Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

Arunachal Pradesh State Bjp President:অৰুণাচল প্ৰদেশ বিজেপিৰ নতুন সভাপতি হিচাপে কলিং ময়ঙৰ নাম ঘোষণা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ বাবে অৰুণাচলৰ প্রতিনিধি হিচাপে যালেম টাগা বুৰাং, টাগিন চিগা আৰু কামৰাং টেচিয়া নির্বাচিত

publisher by publisher
January 18, 2025
in Uncategorized
Reading Time: 2 mins read
0
Arunachal Pradesh State Bjp President:অৰুণাচল প্ৰদেশ বিজেপিৰ নতুন সভাপতি হিচাপে কলিং ময়ঙৰ নাম ঘোষণা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ
0
SHARES
2
VIEWS
ShareShareShareShare

Arunachal Pradesh State Bjp President:

কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক সর্বানন্দ সোণোৱালে শনিবাৰে অৰুণাচল প্ৰদেশত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ সংগঠন পৰ্বত উপস্থিত থাকি অৰুণাচল প্ৰদেশ বিজেপিৰ নতুন সভাপতি হিচাপে কলিং ময়ঙৰ নাম ঘোষণা কৰে।

ADVERTISEMENT

এগৰাকী নিষ্ঠাবান আৰু কর্মোদ্যমী কার্যকর্তা কলিং ময়ঙে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নড্ডাৰ বলিষ্ঠ নেতৃত্বত অৰুণাচল প্ৰদেশত বিজেপিৰ সাংগঠনিক সশক্তিকৰণৰ দিশত উল্লেখযোগ্য অৰিহণা যোগাই যাব বুলি সোণোৱালে উল্লেখ কৰে আৰু এই বিশেষ উপলক্ষত তেখেতক আন্তৰিক অভিনন্দন তথা নতুন কার্যকালৰ বাবে শুভকামনা জ্ঞাপন কৰে।

RelatedPosts

Union Minister Sarbananda Sonowal Visit Advantage Assam2.0: এডভান্টেজ আছাম ২.০-ত অন্তিম দিনাৰ সন্মিলনত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাৰ বিনিয়োগৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ

Inland water transport terminal opened at Jogighopa: যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

Union Minister Sarbananda Sonowal:এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিব কেন্দ্রীয় বাজেট ২০২৫-২৬-: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

sonowal 1তদুপৰি বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ বাবে অৰুণাচলৰ প্ৰতিনিধি হিচাপে য়ালেম টাগা বুৰাং, টাগিন চিগা আৰু কামৰাং টেচিয়াৰ নাম আজি ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰতৰ যাত্ৰাক নউদ্যমেৰে আগুৱাই নিয়াৰ ক্ষেত্রত তেওঁলোকে সাংগঠনিক কাম-কাজৰ ত্বৰান্বিতকৰণেৰে সবল ভূমিকা ল’ব লাগিব বুলি সোণোৱালে উল্লেখ কৰে। আজি কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্ডু, উপ-মুখ্যমন্ত্রী চৌনা মেই, অৰুণাচলৰ প্ৰভাৰী অশোক সিংহল প্রমুখ্যে অন্যান্য বিষয়ববীয়াসকল।

sonowal 3সোণোৱালে ভাষণ প্রসংগত কয়, বিগত ১০ বছৰত অৰুণাচল প্রদেশ তথা সমগ্ৰ উত্তৰ-পূব ভাৰতত আন্তঃগাঁথনিৰ অভূতপূর্ব বিকাশ হৈছে, বিগত ১০ বছৰত দিল্লী নিজেই উত্তৰ-পূৰ্বাঞ্চলৰ ওচৰ চাপি আহিছে। ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে সর্বাংগীণ বিকাশ, সম-মর্যাদা, সমৃদ্ধি, সমতা, সর্বত্র শান্তি, সংস্কাৰ, সমন্বয় সাধন কৰা মিত্রশক্তি হৈছে কেৱল ভাৰতীয় জনতা পার্টি আৰু মিত্রজোঁট। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত ১০ বছৰত এনডিএ চৰকাৰে সমগ্ৰ দেশতে উন্নয়নৰ এক নৱজাগৰণৰ সূচনা কৰিছে, যিটো পূৰ্বৰ চৰকাৰৰ শাসনকালত কেৱল সপোনহে আছিল।

আগৰ চৰকাৰৰ দিনত দশক দশক ধৰি অপশাসন, ভ্ৰষ্টাচাৰ, স্বজন-তোষণ, অবাধ দুৰ্নীতিৰ জৰিয়তে দেশক কোঙা কৰি পেলোৱা হৈছিল। পিছে বিজেপি নেতৃত্বাধীন এনডিএ-ৰ চৰকাৰে কেৱল ১০ বছৰৰ ভিতৰতে শক্তিশালী নীতি, শক্তিশালী দৃষ্টিভংগী, শক্তিশালী নেতা থকাৰ বাবেই ভাৰতৰ প্ৰতিচ্ছবি বিশ্বৰ বুকুত শক্তিশালী আৰু সমৃদ্ধিশালী কৰি তুলিলে।”

