Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Eight people, including Sumi- Tarkik- Vishal, will be produced in court today:আজি আদালতত হাজিৰ কৰোৱাৱ চুমি- তাৰ্কিক-বিশাল সহ আঠজনক

চিবিআইৰ বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰাব চিবিআই-এ, চিবিআইৰ দুজনীয়া দল উপস্থিত আদালতত, ডিব্ৰুগড় জেলত কাৰাৰুদ্ধ আঠ অভিযুক্তক শুকুৰবাৰে অনা হৈছিল গুৱাহাটীলৈ

samimsultana by samimsultana
October 26, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Eight people, including Sumi- Tarkik- Vishal, will be produced in court today:আজি আদালতত হাজিৰ কৰোৱাৱ চুমি- তাৰ্কিক-বিশাল সহ আঠজনক
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

মানুহ চাই চাইহে গ্ৰেপ্তাৰ কৰা হৈছে নেকি? প্রশ্ন আদালতত

তিৰুপতি মন্দিৰৰ লাডু কেলেংকাৰি : পাঁচ বছৰলৈকে কৃত্ৰিম ঘিঁউৰে তৈয়াৰ কৰিছিল প্ৰসাদ 

Thailand has extradited two fugitives to India:ভাৰতৰ পৰা পলায়ন কৰা দুই অপৰাধীক থাইলেণ্ডে গতালে ভাৰতক

Eight people, including Sumi- Tarkik- Vishal, will be produced in court today:

ৰাজ্যত সংঘটিত কে’বা হেজাৰ কোটিটকীয়া অনলাইন ট্রেডিং কেলেংকাৰিৰ তদন্ত কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থা (চিবিআই) লোৱাৰ পিছত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা দুটা গোচৰৰ আঠজন অভিযুক্তক শুকুৰবাৰে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে গুৱাহাটীলৈ অনা হয়। ডিব্ৰুগড় সদৰ আৰক্ষী থানাত ইয়াৰে এটা গোচৰ বিশাল ফুকনৰ বিৰুদ্ধে আৰু আনটো গোচৰ ৰঞ্জিত কাকতিৰ বিৰুদ্ধে ৰুজু হৈ আছে ।

ADVERTISEMENT

‘ৰিছা’ নামৰ এখন ট্রেভেলাৰ বাহনৰে গুৱাহাটীলৈ অনা এই আঠজন অভিযুক্তৰ ভিতৰত বিশাল ফুকন আৰু ৰঞ্জিত কাকতিও আছে। আন কেইজন হ’ল চুমি বৰা, তার্কিক বৰা, অম্লানজ্যোতি বৰা, অভিজিৎ চন্দ, সুভনজ্যোতি কুর্মী আৰু চন্দন নাথ। পুৱা ৮- ২৫ বজাত ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰা বাহনখন সন্ধিয়া গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত উপস্থিত হয়।

নিৰাপত্তা ব্যৱস্থাৰ অংশ হিচাপে বাহিৰৰ পৰা যাতে বাছখনৰ ভিতৰলৈ কোনেও নেদেখে তাৰ বাবে ডাঠ গুলপীয়া ৰঙৰ পদাৰে খিৰিকীবোৰ ঢাকি দিয়া হৈছিল। বাহনখনক আৰক্ষীৰ দুখন বাহনে নিৰাপত্তা দি পুৱা ডিব্ৰুগড়ৰ পৰা যাত্ৰা কৰিছিল। এই যাত্ৰাৰ পূর্বে ডিব্ৰুগড় আৰক্ষী ছাউনীত অভিযুক্ত আটাইকেইজনৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। যাত্রা পথৰ মাজত বাহনখন ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানাত কিছু সময় ৰখোৱা হয়। এই থানাখনতো বিশাল ফুকনৰ বিৰুদ্ধে ৮৫/২০২৪ নম্বৰত এটা গোচৰ ৰুজু হৈ আছে।

উল্লেখ্য যে অসমৰ পৰা ট্রেডিঙৰ অবৈধ ব্যৱসায়ীয়ে দেশৰ বিভিন্ন ৰাজ্যলৈ এই ব্যৱসায় সম্প্ৰসাৰিত কৰিছিল। তদন্তৰ সুবিধার্থে চিবিআয়ে গুৱাহাটীকেন্দ্রিক কৰি বিষয়টো আগবঢ়াইছে। তাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীলৈ অনা ট্ৰেডিং কেলেংকাৰীৰ মুল খলনায়ক বিশাল ফুকন ,চুমি বৰা আৰু তাৰ্কিক বৰাসহ আন আঠজনক চিবিআই- এ গুৱাহাটীলৈ অনাৰ পিছত আজি বিয়লি ৩ বজাত চিবিআইৰ বিশেষ ন্যায়াধীশ আদালতত হাজিৰ কৰাব ৷

তাৰ পিছতে আদালতৰ জৰিয়তে জিন্মাত লোৱাৰ পিছত আজিৰ পৰাই হয়তো মহানগৰী গড়চুকস্থ চিবিআইৰ আঞ্চলিক কাৰ্যালয় অথবা গুৱাহাটী কাৰাগাৰত মাৰাথন জেৰা চলাব পাৰে আঠোজন অভিযুক্তক। ইতিমধ্যে আজি পুৱা এঘাৰ বজাৰৰ পৰাই আদালত চৌহদত হাজিৰ হয় চিবিআই দুজনীয়া জ্যেষ্ঠ বিষয়াই ৷

উল্লেখ্য যে অহা ৩০ অক্টোবৰত গুৱাহাটীস্থ চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱাৰ কথা আছিল যদিও আজিয়ে হাজিৰ কৰাব আদালতত ৷

স্মতৰ্ৱ্য যে, যোৱা ১২ অক্টোবৰত চিবিআইৰ এটা দল ডিব্ৰুগড়ত উপস্থিত হৈছিল আৰু তদন্তৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছিল। অভিযুক্তকেইজনক গুৱাহাটীলৈ স্থানান্তৰ কৰিবলৈ চিবিআয়ে ডিব্ৰুগড়ৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত প্রয়োজনীয় প্রক্রিয়াও সম্পন্ন কৰে।

প্ৰসংগক্রমে উল্লেখ্য যে ট্রেডিঙৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অসম আৰক্ষীয়ে যিখিনি তদন্ত আগবঢ়াইছিল, তাক লৈ চিবিআই সম্পূর্ণ সন্তুষ্ট হ’ব পৰা নাই। সেয়েহে কেন্দ্রীয় সংস্থাটোৱে প্রাথমিক পৰ্যায়ৰ পৰাই তদন্ত আৰম্ভ কৰিছে । এনে কাৰণতে অভিযুক্ত কেইজনক গুৱাহাটীলৈ প্ৰেৰণ কৰিলেও চিবিআইৰ ১২ জনীয়া দলটো কেইদিনমান ডিব্ৰুগড়তে থাকিব।

চিবিআয়ে তেলেংগানা, কৰ্ণাটক, হাৰিয়ানা আদিতো তদন্ত অব্যাহত ৰাখিছে। কাৰণ অসমৰ পৰা নিয়ন্ত্ৰণ হোৱা অবৈধ এই ব্যৱসায়ত দেশৰ কমেও ছখন ৰাজ্যৰ লোকৰ বিনিয়োগৰ তথ্য পোহৰলৈ আহিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CBIcjp spl courtEight peopleonline money trading ScamSumi- Tarkik- Vishalwill be produced
samimsultana

samimsultana

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d