Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই

    অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন

    কাতি বিহুৰ দিনা পুনৰ নগাঁৱত বুলড ‘জাৰৰে উৎখাত ৫৬০ পৰিয়ালক

    মহানগৰীৰ পূজাত দিন-ৰাতি একাকাৰ

    মহানগৰীৰ পূজাত দিন-ৰাতি একাকাৰ

    জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে

    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

আঠশ বছৰৰ পাছত আকাশত ওচৰ চাপিছে বৃহস্পতি-শনি

publisher by publisher
December 7, 2020
in News
Reading Time: 1 min read
0
আঠশ বছৰৰ পাছত আকাশত ওচৰ চাপিছে বৃহস্পতি-শনি
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

অন্তৰীক্ষত সঘন টহল চীনা স্পেচপ্লেনৰ

মাস্কৰ পৰিকল্পনা সলনি : মঙলৰ পৰিৱৰ্তে চন্দ্ৰত বসতি স্থাপনৰ প্ৰস্তুতি

আজিৰ আকাশত উদয় হ’ব ‘গুৰুগ্রহ’ মাজনিশা খালী চকুৰেও দেখা যাব বৃহস্পতিক

অহা এপষেকৰ ভিতৰতে পৰস্পৰৰ ওচৰ চাপিব বৃহস্পতি আৰু শনি গ্ৰহ । ২১ ডিচেম্বৰত দুয়োটা গ্ৰহ ইমানেই ওচৰ চাপিব যে দেখিলে দুয়োটা গ্ৰহক ‘যুগ্মগ্ৰহ’ বুলি বিভ্ৰম হ’ব পাৰে । অহা ১৬ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰৰ মাজৰ সময়ছোৱাত সৌৰজগতৰ এই দুই বৃহত্তম গ্ৰহই ক্ৰমে একেবাৰে ওচৰ চপাৰ পাছত পুনৰ লাহে লাহে বৃদ্ধি কৰিব দূৰত্ব । ক’বলৈ গ’লে বৰদিনৰ সময়তে সংঘটিত হ’ব এই মহাজাগতিক ঘটনা ।

ADVERTISEMENT

প্ৰায় আঠশ বছৰ পাছত আকাশত এই দুই গ্ৰহৰ ‘যুগলবন্দী’ দেখিবলৈ পোৱা যাব বুলি আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা‌ নাছাই জনাইছে । আমেৰিকাৰ টেক্সাছ ৰাইচ বিশ্ববিদ্যালয়ৰ পাৰ্থবিদ্যা তথা জ্যোতি বিজ্ঞানৰ অধ্যাপক পেট্ৰিক হাৰ্টিগানে এই সন্দৰ্ভত কয়, ‘এই দুই গ্ৰহৰ বিন্যাস অতিকৈ বিৰল । প্ৰতি ২০ বছৰৰ অন্তত এই ব্যৱধানৰ তাৰতম্য ঘটে । কিন্তু এই যুগলবন্দী অতিকৈ বিৰল ।

এতিয়া এই বিৰল ঘটনা আমি দেখিবলৈ গৈ আছো । এনে মহাজাগতিক ঘটনা প্ৰত্যক্ষ কৰাৰ বাবে বহু বছৰ অপেক্ষা কৰিবলগীয়া হয় বিজ্ঞানীসকলে ।’ পেট্ৰিকে জনোৱা অনুসৰি শেষবাৰ ১২২৬ৰ চাৰি মাৰ্চত দুয়োটা গ্ৰহ‌‌‌ একেবাৰে ওচৰলৈ আহিছিল । এই দুই গ্ৰহ যে ওচৰলৈ আহিব ধৰিছে নিশাৰ আকাশত চকু ৰখাসকলে ইতিমধ্যে ধৰিব পাৰিছে ।

বৰ্তমান আকাশত চকু ৰখাসকলে গ্ৰহ দুটাৰ দূৰত্ব হ্ৰাস পোৱা দেখিবলৈ পাইছে । অহা কেইদিনমানৰ পাছৰে পৰা সূৰ্যাস্তৰ পাছত পশ্চিম আকাশত এই দুই গ্ৰহক অধিক ওচৰলৈ চপা দেখিবলৈ পোৱা যাব । ২১ ডিচেম্বৰত যেতিয়া গ্ৰহ দুটাই যুগ্ম গ্ৰহৰ আকাৰ ল’ব সেই সময়ত পূৰ্ণচন্দ্ৰৰ ব্যাসৰ এক পঞ্চমাংশ দূৰত থাকিব । সেই সময়ত দূৰবিক্ষণ যন্ত্ৰৰে চালে দুই গ্ৰহৰ উপগ্ৰহ বিলাকো দেখিবলৈ পোৱা যাব । দুয়োটা গ্ৰহ‌‌‌ ওচৰ চপা যেন দেখিবলৈ লাগিলেও প্ৰকৃততে কে’বাশ হেজাৰ লাখ মাইল দূৰতে থাকিব বৃহস্পতি আৰু শনি । নাছাই জনোৱা অনুসৰি পৃথিৱীৰ সকলো প্ৰান্তৰ পৰাই দুয়োটা গ্ৰহৰ যুগলবন্দী দেখিবলৈ পোৱা যাব ।

অৱশ্যে নিৰক্ষৰেখাৰ ওচৰৰ দেশবিলাকৰ পৰা দুয়োটা গ্ৰহ‌‌‌ সবাতোকৈ ভালকে দেখা যাব । দুয়োটা গ্ৰহ‌‌‌ ইমানেই উজ্জ্বল হ’ব যে সন্ধিয়াৰে পৰা আকাশ স্পষ্টকৈ দেখিবলৈ পোৱা যাব । এইবাৰ যদি কোনোৱে গ্ৰহ দুটা ওচৰ চপা দেখিবলৈ নাপায় তেন্তে অধিক চিন্তা কৰাৰ প্ৰয়োজন নাই । ২০৮০ৰ ১৫ মাৰ্চত পুনৰ গ্ৰহ দুটাক ওচৰ চপা দেখিবলৈ পোৱা যাব । ইয়াৰ পাছত পুনৰ ২৪০০ত গ্ৰহ দুটা ওচৰ চাপিব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: JupiterPlanetSaturnscientistSpace
publisher

publisher

Related Posts

মুম্বাইত টাইগাৰ শ্ৰফলৈ গুলিবর্ষণ দুর্বৃত্তৰ : কথমপি প্ৰাণৰক্ষা, চালক আহত দুই
India

October 19, 2026
অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন
International

অগ্নিগর্ভ ফ্রান্স, ক্ষুব্ধ জনতাই জুলালে ঐতিহাসিক কীর্তিচিহ্ন

October 19, 2026
কাতি বিহুৰ দিনা পুনৰ নগাঁৱত বুলড ‘জাৰৰে উৎখাত ৫৬০ পৰিয়ালক
Assam

কাতি বিহুৰ দিনা পুনৰ নগাঁৱত বুলড ‘জাৰৰে উৎখাত ৫৬০ পৰিয়ালক

October 19, 2026
মহানগৰীৰ পূজাত দিন-ৰাতি একাকাৰ
Assam

মহানগৰীৰ পূজাত দিন-ৰাতি একাকাৰ

October 19, 2026
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d