Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ মুকলি কংগ্ৰেছৰ,

গাঁৱৰ ৰাইজৰ ক্ষমতা ৰাইজক ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি

publisher by publisher
April 18, 2025
in News, Assam
Reading Time: 1 min read
0
পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ মুকলি কংগ্ৰেছৰ,
1
SHARES
10
VIEWS
ShareShareShareShare

গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ পৰিকল্পনাৰে আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰে। ঘোষণা পত্ৰ নাম দি প্ৰস্তুত কৰা ইস্তাহাৰখনত গ্ৰাম্যঞ্চলৰ জনতাৰ হাতলৈ ২৯টা বিভাগৰ ক্ষমতাৰ লগতে পুঁজিৰ ব্যৱস্থা কৰি প্ৰকৃত গ্ৰাম্য স্বৰাজ গঢ়াৰ বাস্তৱিক কেতবোৰ আঁচনি অন্তৰ্ভুক্ত কৰা এই ইস্তাহাৰখন গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি মুকলি কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই।

ADVERTISEMENT

প্ৰসংগক্ৰমে বৰাই কয় যে, বিহু আমাৰ যেনেদৰে জাতীয় উৎসৱ, গ্ৰামাঞ্চলত পঞ্চায়ত নিৰ্বাচন হ’ল গণতন্ত্ৰৰ উৎসৱ। এই উৎসৱ আজি অসমৰ গ্ৰামাঞ্চলত ঠায়ে ঠায়ে অনুষ্ঠিত হ’বলৈ দিয়া নাই।

RelatedPosts

Panchayat Election Final Results:তিনিদিনৰ মূৰত পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা নির্বাচন আয়োগৰ

Minister Atul Bora:সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এডিএৰ জয়ী প্ৰাৰ্থী সকলক সম্বৰ্দ্ধনা মন্ত্ৰী অতুল বৰাৰ

Zero Vote Candidate:আলুখুন্দা গাওঁ পঞ্চায়তত আজৱ ঘটনা !

নদুৱাৰ সমষ্টিত বিধায়ক পদ্ম হাজৰিকাই কংগ্ৰেছমুক্ত নদুৱাৰ বুলি কৈ ৰাইজৰ ভোটাধিকাৰ নোহোৱা কৰি গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে। নগাঁও, মৰিগাঁও, গহপুৰ, লখিমপুৰ, ধেমাজি, নলবাৰীকে ধৰি বৰাক-ব্ৰহ্মপুত্ৰৰ বহু এলেকাত পঞ্চায়ত প্ৰাৰ্থীক ভয়-ভাবুকিৰে মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰাই বিজেপি দল আৰু চৰকাৰে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ অংশগ্ৰহণত হেঙাৰ সৃষ্টি কৰিছে।

এই ধিক্কাৰজনক ঘটনাৰ প্ৰত্যুত্তৰ অসমৰ ৰাইজে দিব বুলি উল্লেখ কৰি তেওঁ কয় যে পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে ভাল ফল দেখুৱাব। ঘোষণা পত্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন সাংসদ ৰিপুণ বৰাই কয় যে কংগ্ৰেছৰ দিনত পঞ্চায়তত যিবোৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়া বিজেপি চৰকাৰে বন্ধ কৰি মাত্ৰ তিনিখন আঁচনিহে চলাই ৰাখিছে।

গাঁৱৰ মানুহক বিজেপিয়ে ক্ষমতা নিদিয়ে আৰু সেইবাবে তেওঁলোকে এক দেশ এক নিৰ্বাচন বিচাৰে। কংগ্ৰেছে পূৰ্বতে ঘোষণা কৰা সকলো আঁচনি পুনৰ আৰম্ভ কৰিব বুলি বৰাই উল্লেখ কৰে। ইস্তাহাৰ প্ৰস্তুত সমিতিৰ অধ্যক্ষ হিচাপে প্ৰাক্তন সাংসদ ৰিপুণ বৰা আৰু সদস্য হিচাপে বেদব্ৰত বৰা, প্ৰফুল্ল কুমাৰ দাস, অৰূপজ্যোতি ভূঞা মুকলি অনুষ্ঠানত উপস্থিত থাকে।

একেদৰে জ্যেষ্ঠ নেতা নৃপেন ঠাকুৰীয়া, দীপ বায়নকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ পদবীত থকা নেতাসকলো অনুষ্ঠানটোত উপস্থিত থাকে। উল্লেখ্য যে, আজি মুকলি কৰা এই ইস্তাহাৰত জব কাৰ্ডৰ অধিকাৰীক ন্যুনতম এশ দিনৰ কৰ্মনিশ্চিতি আৰু মজুৰি বৃদ্ধি, পঞ্চায়তৰ জৰিয়তে তৃণমূল পৰ্যায়লৈ ক্ষমতা হস্তান্তৰ, পিএমএৱাইৰ অৰ্ধনিৰ্মিত ঘৰসমূহ সম্পূৰ্ণ কৰা, সময়মতে পুঁজি মুকলি কৰা, গ্ৰামাঞ্চলত প্ৰেম-ভাতৃত্ববোধ আসু সাম্প্ৰদায়িক সম্প্ৰীতিৰ ভেটি সুদৃঢ় কৰা, স্বজন তোষণ নাইকিয়া কৰা, অৰুণোদয়ত চলি থকা দুৰ্নীতি নিৰ্মূল কৰা, প্ৰকৃতাৰ্থত মহিলা সবলীকৰণ, পঞ্চায়ত প্ৰতিনিধিৰ মাহিলি পাৰিতোষিক নিশ্চিতকৰণ, পঞ্চায়তৰ সকলো খালী পদ পূৰণ আৰু অস্থায়ী ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ, আঁচনিৰ প্ৰলোভনেৰে মাতৃ সমাজক কৰা অপমান ৰোধ কৰি মহিলাসকলৰ সন্মান অটুত ৰখা, জলজীৱন আঁচনিক পুনৰুজ্জীৱিতকৰ, গ্ৰামাঞ্চলত বৃদ্ধি পোৱা অসামাজিক কাৰ্য ৰোধৰ বাবে সজাগতা গোট গঠন কৰাকে ধৰি গ্ৰামাঞ্চলৰ একাধিক সমস্যাক গুৰুত্ব দিয়া হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam panchayat election
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d