Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Boeing 787 Dreamliner is flawed:ড্রীমলাইনাৰ বিমানত প্রযুক্তিগত ত্রুটিৰ অভিযোগ আছিল, ব্যৱস্থা নল’লে ব’য়িং প্রতিষ্ঠানে

publisher by publisher
June 13, 2025
in News, India
Reading Time: 2 mins read
0
Boeing 787 Dreamliner is flawed:ড্রীমলাইনাৰ বিমানত প্রযুক্তিগত ত্রুটিৰ অভিযোগ আছিল, ব্যৱস্থা নল’লে ব’য়িং প্রতিষ্ঠানে
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

‘ভুল দেহ পঠোৱা হৈছে! ‘দাবি এয়াৰ ইন্ডিয়া বিমান দুর্ঘটনাৰ নিহত দুই ব্রিটিশ নাগৰিকৰ পৰিয়ালৰ

Experience Pilots Where in the plane:৮,২০০ ঘণ্টা বিমান চালনাৰ অভিজ্ঞতা আছিল অভিশপ্ত বিমান খনৰ কেপ্টেইনৰ

একমাত্র জীৱিত যাত্রীৰ স’তে সাক্ষাৎ মোদীৰ, ‘কি দৰে বাছিলোঁ নাজানো ’, জনালে বিশ্বাসকুমাৰে

Boeing 787 Dreamliner is flawed:

বৃহস্পতিবাৰে সংঘটিত ভয়ংকৰ বিমান দুর্ঘটনাটোৰ কাৰণ ব’য়িং ৭৮৭-৮ ড্রীমলাইনাৰ বিমানৰ প্ৰযুক্তিগত ত্রুটি নেকি ? এই প্রশ্ন উত্থাপন হোৱাৰ কাৰণ হৈছে এযুগ পূর্বে মার্কিন বিমান সংস্থা ব’য়িঙৰ উক্ত ড্রীমলাইনাৰ শ্ৰেণীৰ বিমানত প্রযুক্তিগত ত্রুটি থকা বুলি অভিযোগ উত্থাপন হৈছিল। অৱশ্যে এনে অভিযোগক সমূলি গুৰুত্ব নিদিলে ব’য়িং প্রতিষ্ঠানে।

ADVERTISEMENT

তাৰ পৰিৱৰ্তে কিছুদিন পূৰ্বে সংস্থাটোৱে গৰ্বৰে প্ৰকাশ কৰে যে ৭৮৭-৮ ড্রীমলাইনাৰ মডেলৰ বিমানে এই পর্যন্ত বিশ্বত এশ কোটিৰো অধিক যাত্ৰী পৰিবহণ কৰিছে। সংস্থাটোৰ এনে দম্ভৰ বাবে বৃহস্পতিবাৰে আহমেদাবাদত শতাধিক ভাৰতীয়সহ দুই শতাধিক যাত্রী তথা বিমান কৰ্মচাৰীয়ে প্রাণ হেৰুৱাবলগীয়া হ’ল নেকি বুলি সম্প্রতি ব্যাপক চর্চা হৈছে।

উল্লেখ্য যে ২০১৭ত সংস্থাটোৰ এজন প্রাক্তন অভিযন্তা জন বার্নেটে অভিযোগ উত্থাপন কৰে যে ব’য়িঙে এই ড্রীমলাইনাৰ শ্ৰেণীৰ বিমান প্রচলিত মান ৰক্ষা কৰি তৈয়াৰ কৰা নাই। অধিকসংখ্যক বিমান উৎপাদন কৰি অধিক লাভ অৰ্জন কৰা স্বার্থত সংস্থাটোৱে এনে নীতিহীন পন্থা অৱলম্বন কৰা বুলি অভিযন্তাজন সৰৱ হৈছিল। তেওঁ অভিযোগ উত্থাপন কৰা অনুসৰি, এই শ্ৰেণীৰ ড্রীমলাইনাৰ বিমান উৎপাদন কৰোতে ব’য়িঙে মার্কিন আইন গণনাতীতভাবে উলংঘা কৰি কাৰখানাৰ মান নিঃশেষৰো চেষ্টা কৰে।

