Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অৱশেষত ভাঙিল অচলাৱস্থা, ‘ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তি প্রায় চূড়ান্ত হৈছে’: ঘোষণা ‘বন্ধু’ ট্রাম্পৰ

    প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

    স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

    শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

    বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক

    অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AICC Secy Prithiviraj Sathe:বৰ্তমানে দিছপুৰৰ পৰাহে বিটিআৰৰ শাসন চলে !

মিত্ৰতাৰ সম্ভাৱনা নাই, ৪০ সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছে : সাথে

Editor by Editor
January 10, 2025
in Assam, India, News
Reading Time: 2 mins read
0
AICC Secy Prithiviraj Sathe:বৰ্তমানে দিছপুৰৰ পৰাহে বিটিআৰৰ শাসন চলে !
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

AICC Secy Prithiviraj Sathe:

ইউপিপিএলৰ দিনত দিছপুৰৰ পৰাহে বিটিআৰ শাসন চলে বুলি শাসকীয় পক্ষৰ সমালোচনাত মুখৰ হৈ উঠে নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক পৃথ্বিৰাজ সাথে। গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছ সমিতি (এআইচিচি) ৰ সাধাৰণ মিত্ৰতাৰ সম্ভাৱনা নাই, ৪০ সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিব কংগ্রেছে ৷

ADVERTISEMENT

সম্পাদকজনে শাসকীয় বিজেপি আৰু ইউপিপিএলক কঠোৰ ভাষাৰে সমালোচনা কৰে। বিটিচিৰ প্রকৃত উন্নয়ন পূৰ্বৰ কংগ্ৰেছৰ দিনতহে সম্ভৱ হৈছিল বুলিও সাথেই দাবী কৰে। তেওঁ কয়, ‘দিল্লীত পূর্বৰ কংগ্রেছ নেতৃত্বাধীন ১০ বছৰীয়া শাসনত বিটিচিৰ তীব্র গতিত উন্নয়ন হৈছিল। হাগ্রামা মহিলাৰীৰ নেতৃত্বৰ বিপিএফৰ স’তে মিত্রতা থকা পূর্বৰ কংগ্রেছ নেতৃত্বৰ ইউপিএ চৰকাৰে বিটিএডিলৈ এহেজাৰ কোটি টকা উন্নয়নৰ বাবে মুকলি কৰি দিছিল।

তেতিয়া বিটিএডিত অভিযান্ত্রিক মহাবিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, কেন্দ্রীয় কাৰিকৰী প্রতিষ্ঠানকে ধৰি ডাঙৰ ডাঙৰ প্রতিষ্ঠান স্থাপন হৈছিল আৰু উন্নয়ন সম্ভৱ হৈছিল।’ তেওঁ লগতে কয় যে একমাত্র কংগ্রেছৰ দ্বাৰাহে সর্বাংগীণ উন্নয়ন সম্ভব বুলি বিটিচিবাসীয়ে জানে। বিজেপি-ইউপিপিএলৰ শাসনৰ সময়ত বর্তমানে বিটিআৰৰ ৰাইজ হতাশাত ভুগি আছে বুলিও জ্যেষ্ঠ কংগ্রেছ নেতাজনে অভিযোগ উত্থাপন কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাইজে এইবাৰ বিটিআৰত কংগ্ৰেছক বিচাৰিছে বুলি উল্লেখ কৰি কাৰো নাম উচ্চাৰণ নকৰাকৈ তেওঁ লগতে কয়, ‘বর্তমানে গুৱাহাটীৰ পৰাহে বিটিচিৰ শাসন চলে।

কার্বি আংলঙত জনজাতি লোকৰ ৬০ হেজাৰ বিঘা ভূমি হস্তক্ষেপ কৰি আদানীৰ চিমেন্ট কোম্পানীক দিছে। এই একেই কাম বিটিচিতো হোৱাটো নিশ্চিত। এই কথা বিটিচিৰ জনজাতীয় লোকসকলে ভালদৰে জানে। গতিকে কংগ্রেছক সকলোৱে বিচাৰিছে। ইয়াৰ ফলাফলো ভাল হ’ব।’

আনহাতে, সংবাদমেলত এআইচিচিৰ নেতাজনে লগতে কয় যে আগন্তুক বিটিচিৰ নির্বাচনত কংগ্রেছে ৪০ টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে। এই নির্বাচনৰ দলীয় পৰিস্থিতি বুজ ল’বলৈ ইয়ালৈ অহা বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে ভিচিডিচিৰ অধ্যক্ষ, মণ্ডল সমিতি আদিৰ লগত তেওঁ আলোচনাত মিলিত হ’ব। আগন্তক বিটিচি নির্বাচনত কংগ্রেছে অকলে প্রতিদ্বন্দ্বিতা কৰিব বুলিও তেওঁ সদৰী কৰে। কোনো দলৰ স’তে মিত্রতা কৰাৰ চিন্তা এতিয়ালৈকে কৰা নাই বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, ‘আগন্তক দুমাহত বিটিএডিত দলীয় কার্যসূচী কি হ’ব, সেই সম্পর্কত ভিচিডিচিৰ সভাপতিসকলৰ লগত আলোচনা কৰা হ’ব।

প্রতি মাহতে কোকৰাঝাৰলৈ আহি দলৰ স্থিতি সম্পর্কে আলোচনা কৰিম।’ কোকৰাঝাৰ জিলাত বিটিচিৰ ১২ খন আসন থকাৰ কথা উল্লেখ কৰি এই আসন কেইখনক লৈ দলে পর্যালোচনা কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে। কাইলৈ তেওঁ দৰং, ওদালগুৰি আৰু তামুলপুৰ ভ্ৰমণ কৰি দলীয় সভাত অংশ ল’ব বুলিও সদৰী কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Editor

Editor

Related Posts

স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?
International

স্পাইডাৰ-মেনৰ প্ৰতিবাদত প্ৰৱেশ পৰা বেটমেনলৈকে ছুপাৰহিৰোসকলে ফৰাচী কৰিলে, কিয় এই নতুন ৰূপত বিৰোধিতা?

October 22, 2026
প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান
Assam

প্রখ্যাত চিত্রশিল্পী কিশোৰ কুমাৰ দাসলৈ ‘শিল্পসাৰথি’ সন্মান

October 22, 2026
স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে
Assam

স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

October 22, 2026
শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী
Assam

শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

October 22, 2026
বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক
Assam

বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক

October 22, 2026
অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ
Assam

অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d