Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ

তাইকটো কাটিলোঁ জে'লৰ পৰা ওলাই ছুগাৰ ডেডীকো কাটিম, ৰামানুজনৰ পৰৱৰ্তী টার্গেট 'ছুগাৰ ডেডী' ! কেমেৰাৰ সন্মুখতে বিস্ফোৰক ভাষ্য পত্নীহন্তা ৰামানুজনৰ

publisher by publisher
September 8, 2026
in Assam, Crime, News
Reading Time: 1 min read
0
Betala Murder Incident Update:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

Betala Murder Incident Update:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বেলতলাৰ বশিষ্ঠপুৰত নৃশংসভাৱে পত্নীক হত্যা কৰা অভিযুক্ত ৰামানুজন গোস্বামীৰ হুংকাৰ ৷ তাইকটো কাটিলোঁ জে’লৰ পৰা ওলাই ছুগাৰ ডেডীকো কাটিম No regrets, No apology ৷ ৰামানুজনৰ পৰৱৰ্তী টার্গেট ‘ছুগাৰ ডেডী ৷ এইদৰে চিঞৰি চিঞৰি কেমেৰাৰ সন্মুখত বিস্ফোৰক ভাষ্য পত্নীহন্তা ৰামানুজন গোস্বামীৰ ৷

ADVERTISEMENT

কোনো অনুসূচনা নোহোৱা ৰামানুজন গোস্বামীৰ এই ভাষ্যক লৈ আৰক্ষীও সচকিত হৈ পৰিছে৷ উল্লেখ্য যে নিজ পত্নীক শিৰচ্ছেদ কৰি ফ্ৰীজত ভৰাই ৰাখিছিল পত্নীৰ ছিন্নমুণ্ড ৷ দেওবাৰে ঘটনা পোহৰলৈ অহাৰ পিছতে সোমবাৰে ঘাতক স্বামী ৰামানুজ গোস্বামীয়ে আত্মসমৰ্পণ কৰিলে মহানগৰীৰ হাতীগাঁও থানাত৷ লোমহৰ্ষক ঘটনা সংঘটিত হয় বেলতলাৰ বশিষ্ঠপুৰত৷ ঘাতক স্বামী ৰামানুজন গোস্বামীয়ে ৰিয়া তালুকদাৰক ডিঙি চেপি হত্যা কৰি পিছত শিৰচ্ছেদ কৰি পত্নীৰ ছিন্নমুণ্ড ভৰাই ৰাখিছিল ফ্ৰীজত৷ আনহাতে ৰিয়াৰ শৰীৰৰ আন অংশ ঘৰৰ মজিয়াত পেলাই ৰাখিছিল৷

শনিবাৰে ঘৰৰ ভিতৰত প্ৰতিবেশীয়ে শুনিছিল কান্দোনৰ ৰোল । প্ৰতিবেশীয়ে কেৱল ৰামানুজন গোস্বামীৰ মাতহে শুনা পাইছিল৷শংকিত আৰু ভয়ত কান্দিছিল যেন লাগিছিল ৰামানুজন গোস্বামীয়ে৷ দৰ্জাত হোক লগোৱা হোৱা নাছিল। এপাত মোজাৰে চেপা দি বন্ধ কৰি গৈছিল ফ্লেটৰ দুৱাৰ। শনিবাৰে ৰামানুজন গোস্বামীয়ে নিজৰ চুলিৰ কাট সলনি কৰিছিল বুলিও স্থানীয় লোকে জানিব দিয়ে ৷

আনহাতে ভৱাতকৈও অতি ভয়ংকৰ বেলতলা বশিষ্ঠপুৰৰ বাইলেন ৪ৰ এই নৃশংস হত্যাকাণ্ড৷ দুটা ভাগত টুকুৰা হৈ আছে ৰিয়া তালুকদাৰ মৃতদেহ। অভিযুক্ত স্বমীযে দাৰে কাটি ফ্ৰীজত ভৰাই থয় পত্নীৰ ছিন্নমুণ্ড আৰু ডিঙিৰ টুকুৰা৷একেদৰে যুৱতী গৰাকীৰ তলৰ অংশ উলংগ অৱস্থাত পৰি আছিল মজিয়াত ৷ ড্ৰাগছত আসক্ত হৈ ৰিহাৱত তিনি মাহ ধৰি আছিল অভিযুক্ত ৰামানুজন গোস্বামী।