গতিকে ড্রীমলাইনাৰ ৭৮৭-৮ শ্ৰেণীৰ বিমানৰ যাত্ৰীৰ সুৰক্ষা সম্পৰ্কীয় দিশটো বিভিন্ন স্তৰত ব্যাপক চর্চা হৈ আহিছে। এনে অৱস্থাতে যোৱা বছৰৰ মাৰ্চত ৰহস্যজনক পৰিৱেশত অভিযন্তা বাৰ্ণেটৰ মৃতদেহ উদ্ধাৰ হয়। তাৰ পাছৰে পৰা ব’য়িং প্ৰতিষ্ঠানৰ বিৰুদ্ধে উত্থাপিত অভিযোগ ক্রমে নিশকতীয়া হ’বলৈ ধৰে। এনে অৱস্থাতে আজি আহমেদাবাদত ড্রীমলাইনাৰ বিমান দুর্ঘটনাত পতিত হোৱাত অভিযন্তা বাৰ্ণেটৰ কথা পুনৰ চৰ্চালৈ আহিছে। একাংশ ব্রিটিছ সংবাদপত্রই তেওঁৰ অভিযোগ পুনৰ গুৰুত্ব সহকাৰে প্ৰচাৰ কৰিছে।

উল্লেখ্য যে ২০০৭ত ব’য়িঙৰ এই ড্রীমলাইনাৰ শ্ৰেণীৰ বিমানৰ উৰণ আৰম্ভ হয়। তাৰ কিছু বছৰৰ পাছৰে পৰা বিশ্বৰ বিভিন্ন স্থানত ব’য়িঙৰ এই শ্ৰেণীৰ বিমানৰ যান্ত্রিক ত্রুটি ধৰা পৰিবলৈ ধৰে। আজি আহমেদাবাদত দুর্ঘটনাত পতিত হোৱা ৭৮৭-৮ ড্রীমলাইনাৰ শ্ৰেণীৰ বিমানখন প্রায় ১২ বছৰ পুৰণি বিমান। লক্ষ্যণীয়ভাৱে দুটা ইঞ্জিনযুক্ত এনে বিমান বিপৰ্যয়ৰ সন্মুখীন নহয় বুলি ব’য়িঙে দাবী কৰি আহিছে। ২০০৯ত ব’য়িঙৰ এই শ্ৰেণীৰ বিমানৰ প্ৰথমটো দুর্ঘটনা সংঘটিত হয়। মাজ আকাশত যান্ত্রিক বিজুতি ঘটাত বিমানে জৰুৰী অৱতৰণ কৰে। আহমেদাবাদত এই শ্ৰেণীৰ বিমানৰ আজিলৈকে ছটা দুর্ঘটনা সংঘটিত হৈছে।

উল্লেখ্য যে ড্রীমলাইনাৰ ৭৮৭-৮ শ্ৰেণীৰ বিমানৰ উত্তৰসূৰী ৭৩৭ মাস্ক-৮ বিমানো অতি নিৰাপদ বুলি ব’য়িঙে দাবী কৰিছিল। কিন্তু ২০১৮ৰ পৰা এই শ্ৰেণীৰ ড্রীমলাইনাৰ বিমানৰ বহু দুর্ঘটনা সংঘটিত হোৱাত তথা ত্রুটি ধাৰাবাহিকভাৱে ধৰা পৰাত বিশ্বৰ বহুসংখ্যক বিমান সংস্থাই এই বিমানক ‘নিষিদ্ধ’ ঘোষণা কৰে।

অৱশ্যে ড্রীমলাইনাৰ ৭৮৭-৮ শ্ৰেণীৰ বিমানৰ ক্ষেত্ৰত বিশেষ দুর্ঘটনা সংঘটিত হোৱা নাই যদিও শতাধিকবাৰ এনে বিমানত যান্ত্রিক বা প্রযুক্তিগত ত্রুটি ধৰা পৰিছে। আনকি এই বিমানত ব্যৱহৃত লিথিয়াম-আয়ন বেটাৰীৰ সমস্যা এযুগ পূর্বে চিহ্নিত হৈছিল। তদুপৰি বিমানখনৰ হাইড্ৰ’লিকৰ কাৰ্যকাৰিতাক লৈও প্রশ্ন উত্থাপন হৈছিল। তেতিয়া ব’য়িং প্রতিষ্ঠানে এনে সমস্যা সমাধান কৰাৰ কথা তথা যাত্ৰীৰ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰা বুলি প্রকাশ কৰে। সংস্থাটোৰ এই দাবী সম্প্রতি অসাৰ প্ৰতিপন্ন হোৱা বুলি চর্চা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Air india plane crashBoeing 787 Dreamlinerflawed
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d