সোণোৱাল কয়, “সূর্য উঠা প্রদেশ অৰুণাচলত উন্নয়নৰ নতুন জাগৰণৰ এতিয়া সূচনা হৈছে আৰু সর্বত্রে শান্তি-সমন্বয় বিৰাজমান কৰিছে। পৰ্যটন, আন্তঃগাঁথনি, যাতায়াত-যোগাযোগ, সংস্কৃতিৰ প্ৰসাৰ আদি বিভিন্ন দিশত ৰাজ্যখনক ন ৰূপত জিলিকাই তোলা হৈছে। মোদী চৰকাৰৰ বলিষ্ঠ নেতৃত্বত সমগ্র ভাৰতৰ জনসাধাৰণে সামাজিক মর্যাদা লাভ কৰিছে। আমাৰ চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিৰ জৰিয়তে সুফল লাভ কৰিছে সৰ্বস্তৰৰ জনতাই আৰু ইয়াৰ জৰিয়তে সকলোৰে জীৱন ধাৰণৰ মান উন্নীত হৈছে।

sonowal4বিজেপি চৰকাৰ নেতৃত্বত থাকিলে দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱচাম নিবনুৱা হৈ থাকিব নালাগে। মেধা আৰু যোগ্যতাৰ বলত সকলোৱে নিজৰ জীৱন সুন্দৰকৈ নিৰ্বাহ কৰিব পাৰিছে। এখন আত্মনিৰ্ভৰ, বিকশিত আৰু সমৃদ্ধিশালী ভাৰত গঢ়াৰ মাধ্যম হিচাপে আমি জনসেৱাক আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ১০ বছৰৰ কাৰ্যকালত উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মোদীয়ে ‘সবকা সাথ, সবকা বিকাশ’ নীতিৰে পাহাৰ-ভৈয়ামৰ প্ৰতিটো জাতি- জনগোষ্ঠীক লগত লৈ সকলোৰে মৰ্যাদাৰ বাবে যি যাত্ৰা আৰম্ভ কৰিলে, সেই যাত্ৰা হৈছে সমন্বয়ৰ যাত্রা, ভাৰতবৰ্ষক শক্তিশালী কৰাৰ যাত্রা, সৰ্বস্তৰৰ নাগৰিকৰ সবলীকৰণৰ যাত্রা।

এই যাত্ৰাৰ সুবাদতে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ জনসাধাৰণে আজি সম- বিকাশ লাভ কৰি সন্মান সহকাৰে জীয়াই থাকিবলৈ সক্ষম হৈছে। সামগ্রিকভাৱে ভাৰতে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিৰ সন্মান বুটলিবলৈ সক্ষম হৈছে। ভাৰতীয় জনতা পার্টিয়ে উত্তৰ-পূব ভাৰতৰ বিকাশ আৰু সমৃদ্ধিৰ যাত্ৰাত ন ইতিহাস ৰচনা কৰিছে। বিগত ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে ৫ লাখ কোটি টকা বিনিয়োগ কৰা হৈছে। ৰাষ্ট্ৰ সৰ্বোপৰি ভাৱনাৰে ভাৰতীয় জনতা পার্টিয়ে বিশাল মন লৈ নিষ্ঠাৰে কাম কৰি আহিছে।

অৰুণাচল প্ৰদেশত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক কাম-কাজৰ অগ্রগতি অধিক শক্তিশালী কৰিবলৈ সক্রিয় ভূমিকা ল’বলৈ প্ৰতিগৰাকী কার্যকর্তাকে মই আন্তৰিক আহ্বান জনালোঁ। বিশ্বৰ তিনিটা বৃহৎ অৰ্থনীতিৰ ভিতৰত ভাৰতক অন্তৰ্ভুক্ত কৰাৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰৰ দৃঢ় লক্ষ্যত কাৰ্যকৰ্তাসকলেও সাৰ- পানী যোগাব লাগিব আৰু এই মহৎ বাৰ্তাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত সমর্পিত সেৱা আগবঢ়াই যাবলৈ সকলোকে উদ্বুদ্ধ কৰিব লাগিব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arnachal Pjp PresidentKaling MoyangNew President AppointedUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 
Uncategorized

May 9, 2025
Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?
Uncategorized

Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?

May 8, 2025
Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !
Uncategorized

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

May 8, 2025
images 16 2
Uncategorized

April 24, 2025
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Uncategorized

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

April 19, 2025
মাজ আকাশতে দুৰ্যোগ!
Uncategorized

মাজ আকাশতে দুৰ্যোগ!

April 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d