উল্লেখ্য যে ৰামানুজনৰ স্থায়ী ঘৰ গৌৰীপুৰত। ৰিয়াৰ ঘৰ নুনমাটিত। ফাঁচী বজাৰৰ এচি মাৰ্কেটত এখন বুটিকত কাম কৰিছিল ৰিয়াই। পিতৃ মাতৃহীন ৰিযাৰ আছে মাত্ৰ এজন ভায়েক। কালি প্ৰচণ্ড কাজিয়া হৈছিল দুয়োৰে মাজত। নিশা প্ৰায় 8 বজাত ৰামানুজন ওলাই গৈছিল ঘৰৰ পৰা। পিছত দুৰ্গন্ধ বিয়পি পৰাত প্ৰতিবেশীৰ খবৰৰ ভিত্তিত আৰক্ষী উপস্থিত হৈ শুকুৰবাৰেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ আৰক্ষীৰ। আনহাতে দেওবাৰে ২.৩০ বজাত মৃতদেহ জিএমচিএইছ লৈ যোা হয় পোষ্টমৰ্টেমৰ বাবে। নিশাই ঘটনাস্থলীত চিআইডি,আৰক্ষীৰ লোক উপস্থিত আছিল। আছিল ফৰেনছিকৰ দলো।

আনহাতে সোমবাৰে হাতীগাঁও থানাত আত্মসমৰ্পণ কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতো অকনো অনুসূচনা নাই অভিযুক্ত ৰামানুজনৰ৷থানাত চৌহদত থকা পানীৰ টেপ খুলি পানী খাইছিল। আৰক্ষীৰ জেৰাত লোমহৰ্ষক হত্যাকাণ্ড কেতবোৰ কথাই সকলোকে আচম্বিত কৰি তুলিছে ৷ ৰামানুজে পত্নীক হত্যা কৰাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৷ মৃতদেহৰ কাষতে কান্দি কান্দি বহু সময় ধৰি অতিবাহিত কৰি পৰৱৰ্তী সময় ওলাই গৈছিল ৰামানুজ

উল্লেখ্য যে ২০২৫ৰ ২২ ছেপ্টম্বৰত বিবাহপাশত আবদ্ধ হৈছিল দুয়ো৷প্রেম-বিবাহ হৈছিল ৰামানুজ-ৰিয়াৰ৷ ৰামানুজে এজন যুৱকেৰে পৰকীয়া প্ৰেমৰ সন্দেহ কৰিছিল ৷ ইয়াকে লৈ দুয়োৰে মাজত প্ৰায়ে কাজিয়া হৈছিল। অৱশেষত স্বামীয়ে নৃশংস হত্যাৰ বলী হয় পত্নী ৰিয়াক৷পত্নীক হত্যা কৰি পলিথিনত পৃথকে পৃথকে ভৰাই ফ্ৰীজত ৰাখিছিল শৰীৰ অংগ৷

স্মতৰ্ৱ্য। যে ৰামানুজৰ ইমানেই বেছি খং উঠিছিল ৰিয়াৰ মৃতদেহতো কুকুৰক খুৱাৰ পৰিকল্পনা কৰিছিল। ইতিমধ্যে আৰক্ষীৰ বিস্ফোৰক তদন্তত এই তথ্য পোহৰলৈ আহিছে ৷ কোভিড কেন্দ্ৰীক পৰিস্থিতিৰ সময়ত এটিএম চুৰিৰ এক গোচৰত গৌৰীপুৰ থানাই গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল। উল্লেখযোগ্য ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী ড:জয়শ্ৰী গোস্বামীৰ ককায়েকৰ লৰা ৰামানুজ।

ইপিনে সোমবাৰে পত্নীহন্তা ৰামানুজনক হাতীগাঁও আৰক্ষীয়ে কামৰূপ মহানগৰ চিজিএম আদালতত হাজিৰ কৰাই সাতদিনৰ বাবে নিজৰ জিন্মাত লয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: big breking newsCrime NewsGuwahatiHatigaon PoliceHorrific MurderHusband arrestedlatest newsseven days police custodyWife Killed
publisher

publisher

Related Posts

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d