Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Back and low back pain in winter:শীতত পিঠি-কঁকালৰ যন্ত্ৰণা , কৰক নিবাৰণ

publisher by publisher
December 29, 2024
in Lifestyle
Reading Time: 2 mins read
0
Back and low back pain in winter:শীতত পিঠি-কঁকালৰ যন্ত্ৰণা , কৰক নিবাৰণ
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই স্থগিত ৰাখিলে লোকসভা

Chandramohan Patwari:ড্ৰাগছ বিৰোধী অভিযান সন্দৰ্ভত সদনত চন্দ্রমোহন পাটোৱাৰীৰ তথ্য

Winter Sessions of the Assam Legislative Assembly begins:আজিৰ পৰা আৰম্ভ অসম বিধানসভাৰ পাঁচদিনীয়া অধিবেশন

Back and low back pain in winter:

পিঠি বা কঁকালৰ বিষত ভোগা লোকৰ সংখ্যা আজিৰ দিনত কম নহয়। একেৰাহে বহি কাম কৰি থাকিলে এই সমস্যাই বেছিকৈ মূৰ দাঙি উঠে। বহি কাম কৰাৰ সময়ত মেৰুদণ্ডক যি জোৰ আৰু পেশীসমূহক যি শক্তিৰ প্রয়োজন হয়, সেয়া আমি বহুখিনি হেৰুৱাই পেলাওঁ। সঠিক যত্নৰ অভাৱত এইবোৰ বিষে আমাক সহজে কাহিল কৰি পেলায়।

ADVERTISEMENT

ইয়াৰ বাবে দৈনিক কর্মসূচীত এনে কিছু কাম ৰাখিব, যিবোৰে পেশী আৰু হাড় সহল কৰি বিষ নিৰাময় কৰাত বিশেষভাবে কামত দিয়ে। প্রধানকৈ পাঁচটা বিষয়ত জোৰ দিলেই দিনান্তত আপুনি অনেক সুস্থ হৈ থাকিব পাৰিব।

#শৰীৰচৰ্চা

হাড়, পেশী আৰু মেৰুদণ্ড ভালে ৰাখিবলৈ সবাতোকৈ উপকাৰী হৈছে শৰীৰচৰ্চা। বিশেষজ্ঞ ট্রেইনাৰৰ পৰা শৰীৰৰ গঠন আৰু ধৰণ বুজি লৈ তাৰ বাবে প্রয়োজনীয় ব্যায়ামৰ সম্পৰ্কে জানি লওক। ইয়াৰ উপৰি দৌৰ, জগিং, কিছু স্ট্রেছিং এক্সাৰছাইজ যন্ত্রণা নিৰাময় আৰু পেশীৰ জোৰ বৃদ্ধিত বিশেষ কামত আহে।

#ডায়েট

ভিটামিন ‘ডি’, ভিটামিন ‘বি-১২’, কেলছিয়াম আৰু পটাছিয়ামৰ পুষ্টিগুণেৰে সমৃদ্ধ খাদ্যই হাড় আৰু পেশীৰ জোৰ বৃদ্ধি কৰে। হাড়ৰ ভংগুৰতা বোধ কৰে। ছাপ্লিমেন্ট সেৱনতকৈ এই খাদ্যৰে পেশী সবল কৰাই বুদ্ধিমানৰ কাম। সঠিক ডায়েট আৰু ব্যায়ামৰ কাৰণে ওজনো কম হৈ থাকিব। ওজন কম ৰাখিবলৈ আঁঠু আৰু কঁকালৰ ওপৰত বেছি ভৰ নপৰে। ফলত এইবোৰ অংগ অধিক দিনলৈ সবল হৈ থাকে।

#ঠাণ্ডা-গৰম সেক

বিষ হ’লে পেশীসমূহক আৰাম দিবলৈ আৰু শৰীৰৰ প্রদাহ কমাবলৈ ঠাণ্ডা আৰু গৰম সেক দিব পাৰে। এবাৰ ‘হট ৱাটাৰ’ বেগ বিষ হোৱা স্থানত ১৫ ছেকেণ্ড মান ধৰি থাকিব। তাৰ পাছত সেই স্থানতে বৰফ পানীৰ সেক ১৫ ছেকেণ্ড দিব। এইদৰে ১০-১৫ মিনিট সময় গৰম-ঠাণ্ডাৰ সেক সলনাসলনিকৈ দিলে শৰীৰৰ ৰক্ত সঞ্চালন বাঢ়িব, পেশীক শিথিল কৰি তুলিব। সেইদৰেই যন্ত্রণা হ্রাস পাব।

#নিদ্রা

যিসকলে ক্রণিক বিষত ভোগে, তেওঁলোকে দৈনিক প্রায় সাত-আঠ ঘণ্টা নির্দিষ্ট কৰি নিদ্ৰা গ্ৰহণ কৰিব লাগিব। নিদ্ৰাৰ পৰত শোৱাৰ ধৰণো সঠিক ৰাখিব। কেতিয়াবা শোৱাৰ ভুল ধৰণৰ পৰা পেশীত বিষ হয়।

#জোতা

কঁকাল আৰু পিঠিৰ বিষ সঘনাই হ’লে জোতা সলনি কৰিব লাগিব। চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে জোতা ক্ৰয় কৰিব। জোতা ক্ৰয় কৰাৰ সময়ত নৰম চামৰাৰ লগতে জোতাৰ গ্রিপ, আকাৰ আদিও চালিজাৰি চাব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Back and low back painHealth CareWinter Session
publisher

publisher

Related Posts

নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক
Lifestyle

নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

October 21, 2026
চুলি সৰা কেনেকৈ বন্ধ কৰিব ?
Lifestyle

চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

October 20, 2026
পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!
Lifestyle

পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

October 17, 2026
কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d