Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Tripartite review meeting in Delhi :অধিক বড়ো গাঁৱৰ অন্তর্ভুক্তি-নাবলাৰ কাৰামুক্তিক লৈও দিল্লীত আলোচনা

দিল্লীৰ নৰ্থ ব্লকত ত্রিপাক্ষিক পুনৰীক্ষণ বৈঠক, ২০২৬ৰ পূৰ্বে চুক্তি পূৰণৰ দাবী এবছুৰ

publisher by publisher
June 27, 2025
in Assam, News
Reading Time: 1 min read
0
Tripartite review meeting in Delhi :অধিক বড়ো গাঁৱৰ অন্তর্ভুক্তি-নাবলাৰ কাৰামুক্তিক লৈও দিল্লীত আলোচনা
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

BRICS summit in Delhi:পশ্চিমীয়া শক্তিৰ বিৰুদ্ধে সৰৱ জিনপিং

BRICS Summit 2026: মোদীৰ ৰাজকীয় নৈশভোজত অংশ নল’লে জিনপিঙে, অসুস্থ নেকি চীনৰ ৰাষ্ট্ৰপতি ?

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

Tripartite review meeting in Delhi :

২০২০তে স্বাক্ষৰিত বিটিআৰ চুক্তিৰ ২০২৬ৰ পূৰ্বে খৰতকীয়া আৰু অর্থৱহ ৰূপায়ণ সম্পূর্ণ নহ’লে গণতান্ত্রিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব বুলি প্রকাশ কৰিছে নিখিল বড়ো ছাত্র সস্থা (এবছু)ৰ সভাপতি দ্বীপেন বড়োৱে। নতুন দিল্লীৰ নর্থ ব্লকত আজি কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ যুটীয়া সচিব (উত্তৰ-পূব) নীৰজ কুমাৰ বানছ’ড, মন্ত্রণালয়ৰ উপ-সচিব এন আর্মিনজ, অসম চৰকাৰৰ গৃহ সচিব পার্থ মজুমদাৰ, অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান হীৰেণ নাথ, বিটিচিৰ প্ৰধান সচিব আকাশদ্বীপৰ স’তে ত্রিপাক্ষিক পুনৰীক্ষণ বৈঠক (যৌথ ব্যৱস্থাপনা কমিটী)ত মিলিত হয় চুক্তি স্বাক্ষৰকাৰী সংগঠন এবছু, ইউপিবিত্র’ আৰু প্ৰাক্তন এনএফবিৰ ১০ জনীয়া প্রতিনিধি দল।

ADVERTISEMENT

বৈঠকৰ অন্তত ‘দৈনিক অগ্রদূত’ক এবছু সভাপতি বড়োৱে জনোৱা মতে, বৈঠকত আলোচনা হোৱা বিষয়বিলাকৰ ভিতৰত আছিল শোণিতপুৰ, বিশ্বনাথ আৰু বিটিআৰ অঞ্চলৰ দক্ষিণ অংশৰ অধিক বড়ো গাঁৱৰ অন্তৰ্ভুক্ত কৰি বিটিআৰৰ সীমা সম্প্ৰসাৰণ, ভাৰতীয় সংবিধানৰ ১২৫ সংখ্যক সংগঠনীয় দফা আৰু অনুচ্ছেদ ২৮০ৰ সংশোধনৰ জৰিয়তে ষষ্ঠ অনুচ্ছেদৰ অধীনস্থ স্বায়ত্তশাসিত অঞ্চলসমূহক অধিক ক্ষমতা আৰু স্বতন্ত্রতা প্রদান, কার্বি আংলঙত বসবাস কৰা বড়ো, কছাৰীসকলক জনজাতি (পাহাৰীয়া) ৰ স্বীকৃতি প্রদান, ২০০৬ৰ বনবাসী অধিকাৰ আইন কার্যকৰীকৰণ আৰু বিদ্যালয়সমূহৰ প্ৰাদেশিকীকৰণ।

আনহাতে, এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ডি আৰ নাবলা আৰু চিবিআইৰ অধীনত থকা আন ছজনক কাৰাবাসৰ পৰা মুক্তি প্ৰদানৰ লগতে ৬৬ জন প্রাক্তন এনডিএকবিৰ বিৰুদ্ধে এনআইএৰ অধীনত থকা গোচৰসমূহ অসম আৰু জিলা পৰ্যায়লৈ স্থানান্তৰ, প্রাক্তন এনডিএফবিৰ সদস্যসকলৰ গোচৰসমূহ প্ৰত্যাহাৰ, ছহিদ পৰিয়ালক এককালীন সাহায্য প্রদান তথা সদস্যসকলৰ পুনৰ সংস্থাপনৰ বিষয়েও আজি বৈঠকত আলোচনা কৰা হয় বুলি সদৰী কৰে এবছৰ সভাপতি বড়োৱে ।

তদুপৰি প্ৰাক্তন এনডিএফবি সদস্যসকলক অসম আৰক্ষী, সেনা, অর্ধসামৰিক বাহিনীত নিযুক্তি প্রদান, ১৫শ কোটি টকাৰ বিশেষ উন্নয়নৰ পেকেজ প্রদানৰ সম্পৰ্কতো আজিৰ বৈঠকত আলোচনা হয় বুলি বড়োৱে সদৰী কৰে। তেওঁ আৰু কয় যে বিটিআৰ চুক্তি অনুসৰি অঞ্চলটোত এনআইটি, নেৰিমছ, কেন্দ্রীয় বিশ্ববিদ্যালয়, জনজাতি বিশ্ববিদ্যালয় চৌহদ, ক্রীড়া একাডেমী আদি স্থাপনৰ বাবেও দাবী জনোৱা হয়। এবছু সভাপতিজনে কয় যে আলোচনা অতি ফলপ্রসূ হোৱাৰ লগতে চুক্তিৰ খৰতকীয়া ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হেছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ABSUDELHIMinistry of Home AffairsSouth BlackTripartite review meeting
publisher

publisher

Related Posts

সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি
India

October 21, 2026
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ
International

ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

October 21, 2026
দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ
India

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

October 21, 2026
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

October 21, 2026
জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ
International

জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

October 20, 2026
বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে
India

বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

October 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d