Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কলিয়াবৰ-চামগুৰি জলসিঞ্চন সংমণ্ডলত ব্যাপক দুর্নীতি

publisher by publisher
February 3, 2025
in News, Assam
Reading Time: 1 min read
0
কলিয়াবৰ-চামগুৰি জলসিঞ্চন সংমণ্ডলত ব্যাপক দুর্নীতি
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon Samaguri Incident:নগাঁৱৰ চামগুৰিৰ শিঙিয়া-ফুকনাখাতত নিশা অঘটন, ৰেলৰ খুন্দাত নিহত এজন

One Person Arrested With handmade Pistol:নগাঁৱৰ চামগুৰিত আৰক্ষীৰ জালত পৰিল এটা হস্তনিৰ্মিত পিষ্টলসহ এজন লোক

কলিয়াবৰ-চামগুৰি জলসিঞ্চন সংমণ্ডলত ব্যাপক দুর্নীতি
এমএণ্ডআৰ-এছঅ’পিডি আঁচনিৰ নামত ব্যাপক লুণ্ঠন

নগাঁও জিলাত জলসিঞ্চন বিভাগৰ আঁচনিসমূহ বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ বাবে লুণ্ঠনৰ আহিলাতহে পৰিণত হৈছে। জলসিঞ্চনৰ আঁচনিৰ নলাৰে পানী কৃষকৰ পথাৰলৈ বৈ যাওক বা নাযাওক বিভিন্ন আঁচনিৰ তত্ত্বাৱধান তথা মেৰামতিৰ নামত আৱন্টিত ধনৰ ওপৰত লুণ্ঠন কিন্তু অবাধে চলি আছে।

ADVERTISEMENT

জিলাখনৰ কলিয়াবৰ-চামগুৰি জলসিঞ্চন সংমণ্ডলেও এই লুণ্ঠনৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আঁচনিৰ বিপৰীতে আৱন্টিত ধনৰে যৎসামান্য কাম কৰি বিভাগীয় নথিত সম্পূর্ণ কাম কৰা দেখুৱাই লাখ টকা লুণ্ঠন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই দুর্নীতি-অনিয়মৰ বিৰুদ্ধে প্রতিবাদ কৰোতা কোনো নথকাৰ আগাহতে লুণ্ঠনকাৰী চক্রৰ দৌৰাত্ম্য দুগুণ বৃদ্ধি পাইছে।

প্রাপ্ত তথ্য অনুসৰি, জলসিঞ্চন সংমণ্ডলটোরে এমএণ্ডআৰ শিতানত বিগত ২০২০-২১৩ ৮৪ লাখ ৩৭ হেজাৰ ৩৩০ টকা, ২০২১-২২ ৩ ৯৯ লাখ ০৬ হেজাৰৰ ৫০ টকা আৰু ২০২২-ত ৭৮ লাখ ৯৫ হেজাৰ ১০০ টকা আৱন্টন লাভ কৰিছিল। উত্থাপিত অভিযোগ অনুসৰি, এমএণ্ডআৰৰ ধনবে বিভিন্ন জলসিঞ্চন আঁচনিৰ মেৰামতি আৰু তত্ত্বাৱধানৰ বাবে একাংশ ঠিকাদাৰক কামবোৰ আৱটন দিয়া হৈছিল।

 জলসিঞ্চন সংমণ্ডলটোরে এমএণ্ডআৰ শিতানত বিগত ২০২০-২১৩ ৮৪ লাখ ৩৭ হেজাৰ ৩৩০ টকা, ২০২১-২২ ৩ ৯৯ লাখ ০৬ হেজাৰৰ ৫০ টকা আৰু ২০২২-ত ৭৮ লাখ ৯৫ হেজাৰ ১০০ টকা আৱন্টন লাভ কৰিছিল। উত্থাপিত অভিযোগ অনুসৰি, এমএণ্ডআৰৰ ধনবে বিভিন্ন জলসিঞ্চন আঁচনিৰ মেৰামতি আৰু তত্ত্বাৱধানৰ বাবে একাংশ ঠিকাদাৰক কামবোৰ আৱটন দিয়া হৈছিল।

এই কাম আৱন্টনত জলসিঞ্চন বিভাগৰ সহজাত ফৰটি-ছি’ক্সটি ব্যৱস্থা, ৰাজনৈতিক পৃষ্ঠপোষকতাই অগ্রাধিকাৰ পাইছিল বুলিও অভিযোগ উত্থাপিত হৈছে। তথ্য অনুসৰি, এমএণ্ডআবৰ ২০২০-২১, ২০২১-২২ আৰু ২০২২-২০২৩ৰ কামৰ বাবদ ঠিকাদাৰক বন মোকলাই দিয়া হৈছে।

কিন্তু এই আঁচনিৰ কামসমূহ করেয়া সংশ্লিষ্ট অঞ্চলৰ একাংশ ৰাইজে অভিযোগ কৰা মতে, এমএণ্ডআৰৰ কামৰ নামত চৰম ভেঁকোভাওনাহে হৈছিল। প্ৰকৃতাৰ্থত চৰকাৰী ধনৰ ওপৰত সামুহিক লুণ্ঠনহে চলোৱা হৈছিল।

অভিযন্তা, এছডিঅ’, এছঅ’, ঠিকাদাৰে মিলি অবাধ দুর্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি ৰাইজে বিত্তীয় বর্ষকেইটাৰ কামৰ চৰজমিন তদন্ত কৰিবলৈ দাবী জনাইছে।

আনহাতে, জলসিঞ্চন সংমণ্ডলটোৱে এছঅ ‘পিডি শিতানত ২০২০-২১বর্ষ আৰু ২০২২-২৩ত কেবা কোটি টকা আৱন্টন লাভ কৰিছিল।

এছঅ’পিডিৰ ধনেৰে কেতবোৰ কাম কৰা দেখুৱাই চৰম প্ৰহসনৰে ব্যাপক দুর্নীতি আৰু অনিয়ম সংঘটিত কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Nagaon Samaguriদুর্নীতি
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d