লাগে, খাদ্য ৰান্ধিব লাগে, বেছি কথা নাপাতিব লাগে, আমি বিশ্বাস কৰোঁ যে মহিলাসকলক যি কৰিব বিচাৰে তাৰ আকাংক্ষা কৰিবলৈ দিয়া উচিত।

গান্ধীয়ে ভাৰতৰ নিবনুৱা সমস্যা এতিয়া চীনৰ দৰে বুলিউল্লেখ কৰি কয় পশ্চিমীয়া দেশত কৰ্মসংস্থাপনৰ সমস্যা আছে। একেদৰে ভাৰতত আছে কৰ্মসংস্থাপনৰ সমস্যা৷ কিন্তু বিশ্বৰ বহু দেশত কৰ্মসংস্থাপনৰ সমস্যা নাই। চীনত নিয়োগৰ সমস্যা নিশ্চয় নাই। ভিয়েটনামত কৰ্মসংস্থাপনৰ সমস্যা নাই। গতিকে পৃথিৱীৰ এনে কিছুমান ঠাই আছে যিবোৰে নিবনুৱা সমস্যাৰ সৈতে যুঁজি থকা নাই। কাৰণ আছে। ১৯৪০, ৫০ আৰু ৬০ৰ দশকত যদি আপুনি আমেৰিকালৈ চায়, তেন্তে তেওঁলোক আছিল বিশ্বব্যাপী উৎপাদনৰ কেন্দ্ৰবিন্দু।

যিকোনো বস্তু যিটো নিৰ্মাণ কৰা হৈছিল, গাড়ী, ৱাশ্বিং মেচিন, টিভি, এই সকলোবোৰ আমেৰিকাত নিৰ্মিত। আমেৰিকাৰ পৰা উৎপাদন সামগ্ৰী কোৰিয়ালৈ গ’ল, জাপানলৈ গ’ল। অৱশেষত চীনলৈ গ’ল। আজি যদি চাওঁ, চীনে বিশ্বব্যাপী উৎপাদনত আধিপত্য বিস্তাৰ কৰিছে… গতিকে কি হৈছে? পশ্চিম, আমেৰিকা, ইউৰোপ, ভাৰতে উৎপাদনৰ ধাৰণাটো এৰি দিছে আৰু চীনৰ হাতত তুলি দিছে। উৎপাদনৰ কাৰ্য্যই চাকৰিৰ সৃষ্টি কৰে। আমি যি কৰো, আমেৰিকানসকলে যি কৰে, পশ্চিমে যি কৰে, আমি উপভোগক সংগঠিত কৰোঁ।’

# ৰাহুল গান্ধীক উভতি ধৰিলে বিজেপিয়ে !

মাৰ্কিন যুক্তৰাষ্ট্ৰত গান্ধীৰ কৰা মন্তব্যই বিৰুদ্ধে গৰজি উঠিল বিজেপি৷ শাসকীয় দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে সংবাদ সংস্থা এএনআইক কয় যে গান্ধীয়ে চীনৰ হৈ বেটিং কৰিবলৈ আগ্ৰহী যেন লাগিছে ।
চীনৰ কমিউনিষ্ট পাৰ্টিৰ সৈতে হোৱা বুজাবুজিৰ বাবেই নেকি তেওঁ সদায় চীনৰ হৈ বেটিং কৰে আৰু ভাৰতৰ হৈ বেটিং নকৰে? ৰাহুলে ইয়াতেই ৰৈ নাথাকে, কেৱল দেশৰ বাহিৰলৈ গ’লেই ভাৰতীয় আইনী ব্যৱস্থাক আক্ৰমণ কৰে। তেওঁ ভাৰতত সামাজিক উত্তেজনাৰ ভৱিষ্যদ্বাণী কৰে কেৱল এই কাৰণেই যে ই তেওঁৰ বিভাজন আৰু শাসন কৰা কৌশল বুলি কটাক্ষ কৰে ভাণ্ডাৰীয়ে ।

আনহাতে “ছেম পিট্ৰ’ডাই কয় যে তেওঁ আৰু ‘পাপ্পু’ নহয়। তেওঁ এতিয়া সকলো বক্তব্যই ভাৰতৰ বিৰুদ্ধে মিছা কথা প্ৰতিফলিত কৰে, তেওঁৰ সকলো বক্তব্যই সমাজক বিভাজিত কৰিব বিচৰা এজন ব্যক্তি আৰু চীনৰ হৈ বেটিং কৰিব বিচৰা এজন ব্যক্তিক প্ৰতিফলিত কৰে।” ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bjp ReactsRahul GandhiRSS Believes Women Should Stay At Homestunent And NriUniversity Of Texas
publisher

publisher

Related Posts

Nagaon:পকী দলং নির্মাণ হ’লেও নাই সংযোগী পথ
Uncategorized

May 8, 2026
Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ
Uncategorized

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

May 7, 2026
TVK chief Thalapathy vijay meets Governor:চৰকাৰ গঠনৰ উদ্দেশ্যৰে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ টিভিকেৰ মুৰব্বী থালাপতি বিজয়ৰ

May 6, 2026
Firing Incident in Lakhipur:লক্ষীপুৰৰ আন্তঃৰাজ্যিক সীমান্তত ভয়ংকৰ ঘটনা

Lok Bhawan:ৰাজ্যিক মুখ্য নির্বাচনী বিষয়াৰ ৰাজ্যপালক সাক্ষাৎ

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d