Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Crime

Horrific Murder In Kolkata:কলকাতাত আত্মীয়ৰ ঘৰতে নৃশংসতাৰ বলি যোৰহাটৰ মহিলা

ইটাৰে মৰিয়াই হত্যাৰ পাছত টুকুৰা-টুকুৰকৈ কাটি ট্রলী বেগত ভৰাই গংগাত পেলাই দিয়াৰ চেষ্টা, আত্মীয় মাতৃ-কন্যাক গ্ৰেপ্তাৰ

publisher by publisher
February 27, 2025
in Assam, India, News
Reading Time: 2 mins read
0
Horrific Murder In Kolkata:কলকাতাত আত্মীয়ৰ ঘৰতে নৃশংসতাৰ বলি যোৰহাটৰ মহিলা
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Horrific murder incident in Jonai:জোনাইত লোমহৰ্ষক হত্যাকাণ্ড !

Indian Citizenships:CAAৰ জৰিয়তে পুনৰ ভাৰতীয় নাগৰিকত্ব লাভ কাছাৰৰ এগৰাকী মহিলাৰ

khowang : বিধ্বংসী অগ্নিকাণ্ডত আশ্ৰয়হীন হৈ পৰা খোৱাঙৰ দুৰ্ভগীয়া কুইন সোনোৱালৰ কাষত গঞা ৰাইজ

Horrific Murder In Kolkata:

যোৰহাটৰ এগৰাকী মহিলা কলকাতাস্থিত আত্মীয়ৰ ঘৰতে দুগৰাকী আত্মীয় মহিলাৰ দ্বাৰাই হত্যাৰ বলি হোৱাৰ তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে স্থানীয় ৰাইজে মহিলা গৰাকীৰ হত্যাত অভিযুক্ত দুগৰাকীক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিছে। যোৰহাট নগৰৰ দহাবৰাচুকৰ প্ৰয়াত নিতাই ঘোষৰ কন্যা সুমিতা ঘোষ (৫৫)-এ বিগত চাৰি মাহ পশ্চিমবংগৰ বৰ্দ্ধমানৰ নদনঘাটত এটা ভাৰাঘৰত বাস কৰে।

ADVERTISEMENT

সূত্ৰই জনোৱা মতে, যোৱা ১১ ফেব্ৰুৱাৰীত তেওঁ কলকাতাৰ মধ্যমগ্রাম পৌৰসভাৰ অন্তৰ্গত ২৩ নম্বৰ ৱাৰ্ডৰ বেশপল্লী অঞ্চলত ভাৰাতীয়াৰূপে থকা আৰতি ঘোষ নামৰ মহিলাগৰাকীৰ ঘৰলৈ যায়। তেতিয়াৰে পৰা তেওঁ আত্মীয় গৰাকীৰ ঘৰতে থাকে। পাছত যোৱা সোমবাৰৰ বিয়লি তেওঁৰ স’তে কোনো কথাক লৈ আৰতি ঘোষৰ কন্যা ফাল্গুনী ঘোষৰ কাজিয়া লাগে। এটা সময়ত ফাল্গুনীয়ে ইটাৰে মহিলা গৰাকীক আক্ৰমণ কৰাত তেওঁ মজিয়াত ঢলি পৰে আৰু মৃত্যুক সাৱটি লয়।

তেতিয়া মাতৃ-কন্যাই মিলি তেওঁৰ মৃতদেহ টুকুৰা-টুকুৰকৈ কাটি এটা ট্রলী বেগত ভৰাই থয়। মঙলবাৰে দুয়ো বেগটো এখন টেক্সীত লৈ গৈ গংগা নৈৰ পাৰত উপস্থিত হৈ বেগটো নৈলৈ দলিয়াই দিয়াৰ চেষ্ট কৰে যদিও ব্যর্থ হয়। এনেদৰে দুয়ো কে’বাটাও নৈৰ ঘাটত উপস্থিত হৈ বেগটো নৈলৈ পেলোৱাৰ চেষ্টা কৰে যদিও সফল নহ’ল।

অৱশেষত তেওঁ মাতৃ-কন্যাই বেগটো লৈ গংগাৰ কুমুৰতলী ঘাটত উপস্থিত হৈ বেগটো নৈৰ বুকুলৈ দলিয়াই দিয়াৰ উদ্দেশ্যে ঘূৰা-পকা কৰি থকাত দুয়োৰে প্ৰতি স্থানীয় ৰাইজৰ মনত সন্দেহৰ সৃষ্টি হয়। তেতিয়া একাংশ লোকে মাতৃ-কন্যাই দিয়া বেগটো খুলি চোৱাত ভিতৰত টুকুৰা-টুকুৰকৈ কাটি থোৱা মাংসপিণ্ড প্রত্যক্ষ কৰে। প্ৰথমে অভিযুক্ত দুগৰাকীয়ে মাংসপিণ্ডবোৰ কুকুৰৰ মাংস বুলি ঘটনাস্থলীত সমবেত লোকসকলক আভুৱাভৰাৰ চেষ্টা কৰে যদিও বেগটোৰ ভিতৰত কুকুৰৰ মুখ নেদেখি আৰক্ষীক খবৰ দিয়ে।

সেইমৰ্মে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুয়োৰে আটক কৰি সোধপোছ কৰাত হত্যাকাণ্ডৰ কথা প্রকাশ কৰে। তেতিয়া আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰে। অভিযুক্ত দুগৰাকীয়ে প্ৰকাশ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে সুমিতা ঘোষৰ ছিন্নমুণ্ড মাতৃ-কন্যাৰ ভাৰাঘৰৰ পৰা উদ্ধাৰ কৰে। আত্মীয়ৰ হাততে হত্যাৰ বলি হোৱা আৰতি ঘোষ বিবাহ বিচ্ছেদিত আছিল। এক দশক পূর্বে তেওঁৰ বিবাহ বিচ্ছেদ ঘটে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Horrific MurderKolkata PoliceMother-Daughter Arrestedeone Women
publisher

publisher

Related Posts

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ
Assam

ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

September 4, 2026
কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

September 4, 2026
ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান
Assam

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d